প্ৰযুক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
15 নং শাৰী:
১৯৩৭ চনত আমেৰিকান সমাজবিদ ৰিড বেইনে কয় যে "সকলো সঁজুলি, বাচন, অস্ত্ৰ, ঘৰ, যন্ত্ৰ, বস্ত্ৰ, যোগাযোগ তথা যাতায়তৰ সামগ্ৰী আৰু সেইবোৰ তৈয়াৰ বা ব্যৱহাৰ কৰা আমাৰ সমগ্ৰ কৌশল প্ৰযুক্তিৰ অন্তৰ্গত"<ref name="Bain">Read Bain, [http://www.jstor.org/stable/2084365 "Technology and State Government,"] American Sociological Review 2 (December 1937): 860.</ref> | বেইনৰ এই সংজ্ঞা সমাজবিদসকলৰ মাজত জনপ্ৰিয় | কিন্তু সমাজবিদসকলে নাকচ কৰা প্ৰযুক্তিৰ ব্যৱহাৰিক বিজ্ঞান সংক্ৰান্তীয় সংজ্ঞাটোহে বিজ্ঞানী আৰু অভিযন্তাসকলৰ মাজত জনপ্ৰিয় <ref name="MacKenzie">Donald A. MacKenzie and Judy Wajcman, "Introductory Essay" in ''The Social Shaping of Technology'', 2nd ed. (Buckingham, England : Open University Press, 1999) ISBN 0-335-19913-5.</ref> |
 
অভিধান আৰু পণ্ডিতসকলে প্ৰযুক্তিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে | মেৰিয়াম ৱেবষ্টাৰ অভিধানৰ মতে ই হ’ল-"কোনো বিশেষ ক্ষেত্ৰত জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ" আৰু "জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ পৰা উপজা দক্ষতা""<ref name="mwdict" /> | [[উৰ্চুলা ফ্ৰেংকলিন]]এ আন এটা সংজ্ঞা দিছিল এই বুলি যে-"ই এক অভ্যাস, আমি কামবোৰ যিদৰে কৰোঁ (practice, the way we do things around here)<ref>{{cite web | url=http://www.anansi.ca/titles.cfm?series_id=4&pub_id=58 | title=Real World of Technology | accessdate=2007-02-13 | author=Franklin, Ursula | publisher=[[House of Anansi Press]]}}</ref>| আজিকালি শব্দটোক প্ৰযুক্তিৰ কোনো বিশেষ ক্ষেত্ৰ যেনে [[উচ্চ প্ৰযুক্তি]] বা [[উপভোক্তা ইলেকট্ৰনিক্‌চ]] বুজাবলৈও ব্যৱহাৰ কৰা হয় <ref>{{cite web | url=http://news.bbc.co.uk/1/hi/technology/default.stm | title=Technology news | accessdate=2006-02-17 | publisher=[[BBC News]]}}</ref> | [[বাৰ্নাড ষ্টিগলাৰ]](Bernard Stiegler)এ "[[Technics and Time, 1]]'' গ্ৰন্থত প্ৰযুক্তিৰ সংজ্ঞা দুই ধৰণে দিছে: "জীৱনৰ বাদে অন্য উপায়েৰে জীৱনৰ সন্ধান"(the pursuit of life by means other than life) আৰু "সংগঠিত অজৈৱ পদাৰ্থ"(organized inorganic matter)<ref>{{cite book | last=Stiegler |first=Bernard | title=[[Technics and Time, 1: The Fault of Epimetheus]] | year=1998 |publisher=[[Stanford University Press]] | isbn=0-8047-3041-3 | pages=17, 82}}</ref> | ষ্টিগলাৰে শেহতীয়াকৈ কৈছে যে [[জৈৱপ্ৰযুক্তি]]ক "সংগঠিত অজৈৱ পদাৰ্থ" বুলি ক’ব পৰা নাযাব আৰু "জৈৱ পদাৰ্থৰ পুনৰ্সংগঠন"হে ইয়াৰ বাবে উপযোগী <ref>{{cite book | last=Stiegler |first=Bernard | title=L'avenir du passé: Modernité de l'archéologie | year=2008 |publisher=La Découverte | isbn=2-7071-5495-4 | page=23}}</ref>|
 
‘প্ৰযুক্তি’ শব্দটোক বিভিন্ন কৌশলৰ সমষ্টি বুজাবলৈও ব্যৱহাৰ কৰিব পাৰি | এই দিশত ই হৈছে সামগ্ৰী উত্‍পাদনৰ বাবে সম্পদৰ প্ৰয়োগ, সমস্যা সমাধান, প্ৰয়োজন পূৰা কৰা বা সন্তুষ্টিৰ বাবে মানৱ জ্ঞানৰ অৱস্থা | বিভিন্ন প্ৰণালী, দক্ষতা, কৌশল, সঁজুলি আৰু কেঁচামাল ইয়াত সন্নিৱিষ্ট | আন শব্দৰ লগত একেলগে ব্যৱহাৰ কৰিলে, যেনে-"ভেষজ প্ৰযুক্তি" বা "মহাকাশ প্ৰযুক্তি"য়ে সেই ক্ষেত্ৰৰ জ্ঞান আৰু সঁজুলিৰ অৱস্থা বুজায় | "[[ষ্টেট-অৱ-দা-আৰ্ট]]" প্ৰযুক্তিয়ে যিকোনো ক্ষেত্ৰত উপলব্ধ [[উচ্চ প্ৰযুক্তি]]ক বুজায় |
"https://as.wikipedia.org/wiki/প্ৰযুক্তি"ৰ পৰা অনা হৈছে