বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

'স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি' অংশটো আঁতৰোৱা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎বৰ্ণ, অক্ষৰ আৰু আখৰ: বানান শুধৰণি কৰা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
229 নং শাৰী:
অসমীয়া আখৰ শব্দটো সংস্কৃত অক্ষৰ শব্দৰ পৰা ওলাইছে যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। অক্ষৰ শব্দই syllable বুজায়। এটা মাথোন হৃদস্পন্দন উচ্চাৰিত ধ্বনি বা ধ্বনিসমষ্টিকে অক্ষৰ বোলে।<ref name="abmb"/>
 
'বৰ্ণ', 'অক্ষৰ' আৰু 'আখৰ' এই তিনিওটা প্রকৃতপক্ষে বেলেগ। সংস্কৃত ভাষাত বৰ্ণসূচক আখৰবোৰে একোটা একোটা অক্ষৰৰো প্রতিনিধিত্ব কৰে; অর্থাৎ সংস্কৃতৰ আখৰবোৰ অক্ষৰো। উদাহৰণস্বৰূপে, স্বৰ বর্ণমালাৰ অ, আ, ই, ঈ আদি প্রত্যেকটোৱেই একো একোটা বর্ণ আৰু একো একোটা অক্ষৰ; অসমীয়া মতে ইহঁতৰ প্রত্যেকেই একো একোটা আখৰ; ইহঁত অৱশ্যে অক্ষৰো। ব্যঞ্জন বর্ণমালাৰ ক্ষেত্ৰত সুকীয়া। যেনে-
ক, খ, গ, ঘ আদি প্রত্যেকেই একো একোটা অক্ষৰহে; কিয়নো ইহঁতৰ প্রত্যেকতে 'অ' -স্বৰ যুক্ত হৈ থাকে। যেনে- ক=ক্‌অ, খ=খ্‌অ, গ=গ্‌অ, ঘ=ঘ্‌অ ইত্যাদি৷ ব্যঞ্জন বৰ্ণৰ আখৰবোৰত দুটাকৈ বৰ্ণ নিহিত হৈ থাকে৷ এটা হ’ল স্বৰবৰ্ণব্যঞ্জন বৰ্ণ আৰু আনটো অ -স্বৰ বৰ্ণ৷<ref name="abmb"/>
 
হলন্ত আখৰবোৰহে প্ৰকৃতপক্ষে সংস্কৃত ভাষাত একাকী বৰ্ণ; অৰ্থাৎ क এটা অক্ষৰ আৰু क् এটা বৰ্ণ৷<ref name="abmb"/>