ভূপাল দুৰ্ঘটনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
29 নং শাৰী:
}}
 
১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত সংঘটিত এই দুৰ্ঘটনাটোক "ভূপাল দুৰ্ঘটনা" বা " ভূপালত গেছৰ শোকাৱহ ঘটনা" হিচাপে আখ্যা দিয়া হয়। ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন [[UCC]] ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড [[UCIL]](বৰ্তমানে এভাৰেডি ইণ্ডাণ্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট [[MIC==তথ্য সংগ্ৰহ== {{Reflist}} নামৰ]] বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই বিপৰ্যয়ৰ সূচনা কৰিছিল। প্ৰায় ৫ লক্ষাধিক লোক পীড়িত হোৱা এই দুৰ্ঘটনাটোক অনেকে ইতিহাসৰ আটাইতকৈ কৰুণ শিল্প বিপৰ্যয় হিচাপে অভিহিত কৰিছে।
<ref name="MandavilliUnfolding" /><ref name="convictions">{{cite news|url=http://news.bbc.co.uk/1/hi/world/south_asia/8725140.stm|title=Bhopal trial: Eight convicted over India gas disaster |date=7 June 2010|work=[[BBC News]]|accessdate=7 June 2010| archiveurl=https://web.archive.org/web/20100607185745/http://news.bbc.co.uk/1/hi/world/south_asia/8725140.stm| archivedate= 7 June 2010 | url-status=live}}</ref>