নেঘেৰিটিং শিৱদৌল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Fixed important mistakes
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
29 নং শাৰী:
'''নেঘেৰিটিং শিৱদৌল''' [[অসম|অসমৰ]] [[গোলাঘাট জিলা|গোলাঘাট জিলাৰ]] অন্তৰ্গত [[দেৰগাঁও]] নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলতো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়। গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পোৱা যায়। মন্দিৰটো চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত।
 
Po*n....sex
==ইতিহাস==
[[চিত্ৰ:নেঘেৰিটিং শিৱদৌল.jpg|thumb|left|200px]]
[[আহোম ৰাজবংশ|আহোম স্বৰ্গদেউ]] [[প্ৰতাপ সিংহ|প্ৰতাপ সিংহই]] দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে [[শিৱ|মহাদেৱৰ]] এটা মন্দিৰ সাজিছিল। এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিচত ১৬৮৭ শকত (ইংৰাজী ১৭৬৫ চনত) স্বৰ্গদেউ [[ৰাজেশ্বৰ সিংহ|ৰাজেশ্বৰ সিংহই]] মন্দিৰটি নেঘেৰিটিং নামে গিৰি শিখৰত সাজে<ref name="assamtribune">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0311/state07 | title=Thousands throng Negheriting Shivadol | accessdate=January 07, 2012}}</ref>। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰোং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল [[দেৱদাসী নৃত্য]]। এসময়ত এই নৃত্য চাবলৈ বহুত দুৰদুৰণিৰ পৰা মানুহ আহিছিল। এই নৃত্য কৰা সকলক "নটী" বোলা হৈছিল। নটী সকলে [[নৃত্য]] কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল, ইয়াক "নেঘেৰী খোপা" বোলা হৈছিল। চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল। ফুলমতীৰ নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ [[শিৱসিংহ|শিৱসিংহই]] ৰাজকাৰেংলৈ নি [[ফুলেশ্বৰী কুঁৱৰী]] আৰু প্ৰমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল।
 
==বৈশিষ্ট্য==