ভূপাল দুৰ্ঘটনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
35 নং শাৰী:
 
UCC আৰু কোম্পানীটোৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া ওৱাৰেন এণ্ডাৰছেনৰ বিৰুদ্ধে মাৰ্কিন যুক্তৰাষ্টৰ দেৱানী আৰু অপৰাধমূলক শাখাত এই গোচৰ তৰা হৈছিল৷ কিন্তু ১৯৮৬ আৰু ২০১২ চনৰ ভিতৰত আমেৰিকান আদালতে UCC ৰ অধীনৰ UCIL এটা স্বতন্ত্ৰ ভাৰতীয় কোম্পানী বুলি মত পোষণ কৰি বাৰম্বাৰ এই গোচৰ বাতিল কৰিছিল আৰু বিভিন্ন কাৰণত ভাৰতীয় আদালতলৈ
পুনৰ প্ৰৰণ কৰিছিল ৷ UCC, UCIL আৰু UCC ৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডাৰছেনক সাঙুৰি দেৱানী আৰু অপৰাধমূলক গোচৰ ভূপালৰ জিলা আদালততো দিয়া হৈছিল ৷ ২০১০ চনৰ জুন মাহত
<ref>{{cite news |work=New York Times|title=Company Defends Chief in Bhopal Disaster |url=http://dealbook.blogs.nytimes.com/2009/08/03/company-defends-chief-in-bhopal-disaster/ | date=3 August 2009 | accessdate=26 April 2010}}</ref><ref>{{cite news |publisher=[[CBS News]] |title=U.S. Exec Arrest Sought in Bhopal Disaster |url=https://www.cbsnews.com/stories/2009/07/31/world/main5201155.shtml | date=31 July 2009 |accessdate=26 April 2010}}</ref>
২০১০ চনৰ জুন মাহত সেই সময়ৰ অধ্যক্ষকে ধৰি ৮ জন (এজনৰ ইতিমধ্যে মৃত্যু হয়) কৰ্মচাৰীক তেওঁলোকে নিজ কামত কৰা গাফিলতিয়ে সহস্ৰজনৰ প্ৰাণ কাঢ়ি নিয়া এই দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি ভাৰতীয় কানুন মতে ২ বছৰৰ কাৰাদণ্ড আৰু প্ৰত্যেকজনকে ২০০০ ডলাৰৰ জৰিমনা ভৰায় ৷
 
==Background==
<!--