ইন্দ্ৰেশ্বৰ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
25 নং শাৰী:
| notableworks =
| spouse =
| parents = গোপাল চন্দ্ৰ শৰ্মা (পিতৃ)
| children = আশিস শৰ্মা (পিতৃ)
| relatives =
| influences =
36 নং শাৰী:
}}
'''ইন্দ্ৰেশ্বৰ শৰ্মা''' (১০ জানুৱাৰী ১৯৩০ - ৯ জুন ২০২০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক আছিল। তেওঁ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা ভায়োলীন বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া। তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ [[ভবেন্দ্ৰনাথ শইকীয়া|ড° ভবেন্দ্ৰনাথ শইকীয়া]]ৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] বিজয়ী ছবি '[[সন্ধ্যাৰাগ]]' আৰু '[[ইতিহাস (চলচ্চিত্ৰ)|ইতিহাস]]'ৰ সংগীত পৰিচালক আছিল। সাহিত্যাচাৰ্য [[মিত্ৰদেৱ মহন্ত]]য়ে ৰচনা কৰা [[অসম সাহিত্য সভা]]ৰ আদৰণি গীত '[[চিৰ চেনেহী মোৰ ভাষা জননী]]'ৰ স্বৰলিপি ইন্দ্ৰেশ্বৰ শৰ্মায়ে সৃষ্টি কৰিছিল।
 
==প্ৰাৰম্ভিক জীৱন==
==তথ্য উৎস==