৭ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|7|06|158}}
==জন্ম==
#* লিবিয়াৰ ইজৰাইল-বিৰোধী আন্দোলনৰ নেতা ‘‘[[মোৱাম্মাৰ মহম্মদ আবু মিনয়াৰ আল-গাড্ডাফি]]’’ৰ জন্ম হৈছিল ১৯৪২ চনৰ আজিৰ দিনটোতেই।
#* এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শন উপস্থাপক ‘‘[[এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্]]’’ৰ জন্ম হৈছিল ১৯৭৪ চনৰ আজিৰ দিনটোতেই।
#* [[বৰপেটা সত্ৰ]]ৰ দ্বিতীয় গৰাকী সত্ৰাধিকাৰ ‘‘মথুৰামথুৰা দাস বুঢ়া আতা’’ইআতাই পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল ১৪৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
 
==মৃত্যু ==
#* এগৰাকী আগশাৰীৰ অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক [[অতুল চন্দ্ৰ হাজৰিকা]]ৰ মৃত্যু হৈছিল ১৯৮৬ বৰ্ষৰ আজিৰ দিনটোতেই।
#* অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, একাধাৰে কবি, গীতকাৰ তথা নাট্যকাৰ [[পাৰ্বতী প্ৰসাদ বৰুৱা]]দেৱে ইহলীলা সম্বৰণ কৰিছিল ১৯৬৪ বৰ্ষৰ আজিৰ দিনটোতেই।
#* অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ [[কৃষ্ণকান্ত সন্দিকৈ]]দেৱৰ বিয়োগ হৈছিল ১৯৮২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই।
#* ২০০০ চনৰ আজিৰ দিনটোতে সংবাদ জগতৰ আলোড়ন সৃষ্টিকাৰী বৰ্ষীয়ান সাংবাদিক [[ৰবীন বৰুৱা]]ৰ মৃত্যু হয়।
#* এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী ‘‘[[এলান মেথিছন ট্যুৰিং]]’’ৰ মৃত্যু হৈছিল ১৯৫৪ বৰ্ষৰ আজিৰ দিনটোতেই।
 
==অনান্য==
#* [[শৰাইঘাট দলং]] অসমৰ গুৱাহাটীত [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্তৰেলপথযুক্ত দলং। ১৯৬৩ চনৰ আজিৰ দিনটোতেই সেই সময়ৰ প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে এই দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল।
#* ১৯৭২ চনৰ আজিৰ দিনটোতে অসম বিধানসভাৰ অধিৱেশনত [[শ্বিলং]]ৰপৰা অসমৰ ৰাজধানী [[দিছপুৰ]]লৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
#* ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে ১৯৭৯ চনৰ আজিৰ দিনটোতে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।
 
{{-}}
"https://as.wikipedia.org/wiki/৭_জুন"ৰ পৰা অনা হৈছে