ভূপাল দুৰ্ঘটনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
31 নং শাৰী:
১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত সংঘটিত এই দুৰ্ঘটনাটোক "ভূপাল দুৰ্ঘটনা" বা " ভূপালত গেছৰ শোকাৱহ ঘটনা" হিচাপে আখ্যা দিয়া হয়। ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন [[UCC]] ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড [[UCIL]](বৰ্তমানে এভাৰেডি ইণ্ডাণ্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট [[MIC]] বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই বিপৰ্যয়ৰ সূচনা কৰিছিল। প্ৰায় ৫ লক্ষাধিক লোক পীড়িত হোৱা এই দুৰ্ঘটনাটোক অনেকে ইতিহাসৰ আটাইতকৈ কৰুণ শিল্প বিপৰ্যয় হিচাপে অভিহিত কৰিছে।
<ref name="MandavilliUnfolding" /><ref name="convictions">{{cite news|url=http://news.bbc.co.uk/1/hi/world/south_asia/8725140.stm|title=Bhopal trial: Eight convicted over India gas disaster |date=7 June 2010|work=[[BBC News]]|accessdate=7 June 2010| archiveurl=https://web.archive.org/web/20100607185745/http://news.bbc.co.uk/1/hi/world/south_asia/8725140.stm| archivedate= 7 June 2010 | url-status=live}}</ref>
উৎস অনুসৰি মৃতকৰ সংখ্যা ভিন্ন যদিও চৰকাৰী তথ্য মতে তাৎক্ষণিক মৃতু্্যৰ সংখ্যা ২,২৫৯৷ ২০০৮ চনত মধ্যপ্ৰদেশ চৰকাৰে ৩,৭৮৭ টা মৃতকৰ পৰিয়াললৈ আৰু ৫,৭৪,৩৬৬ পীড়িত লোকলৈ ক্ষতিপূৰণ আগবঢ়াইছে৷<ref name="rehabilitation1">{{cite web |url=http://www.mp.gov.in/bgtrrdmp/relief.htm |title=Madhya Pradesh Government : Bhopal Gas Tragedy Relief and Rehabilitation Department, Bhopal |publisher=Mp.gov.in |accessdate=28 August 2012 |url-status=dead |archiveurl=https://web.archive.org/web/20120518020821/http://www.mp.gov.in/bgtrrdmp/relief.htm |archivedate=18 May 2012 }}</ref> ২৬ বছৰৰ পিছত ৭ জুন, ২০১০ চনত আদালতে ৰায় নিদিয়া পৰ্যন্ত দূৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে যথেষ্ট মতবিৰোধ আছিল৷ ভাৰত চৰকাৰ আৰু স্হানীয় সমাজকৰ্মীসকলৰ মতে শিথিল ব্যৱস্হাপনা আৰু বিলম্বিত তদাৰক বা ৰক্ষণাবেক্ষণৰ বাবে MIC টেংকলৈ পাইপেৰে পানীৰ উভতনি প্ৰবাহ হয় আৰু দ্ূৰ্ঘটনাটোৰ সূত্ৰপাত হয়৷ আনহাতে UCC মতে কোনো অসাধু ব্যক্তিৰ কূটাঘাতমূলক কামৰ বাবেহে টেংকিত পানী সোমায়৷
 
উৎস অনুসৰি মৃতকৰ সংখ্যা ভিন্ন যদিও চৰকাৰী তথ্য মতে তাৎক্ষণিক মৃতু্্যৰমৃত্যুৰ সংখ্যা ২,২৫৯৷২৫৯ ৷ ২০০৮ চনত মধ্যপ্ৰদেশ চৰকাৰে ৩,৭৮৭ টা মৃতকৰ পৰিয়াললৈ আৰু ৫,৭৪,৩৬৬ পীড়িত লোকলৈ ক্ষতিপূৰণ আগবঢ়াইছে৷<ref name="rehabilitation1">{{cite web |url=http://www.mp.gov.in/bgtrrdmp/relief.htm |title=Madhya Pradesh Government : Bhopal Gas Tragedy Relief and Rehabilitation Department, Bhopal |publisher=Mp.gov.in |accessdate=28 August 2012 |url-status=dead |archiveurl=https://web.archive.org/web/20120518020821/http://www.mp.gov.in/bgtrrdmp/relief.htm |archivedate=18 May 2012 }}</ref> ২৬ বছৰৰ পিছত ৭ জুন, ২০১০ চনত আদালতে ৰায় নিদিয়া পৰ্যন্ত দূৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে যথেষ্ট মতবিৰোধ আছিল৷আছিল ৷ ভাৰত চৰকাৰ আৰু স্হানীয় সমাজকৰ্মীসকলৰ মতে শিথিল ব্যৱস্হাপনা আৰু বিলম্বিত তদাৰক বা ৰক্ষণাবেক্ষণৰ বাবে MIC টেংকলৈ পাইপেৰে পানীৰ উভতনি প্ৰবাহ হয় আৰু দ্ূৰ্ঘটনাটোৰ দূৰ্ঘটনাটোৰ সূত্ৰপাত হয়৷হয় ৷ আনহাতে UCC মতে কোনো অসাধু ব্যক্তিৰ কূটাঘাতমূলক কামৰ বাবেহে টেংকিত পানী সোমায়৷সোমায় ৷
 
UCC আৰু কোম্পানীটোৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া ওৱাৰেন এণ্ডাৰছেনৰ বিৰুদ্ধে মাৰ্কিন যুক্তৰাষ্টৰ দেৱানী আৰু অপৰাধমূলক শাখাত এই গোচৰ তৰা হৈছিল৷ কিন্তু ১৯৮৬ আৰু ২০১২ চনৰ ভিতৰত আমেৰিকান আদালতে UCC ৰ অধীনৰ UCIL এটা স্বতন্ত্ৰ ভাৰতীয় কোম্পানী বুলি মত পোষণ কৰি বাৰম্বাৰ এই গোচৰ বাতিল কৰিছিল আৰু বিভিন্ন কাৰণত ভাৰতীয় আদালতলৈ
পুনৰ প্ৰৰণ কৰিছিল ৷ UCC, UCIL আৰু UCC ৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডাৰছেনক সাঙুৰি দেৱানী আৰু অপৰাধমূলক গোচৰ ভূপালৰ জিলা আদালততো দিয়া হৈছিল ৷ ২০১০ চনৰ জুন মাহত
<ref>{{cite news |work=New York Times|title=Company Defends Chief in Bhopal Disaster |url=http://dealbook.blogs.nytimes.com/2009/08/03/company-defends-chief-in-bhopal-disaster/ | date=3 August 2009 | accessdate=26 April 2010}}</ref><ref>{{cite news |publisher=[[CBS News]] |title=U.S. Exec Arrest Sought in Bhopal Disaster |url=https://www.cbsnews.com/stories/2009/07/31/world/main5201155.shtml | date=31 July 2009 |accessdate=26 April 2010}}</ref>