বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
25 নং শাৰী:
 
==বাগ্‌ধ্বনি আৰু বৰ্ণ==
মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে [[ধ্বনি (ব্যাকৰণ)|বাগ্‌ধ্বনি]], বা চমুকৈ ধ্বনি বোলে৷<ref name="assamese">{{cite book|title=বাগ্‌ধ্বনি | book=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | author=গোস্বামী, ড° শ্ৰীগোলোকচন্দ্ৰ | year=2000 | pages=31-34 | accessdate=10 june 2020}}</ref> আৰু মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্রকাশ কৰিবলৈ প্ৰত্যেকটোৰে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাকক বর্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।<ref>{{cite book|title=বহল ব্যাকৰণ | সত্যনাথ বৰা | publisher=বীণা লাইব্ৰেৰী | year=September, 2012 | accessdate=10 june 2020}}</ref>
 
==স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি==
==বিশিষ্ট ধ্বনি আৰু আখৰ<ref>{{cite book|title=অসমীয়া ভাষাৰ ব্যাকৰণ | author=গোস্বামী, ড° উপেন্দ্ৰনাথ | year=2013 | pages=5-7 | accessdate=10 june 2020}}</ref>==