কুচিপুড়ি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
 
 
'''কুচিপুড়ি নৃত্য''' (ইংৰাজী: Kuchipudi Dance) [[ভাৰতৰ শাস্ত্ৰীয় নৃত্য]]ৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে [[অন্ধ্ৰপ্ৰদেশ]]ৰ [[কুচিপুড়ি]] নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়।<ref name="village">{{cite news|title=‘Art has to be nurtured to sustain’|url=http://www.thehindu.com/entertainment/dance/%E2%80%98Art-has-to-be-nurtured-to-sustain%E2%80%99/article16993784.ece|accessdate=5 April 2017|work=The Hindu}}</ref><ref>{{cite web |title=Kuchipudi |url=http://www.kuchipudidance.org/kuchipudi.html |website=kuchipudidance.org |publisher=Kuchipudi Dance Academy |accessdate=7 June 2020}}</ref><ref name="M">{{cite web |title=Dance |url=http://www.indiaculture.nic.in/dance |website=indiaculture.nic.in |publisher=Ministry of Culture, Government of India |accessdate=7 June 2020}}</ref> সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান [[শ্ৰী কৃষ্ণ]]ৰ পত্নী [[সত্যভামা]]ৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে। <ref> [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]], প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, [[শান্তনু কৌশিক বৰুৱা]], পৃষ্ঠা নং - ? </ref> কুচিপুড়ি হৈছে নৃত্ত, নৃত্য আৰু নাটকেৰে গঠিত এক নৃত্যনাটিকা। <ref name="M" />
 
 
===ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কুচিপুড়ি নৃত্যশিল্পী===
"https://as.wikipedia.org/wiki/কুচিপুড়ি"ৰ পৰা অনা হৈছে