এলনৱিক গাৰ্ডেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"The Alnwick Garden" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
'''এলনৱিক গাৰ্ডেন বা এলনৱিক বাগিচা ({{lang-en|Alnwick Poison Garden}}) :''' ইংলেণ্ডৰ নৰ্থাম্বাৰলেণ্ডৰ এলনৱিক চহৰৰ এলনৱিক কাচলৰ সংলগ্ন এখন আনুষ্ঠানিক উদ্যান৷ ডিউকচ্ অৱ নৰ্থাম্বাৰলেণ্ডৰ অধীনত থকা এই উদ্যানবোৰৰ বহুতো ইতিহাস জড়িতহৈ আছে৷ একবিংশ শতিকাৰ পুনৰুদ্ধাৰৰ আৰম্ভণিতে এইবোৰ জীৰ্ণশীৰ্ণ অৱস্থাতে আছিল৷ এতিয়া বাগিচাখনত কেন্দ্ৰীয়ত পানীৰ ঝৰণাৰ লগতে বিভিন্ন ধৰণৰ উদ্ভিদ সজোৱা হৈছে৷
 
এলনৱিক বাগিচাখন সৰু যদিও মাৰাত্মক বিষাক্ত বাগিচা৷ এই বাগিচাখনত প্ৰায় ১০০ বিধ বিষাক্ত, নিচাজাতীয় উদ্ভিদ আছে৷ বাগিচাখনৰ চাৰিওদিশ লোহাৰ দেৱালেৰে আবৃত৷ এই বিষাক্ত বাগিচাখন কেৱল গাইডেঞ্চ টুৰৰ বাবেহে খোলা৷ এই বাগিচাখনৰ উদ্ভিদ আদিক চুই চোৱা বা তাৰ গোন্ধ লোৱা নিষেধ৷<ref>{{cite web|title=Alnwick Poison Garden|url=https://www.alnwickgarden.com/the-garden/poison-garden/|year=|website=alnwickgarden.com|accessdate=9 june 10102020}}</ref>
 
বাগিচাখন বৰ্তমান চাৰিটেবল ট্ৰাষ্টৰ (charitable trust) অন্তৰ্গত, which is separate from , although the 12th Duke of Northumberland donated the 42-acre (17 ha) site and contributed £9 million towards redevelopment costs.