ইন্দ্ৰেশ্বৰ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{infobox person
| name = ইন্দ্ৰেশ্বৰ শৰ্মা
| image =ইন্দ্ৰেশ্বৰ শৰ্মা.jpg
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ১০ জানুৱাৰী ১৯৩০<ref>{{Cite web |last=|first=|title= সংগীতাচাৰ্য শিল্পীপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ|url=https://pragnews.com/as/সংগীতাচাৰ্য-শিল্পীপ্ৰাণ/আঞ্চলিক/
}}</ref>
12 নং শাৰী:
| death_date = ৯ জুন ২০২০
| death_place = [[যোৰহাট]], [[অসম]]
| resting_place =
| occupation = সংগীতজ্ঞ, বেহেলাবাদক, সংগীত পৰিচালক
| language =
| nationality = ভাৰতীয় {{flagicon|IND}}
| ethnicity =
| citizenship = ভাৰতীয়
| education =
| alma_mater = ভাটখাণ্ডে সংগীত মহাবিদ্যালয়
| period =
| genre =
| subject =
| movement =
| notableworks =
| spouse = অমিয়া দেৱী
| parents = গোপাল চন্দ্ৰ শৰ্মা (পিতৃ)<br>চন্দ্রপ্রভাচন্দ্ৰপ্ৰভা দেৱী (মাতৃ)
| children = ৩
| relatives =
| influences =
| influenced =
| awards = শিল্পী বঁটা, ২০০৯
| signature =
| signature_alt =
| website =
}}
'''ইন্দ্ৰেশ্বৰ শৰ্মা''' (১০ জানুৱাৰী ১৯৩০ - ৯ জুন ২০২০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক আছিল। তেওঁ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা [[বেহেলা]] বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া। তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ [[ভবেন্দ্ৰনাথ শইকীয়া|ড°ড॰ ভবেন্দ্ৰনাথ শইকীয়া]]ৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] বিজয়ী ছবি '[[সন্ধ্যাৰাগ]]' আৰু '[[ইতিহাস (চলচ্চিত্ৰ)|ইতিহাস]]'ৰ সংগীত পৰিচালক আছিল। সাহিত্যাচাৰ্য [[মিত্ৰদেৱ মহন্ত]]য়ে ৰচনা কৰা [[অসম সাহিত্য সভা]]ৰ আদৰণি গীত '[[চিৰ চেনেহী মোৰ ভাষা জননী]]'ৰ স্বৰলিপি ইন্দ্ৰেশ্বৰ শৰ্মায়ে সৃষ্টি কৰিছিল।<ref name="জনমভূমি">{{cite news | url=https://janambhumi.in/VGxSQk1FMTZSVDA9/সংগীতপ্রাণ%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A3-ইন্দ্রেশ্বৰ%E0%A6%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-শর্মাৰ%E0%A6%B6%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0-পৰলোক%E0%A6%AA%E0%A7%B0%E0%A6%B2%E0%A7%8B%E0%A6%95.html | title=সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ পৰলোক| work=Janambhumi | date=10 June 2020 | accessdate=10 June 2020 | author=janambhumi.in}}</ref>
 
==প্ৰাৰম্ভিক জীৱন==
১৯৩০ চনৰ ১০ জানুৱাৰী তাৰিখে [[যোৰহাট জিলা]]ৰ গৰিয়াহাবিত ইন্দ্ৰেশ্বৰ শৰ্মাৰ জন্ম হয়। <ref name="নিয়মীয়া বাৰ্তা">{{cite news | url=| title=সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ দেহাৱসান| work=নিয়মীয়া বাৰ্তা| date=10 June 2020 | accessdate=10 June 2020 | author=নিয়মীয়া বাৰ্তা}}</ref> বৰ্তমান এই অঞ্চল যোৰহাটৰ লহপহীয়াত অৱস্থিত। তেওঁৰ পিতৃ গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃ চন্দ্রপ্রভাচন্দ্ৰপ্ৰভা দেৱী। গোপাল চন্দ্ৰ শৰ্মা যোৰহাট সংগীত বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। শৈশৱৰ পৰায়ে তেওঁৰ সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল। সেয়ে আনুষ্ঠানিক শিক্ষা শেষ কৰি ১৯৪৭ চনত যোৰহাট সংগীত বিদ্যালয়ত যোগদান কৰে। ১৯৫২ চনত তেওঁ [[অসম চৰকাৰ]]ৰ পৰা 'মৰিচ কলেজ অফ হিন্দুন্থানী মিউজিক’ আৰু [[উত্তৰ প্ৰদেশ]]ৰ লক্ষ্ণৌত অৱস্থিত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ত [[বেহেলা]] শিক্ষাৰ বাবে ৬০ টকীয়া জলপানি লাভ কৰিছিল।<ref name ="জনমভূমি"/> তেওঁ ১৯৫৬-৫৭ চনৰ ভিতৰত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে তেওঁ বাদ্য বিশাৰদ স্বীকৃতি লাভ কৰা প্ৰথম অসমীয়া। সেইসময়ত তেওঁ বিখ্যাত [[তবলা]] ওস্তাদ মুন্না খানৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।<ref name="নিয়মীয়া বাৰ্তা"/> তেওঁ লক্ষ্ণৌত শিক্ষা গ্ৰহণ কৰি থাকোঁতে ‘[[দৈনিক জনমভূমি|জনমভূমি]]’ৰ সংবাদদাতা ৰূপেও সেৱা আগবঢ়াইছিল৷আগবঢ়াইছিল।
 
