প্ৰযুক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
 
== সংজ্ঞা আৰু ব্যৱহাৰ ==
[[File:Handtiegelpresse von 1811.jpg|thumb|left|upright|The invention of the [[ছপাশাল]]ৰ উদ্ভাৱনে বিজ্ঞানী আৰু ৰাজনীতিবিদসকলক সহজে ভাৱৰ আদান-প্ৰদান কৰাত সহায় কৰিলে]]
"প্ৰযুক্তি" শব্দটোৰ ব্যৱহাৰ যোৱা ২০০ বছৰত ভালেখিনি সলনি হৈছে | বিংশ শতিকাৰ আগলৈকে ইংৰাজী ভাষাত "technology" শব্দটোৱে ঘাইকৈ ব্যৱহাৰিক কলাৰ অধ্যয়ন বা বিৱৰণহে বুজাইছিল <ref name="Crabb">For ex., [[George Crabb (writer)|George Crabb]], [http://www.archive.org/stream/universaltechno01crabgoog#page/n525 ''Universal Technological Dictionary, or Familiar Explanation of the Terms Used in All Arts and Sciences, Containing Definitions Drawn From the Original Writers''], (London: Baldwin, Cradock and Joy, 1823), s.v. "technology."</ref>| মাছাচুচেট্‌ছ প্ৰযুক্তি প্ৰতিষ্ঠানৰ(Massachusetts Institute of Technology ) দৰে প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰতো শব্দটোৰ ব্যৱহাৰ হৈছিল <ref name="Stratton">Julius Adams Stratton and Loretta H. Mannix, Mind and Hand: The Birth of MIT (Cambridge: MIT Press, 2005), 190-92. ISBN 0262195240.</ref>| বিংশ শতিকাৰ [[দ্বিতীয় ঔদ্যোগিক বিপ্লৱ]]ৰ সময়তে শব্দটোৰ প্ৰচলন বাঢ়ি আহে | [[থৰষ্টেইন ভেবলিন]](Thorstein Veblen)কে আদি কৰি আমেৰিকান সমাজবিজ্ঞানীসকলে জাৰ্মান "Technik" শব্দৰ ভাৱানুবাদ ইংৰাজীত "technology" হিছাপে কৰে | ১৯৩০ চন মানৰে পৰা "প্ৰযুক্তি"য়ে ঔদ্যোগিক কলাৰ অধ্যয়নৰ সলনি ঔদ্যোগিক কলাকে বুজাবলৈ ধৰে <ref name="Schatzberg">Eric Schatzberg, [http://muse.jhu.edu/journals/technology_and_culture/v047/47.3schatzberg.html "''Technik'' Comes to America: Changing Meanings of ''Technology'' Before 1930,"] ''Technology and Culture'' 47 (July 2006): 486-512.</ref>|
 
"https://as.wikipedia.org/wiki/প্ৰযুক্তি"ৰ পৰা অনা হৈছে