বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
225 নং শাৰী:
 
==বৰ্ণ, অক্ষৰ আৰু আখৰ==
বৰ্ণমালাৰ বৰ্ণবোৰ একো একোটা চিহ্ন বিশেষ; এই বৰ্ণবোৰক আখৰ কোৱা হয়৷ শ্ৰৱণেন্দ্ৰিয়ৰে শুনা স্তৰত যিটো শ্ৰূয়মাণ বৰ্ণ, চাক্ষুষ অৰ্থাৎ দৃশ্যমান স্তৰত সেইটোৱেই আখৰ৷ বৰ্ণই প্ৰকাৰান্তৰে আখৰ, আৰু আখৰে প্ৰকাৰান্তৰে বৰ্ণ৷<ref group="টোকা" name="footnoteA">বৰ্ণবিজ্ঞানৰ মতে বৰ্ণ উচ্চাৰিত হ’ব নোৱাৰে৷ বৰ্ণ এটা অমূৰ্ত ৰূপ (abstraction); বৰ্ণৰ অন্তৰ্গত ধ্বনিহে (allophone) মানুহৰ মুখত উচ্চাৰিত হয়৷ সেই কাৰণে, বৰ্ণৰ শ্ৰূয়মাণ গুণ বা তেনে কথা ওলালে বৰ্ণৰ উচ্চাৰণাত্মক গুণৰ কথা কোৱা হৈছে বুলি বুজিব লাগে৷</ref><ref name="abmb">{{cite book|title=অসমীয়া ব্যাকৰণৰ মৌলিক বিচৰাবিচাৰ | author=গোস্বামী, ড° শ্ৰীগোলোকচন্দ্ৰ | year=2017 | pages=57-83 | accessdate=10 june 2020}}</ref>
 
অসমীয়া আখৰ শব্দটো সংস্কৃত অক্ষৰ শব্দৰ পৰা ওলাইছে যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। অক্ষৰ শব্দই syllable বুজায়। এটা মাথোন হৃদস্পন্দন উচ্চাৰিত ধ্বনি বা ধ্বনিসমষ্টিকে অক্ষৰ বোলে।<ref name="abmb"/>