==কৰ্মজীৱন==
লক্ষ্ণৌৰ পৰা শিক্ষা লাভ কৰি ইন্দ্ৰেশ্বৰ শৰ্মায়ে অসমলৈ ঘূৰি আহে। তেওঁ ১৯৫৮ চনত সংগীত শিক্ষা সমাপ্ত কৰি অসম কলেজ অফ মিউজিক, [[গুৱাহাটী]]ত সংগীত শিক্ষক হিচাপে কর্মজীৱনকৰ্মজীৱন আৰম্ভ কৰে৷কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৫৯ চনত তিতাবৰৰ জনতা কলেজত সংগীত শিক্ষক ৰূপে যোগদান কৰে৷কৰে। তাৰপিছত ১৯৬২ চনত তেওঁ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৮৯ চনৰ ফেব্রুৱাৰীফেব্ৰুৱাৰী মাহত তাৰ পৰা অৱসৰ গ্রহণগ্ৰহণ কৰে৷কৰে।<ref name="নিয়মীয়া বাৰ্তা"/>
 
তেওঁ সর্বভাৰতীয়সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্রৰকেন্দ্ৰৰ ১৯৬৯ চনৰ পৰা বেহেলাৰ একমাত্রএকমাত্ৰ স্বীকৃতিপ্রাপ্তস্বীকৃতিপ্ৰাপ্ত শাস্ত্রীয়শাস্ত্ৰীয় সংগীতজ্ঞ আছিল৷আছিল। ১৯৭২ চনত তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বও গ্রহণগ্ৰহণ কৰিছিল। তেওঁ এসময়ত বাদ্যশিল্পী হিচাপে পণ্ডিত পট্টবৰ্ধন, চিন্ময় লাহৰী, এ কান্নান, শ্ৰীকান্ত বাকৰে, [[ভূপেন হাজৰিকা|ড°ড॰ ভূপেন হাজৰিকা]]কে আদি কৰি ভিন্ন জনৰ সংগ দিছিল। ১৯৯৫ আৰু ১৯৯৬ চনত সর্বভাৰতীয়সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্রইকেন্দ্ৰই দিল্লীত আয়োজন কৰা সর্বভাৰতীয়সৰ্বভাৰতীয় সংগীত প্রতিযোগিতাৰপ্ৰতিযোগিতাৰ বিচাৰক হিচাপে ইন্দ্ৰেশ্বৰ শৰ্মায়ে আমন্ত্রণআমন্ত্ৰণ লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ [[ভবেন্দ্ৰনাথ শইকীয়া|ড°ড॰ ভবেন্দ্ৰনাথ শইকীয়া]]ৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা]] বিজয়ী ছবি '[[সন্ধ্যাৰাগ]]' আৰু '[[ইতিহাস (চলচ্চিত্ৰ)|ইতিহাস]]'ৰ সংগীত পৰিচালক আছিল।<ref name ="জনমভূমি"/><ref name="নিয়মীয়া বাৰ্তা"/>
 
ইন্দ্ৰেশ্বৰ শৰ্মায়ে [[অসম সাহিত্য সভা]]ৰ প্রতীকপ্ৰতীক সংগীত ‘[[চিৰ চেনেহী মোৰ ভাষা জননী]]’ৰ স্বৰলিপি সৃষ্টি কৰিছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ বিশেষ তথ্যচিত্ৰত সংগীত পৰিচালনা কৰিছিল। তেওঁ কেইবাটাও দেশ-প্ৰেমমূলক গীত ৰচনা কৰিছিল। আকাশবাণী যোৰহাট কেন্দ্ৰ স্থাপনকালত প্ৰচাৰ হোৱা প্ৰথম গীত তেওঁ পৰিচালনা কৰিছিল। ইয়াৰ লগতে [[যোৰহাট]]ৰ ২০০ বছৰীয়া জয়ন্তীত প্ৰচাৰিত গীতটি তেওঁ পৰিচালনা কৰিছিল।<ref name ="জনমভূমি"/>
 
তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰত পাঁচখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ কেইবাখনো বাতৰি-কাকতত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল। তেওঁ মৃত্যুৰ আগলৈকে ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুতৰ দায়িত্ব পালন কৰাৰ লগতে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ সংগীত বিভাগৰ উত্তৰবহী পৰীক্ষকৰ দায়িত্ব পালন কৰি আছিল।
==বঁটা আৰু সন্মান==
তেওঁৰ কৰ্মৰাজিৰ বাবে ১৯৯৪ আৰু ১৯৯৭ চনত সাংস্কৃতিক সঞ্চালকালয়ে তেওঁক সন্মানিত কৰিছিল।<ref name="নিয়মীয়া বাৰ্তা"/> [[অসম চৰকাৰ]]ৰ তৰফৰ পৰা ১৯৯৬ চনত তেওঁক শিল্পী পেঞ্চন আগবঢ়োৱা হয়। ১৯৯৭ চনত তেওঁক 'সংগীতপ্ৰাণ' উপাধি প্ৰদান কৰা হয়। ২০০৩ চনত গুৱাহাটীৰ জিতেন্দ্রজিতেন্দ্ৰ নাথ সংগীত মহাবিদ্যালয়ে ‘সংগীতাচার্য’‘সংগীতাচাৰ্য’ উপাধিৰে সন্মানিত কৰে৷কৰে। ২০০৯ চনত [[অসম চৰকাৰ|অসম চৰকাৰে]] সংগীত ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে 'শিল্পী বঁটা' প্ৰদান কৰে।<ref>{{Cite web |last=|first=|title= অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ|url=https://directorculture.assam.gov.in/as/portlets/পুৰস্কাৰ-সমূহ}}</ref> ২০১৪ চনত তেওঁ [[তেজপুৰ]]ৰ সাংস্কৃতিক অনুষ্ঠান চাতকে আগবঢ়াই অহা "চাতক" সন্মান লাভ কৰিছিল।<ref>{{Cite web |last=|first=|title= আজিৰ ভাল খবৰবোৰ|url=https://www.xukhdukh.com/2014/08/GOODNEWS_24.html?m=1}}</ref> যোৰহাট সংগীত শিল্পী সন্থাই প্রকাশপ্ৰকাশ কৰা ‘সংগীতপ্রাণ’‘সংগীতপ্ৰাণ’ শীর্ষকশীৰ্ষক এখন গ্রন্থৰগ্ৰন্থৰ জৰিয়তে বিগত ২০১৯ বর্ষৰবৰ্ষৰ ২৯ ডিচেম্বৰত তেওঁক ৰাজহুৱা সম্বর্ধনাসম্বৰ্ধনা জনোৱা হৈছিল।<ref name="নিয়মীয়া বাৰ্তা"/>
==ব্যক্তিগত জীৱন==
ইন্দ্রেশ্বৰইন্দ্ৰেশ্বৰ শর্মাইশৰ্মাই পত্নী অমিয়া দেৱী। তেওঁলোকৰ এজন পুত্রপুত্ৰ আশিস শৰ্মা আৰু দুগৰাকী কন্যা আছে। সুধাকণ্ঠ [[ভূপেন হাজৰিকা]]ৰ সৈতে অনবৰতে থকা অন্যতম বাদ্যশিল্পী কমল কটকী আৰু কণ্ঠশিল্পী আশা শর্মাশৰ্মা কটকী ইন্দ্ৰেশ্বৰ শর্মাৰশৰ্মাৰ জী-জোঁৱাই৷জোঁৱাই। তেওঁলোক যোৰহাটৰ নেহৰুপার্কতনেহৰুপাৰ্কত বসবাস কৰিছিল।<ref name ="জনমভূমি"/>
==মৃত্যু==
২০২০ চনৰ ৯ জুন তাৰিখে যোৰহাটৰ নেহৰুপার্কতনেহৰুপাৰ্কত অৱস্থিত নিজা বাসস্থানত ৯০ বছৰ বয়সত ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যু হয়। তেওঁৰ অন্ত্যেষ্টিক্রিয়াঅন্ত্যেষ্টিক্ৰিয়া অসমৰ মুখ্যমন্ত্রীমুখ্যমন্ত্ৰী [[সৰ্বানন্দ সোণোৱাল]]ৰ নির্দেশক্রমেনিৰ্দেশক্ৰমে ৰাজ্যিক মর্যাদাৰেমৰ্যাদাৰে তৰাজান শ্মশানত সম্পন্ন কৰা হয়৷হয়।<ref name ="জনমভূমি"/>
 
==তথ্য উৎস==