১০ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
12 নং শাৰী:
==অনান্য==
# ১৯৭৯ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয়।
#‘‘আছফ হল’’ৰহ’ল’’ৰ দ্বাৰা [[মংগল গ্ৰহ]]ৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল ১৯৭৭ চনৰ এই দিনটোতে।
# ‘ৰুডলফ ডিজেল’’ৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিল ১৮৯৩ চনৰ এই দিনটোতে।
# আজি [[ইকুৱাড]]ৰ স্বাধীনতা দিৱস।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/১০_আগষ্ট"ৰ পৰা অনা হৈছে