ৱাল্ট ডিজনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
17 নং শাৰী:
| children = ডায়েনা মেৰী ডিজনী<br />শ্বেৰন মে' ডিজনী
| religion = [[খ্ৰীষ্টান]]
| party = ৰিপাব্লিকান দল (আমেৰিকা যুক্তৰাষ্ট্ৰ)
| signature = Walt Disney Signature 2.svg
}}
[[File:Newman Laugh-O-Gram (1921).webm|thumb|thumbtime=2|upright=1.5|''Newman Laugh-O-Gram'' (1921)]]
'''ৱাল্টাৰ এলিয়াচ''' "'''ৱাল্ট'''" '''ডিজনী''' (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল <ref>{{cite news|title=Walt Disney Helped Wernher von Braun Sell Americans on Space|url=http://www.space.com/news/spacehistory/vonbraun_disney_020813.html| agency=Associated Press |author= Dave Bryan |date= 2002-08-13|accessdate=2010-09-27 |archiveurl=http://web.archive.org/web/20020816210006/http://www.space.com/news/spacehistory/vonbraun_disney_020813.html|archivedate=2002-08-16}}</ref> আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মাননিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়। বিংশ শতিকাত মনোৰঞ্জনৰ জগতত তেওঁৰ প্ৰভাৱ লেখত ল'বলগীয়া। ভ্ৰাতৃ ৰয় অলিভাৰ ডিজনীৰ লগত মিলি তেওঁ ৱাল্ট ডিজনী প্ৰডাকচন্‌চ প্ৰতিষ্ঠা কৰে যি পিছলৈ বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা হৈ পৰে। সংস্থাটোক এতিয়া [[ৱাল্ট ডিজনী কোম্পানী]] বুলি জনা যায়, ইয়াৰ বছৰি লাভালাভ আজিৰ তাৰিখত প্ৰায় ৩৫ বিলিয়ন ডলাৰ।
 
এজন চলচ্চিত্ৰ প্ৰযোজক হিছাপে আৰু [[এনিমেছন]] তথা [[থীম পাৰ্ক]]ৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল। তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিয়ে, ইয়াৰে [[মিকী মাউছ]]ৰ চৰিত্ৰত ডিজনীয়ে নিজেই কণ্ঠ দান কৰিছিল। জীৱনকালত তেওঁ চাৰিটা সন্মানজনক [[একাডেমী বঁটা]] লাভ কৰে আৰু মুঠ উনপঞ্চাশটা মনোনয়নৰ মাজত এবছৰত চাৰিটাকে ধৰি বাইশটা একাডেমী বঁটা লাভ কৰে <ref name="academyaward">{{cite web|title=Walt Disney Academy awards | url=http://awardsdatabase.oscars.org/index.jsp | publisher=[[Academy of Motion Picture Arts and Sciences]]|accessdate=2008-05-21 }}</ref>। একাডেমী বঁটাৰ ইতিহাসত আন কোনো ব্যক্তিতকৈ এয়া আছিল বেছি। তেওঁ সাতটা [[এম্মী বঁটা]]ও লাভ কৰিছিল। তাৰোপৰিতদুপৰি তেওঁ নিজৰ নামটো আমেৰিকাৰ [[ডিজনীলেণ্ড]] আৰু [[ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট]]ৰ বাহিৰেও আন্তৰ্জাতিক [[টকিয়' ডিজনী]], [[ডিজনীলেণ্ড পেৰিছ]] আৰু [[ডিজনীলেণ্ড হংকং]]ক দান কৰে।
 
১৫ ডিচেম্বৰ, ১৯৬৬ চনত [[বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়া]]ত হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি তেওঁৰ মৃত্যু হোৱাৰ পিছৰ বছৰ ফ্ল'ৰিডাত ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট স্থাপনৰ কাম আৰম্ভ হয়। তেওঁৰ ভ্ৰাতৃ ৰয় ডিজনীয়ে ১ অক্টোবৰ, ১৯৭১ চনত [[মেজিক কিংডম]] উদ্বোধন কৰে।
 
==লগতে পঢ়ক==
31 নং শাৰী:
* [[Michael Broggie|Broggie, Michael]] (1997, 1998, 2005). ''Walt Disney's Railroad Story''. Virginia Beach, Virginia. Donning Publishers. ISBN 1-56342-009-0
* Chytry, Josef. “Walt Disney and the Creation of Emotional Environments: Interpreting Walt Disney’s Oeuvre from the Disney Studios to Disneyland, CalArts, and the Experimental Prototype Community of Tomorrow (epcot),” ''Rethinking History'' (London), 16 (June 2012), 259–78.
* Eliot, Marc (1994). ''[[Walt Disney: Hollywood's Dark Prince]]''. New York: Birch Lane Press. ISBN 155972174X.
* [[Neal Gabler|Gabler, Neal]]. ''Walt Disney: The Triumph of American Imagination'' (2006). New York, NY. Random House. ISBN 0-679-43822-X
* [[Richard Schickel|Schickel, Richard]], and [[Ivan R. Dee|Dee, Ivan R.]] (1967, 1985, 1997). ''The Disney Version: The Life, Times, Art and Commerce of Walt Disney''. Chicago: Ivan R. Dee, Publisher. ISBN 1-56663-158-0.