ইন্দ্ৰেশ্বৰ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
54 নং শাৰী:
ইন্দ্রেশ্বৰ শর্মাই পত্নী অমিয়া দেৱী। তেওঁলোকৰ এজন পুত্র আশিস শৰ্মা আৰু দুগৰাকী কন্যা আছে। সুধাকণ্ঠ [[ভূপেন হাজৰিকা]]ৰ সৈতে অনবৰতে থকা অন্যতম বাদ্যশিল্পী কমল কটকী আৰু কণ্ঠশিল্পী আশা শর্মা কটকী ইন্দ্ৰেশ্বৰ শর্মাৰ জী-জোঁৱাই৷ তেওঁলোক যোৰহাটৰ নেহৰুপার্কত বসবাস কৰিছিল।
==মৃত্যু==
২০২০ চনৰ ৯ জানুৱাৰীজুন তাৰিখে যোৰহাটৰ নেহৰুপার্কত অৱস্থিত নিজা বাসস্থানত ৯০ বছৰ বয়সত ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যু হয়। তেওঁৰ অন্ত্যেষ্টিক্রিয়া অসমৰ মুখ্যমন্ত্রী [[সৰ্বানন্দ সোণোৱাল]]ৰ নির্দেশক্রমে ৰাজ্যিক মর্যাদাৰে তৰাজান শ্মশানত সম্পন্ন কৰা হয়৷
 
==তথ্য উৎস==