অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
12 নং শাৰী:
* '''সৰ্বনাম:'''- বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা শব্দ। যেনে- মই, তেওঁ, সি আদি।
* '''ক্ৰিয়া:-''' যি শব্দই কোনো কাৰ্য শেষ হোৱা বুজায় তাকে ক্ৰিয়া বোলে।
* অব্যয়:- যি পদৰ কোনো অৱস্থাতে পৰিৱৰ্তন নহয়, তাক অব্যয় বোলে৷
* অব্যয়:-
* বচন:- বচন শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য৷ বচন শব্দই ভাষাৰ আলোচনাত পদে বুজোৱা সংখ্যা বা পৰিমাণ বুজায়৷
* বচন:-
* লিঙ্গ:- যি চিনৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ প্ৰকাশ কৰা হয়, তাক লিঙ্গ বোলে।
* সমাস:- পৰস্পৰ অৰ্থত সম্পৰ্ক থকা দুই বা তাতোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে। যেনেঃ ঘৰত যি ওপজে = ঘৰওপজা। ই ৬ প্ৰকাৰৰ। ১. দ্বন্দ্ব্বদ্বন্দ্ব সমাস ২. বহুব্ৰীহি সমাস ৩. কৰ্মধাৰয় সমাস ৪. তৎপুৰুষ সমাস ৫. দ্বিগু সমাস ৬. অব্যয়ীভাব সমাস
* বিভক্তি:- নাম শব্দ বা প্ৰকিপাদিক আৰু ধাতুৰ পাছত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তি দুই প্ৰকাৰৰ - ১. শব্দ বিভক্তি আৰু ২. ক্ৰিয়া বিভক্তি