ৱিণ্ড'জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(GR) File:Windows darkblue 2012 svg.svgFile:Windows darkblue 2012.svg Criterion 6 (Non-controversial maintenance and bug fixes) - double ext
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
| logo = [[File:Windows darkblue 2012.svg|200px]]
| logo_size =
| screenshot =
| caption =
| website = {{URL|windows.microsoft.com}}
16 নং শাৰী:
}}
| ui = [[Windows shell]]
| programmed_in = [[চি (প্ৰগ্ৰামিং লেংগুৱেজ)|C]], [[C++]], [[Assembly language|Assembly]]<ref>{{cite web |url=http://technet.microsoft.com/library/cc767881.aspx |title= Lesson 2 - Windows NT System Overview |work=Microsoft TechNet |publisher=Microsoft |accessdate=November 25, 2014}}</ref>
| license = [[Proprietary software|Proprietary]] [[commercial software]]
| language = ১৩৭ টা১৩৭টা ভাষা<ref>{{cite web|url=http://msdn.microsoft.com/goglobal/ee461121#AvailableLanguagePacks |title=Listing of available Windows 7 language packs |publisher=Msdn.microsoft.com |date= |accessdate=April 5, 2014}}</ref>
| working_state = Publicly released
| supported_platforms = [[ARM architecture|ARM]], [[IA-32]], [[Itanium]], [[x86-64]], [[DEC Alpha]], [[MIPS architecture|MIPS]], [[PowerPC]]
25 নং শাৰী:
|working state = }}
 
'''মাইক্ৰ'চফ্ট ৱিণ্ড'জ''' বা '''ৱিণ্ড'জ''' [[মাইক্ৰচফ্ট]] প্ৰতিষ্ঠানে নিৰ্মাণ আৰু বিক্ৰী কৰা কেইবাটাও লৈখিক অপাৰেটিং চিষ্টেমৰ গোটৰ নাম।
 
১৯৮৫ চনত মাইক্ৰচফ্টে লৈখিক অপাৰেটিং চিষ্টেমসমূহৰ বৰ্দ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ ৰাখি 'ৱিণ্ড'জ' নামৰ এটি লৈখিক অপাৰেটিং চিষ্টেম, এম-এচ ড'চৰ পাছত মুক্তি প্ৰদান কৰিলে।<ref name=aboutcomnov>{{cite web |url=http://inventors.about.com/od/mstartinventions/a/Windows.htm?rd=1 |title=The Unusual History of Microsoft Windows |accessdate=April 22, 2007}}</ref> ৱিণ্ড'জ কম্পিউটাৰ জগতৰ সৰ্বাধিক জনপ্ৰিয় অপাৰেটিং চিষ্টেম হৈ পৰিল। পিচে [[স্মাৰ্ট ফোন]]ৰ জনপ্ৰিয়তাই [[এণ্ড্ৰইড]]ক ৱিণ্ড'জতকৈ অধিক জনপ্ৰিয় কৰি তুলিলে আৰু ৱিণ্ড'জৰ বিক্ৰী এণ্ড্ৰইডৰ তুলনাত প্ৰায় এক চতুৰ্থাংশ হৈ পৰিল। পিচে ফোন জগতক বাদ দিলে বৰ্তমানেও ব্যক্তিগত পৰিকলন যন্ত্ৰ (''পাৰ্চনেল কম্পিউটাৰ'')ৰ সৰ্বাধিক জনপ্ৰিয় অপাৰেটিং চিষ্টেম।
 
বৰ্তমানে [[ৱিণ্ড'জ ১০]], [[ৱিণ্ড'জ ১০ ম'বাইল]] আদি ৱিণ্ড'জৰ জনপ্ৰিয় সংস্কৰণ।
 
==সংস্কৰণসমূহৰ বুৰঞ্জী==
===প্ৰাৰম্ভিক সংস্কৰণসমূহ===
১৯৮১ চনত চেচ বিচপৰ বৰঙণিৰেবৰঙনিৰে, ১৯৮৩ চনত ৱিণ্ড'জ ১.০ৰ কথা ঘোষণা কৰা হ'ল। পিচে ই মুক্তি পালে ১৯৮৫ চনতহে।<ref>[http://windows.microsoft.com/en-in/windows/history A history of Windows] (at microsoft.com)</ref> ই এপলৰ অ-এছৰ তুলনাত অধিক জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে। ই এক পূৰ্ণ অ-এছ নহয়, এম-এছ ড'চৰ বৰ্দ্ধিত সংস্কৰণহে। এই সংস্কৰণত [[Microsoft Calculator|Calculator]], Calendar, [[Cardfile]], [[ClipBook Viewer|Clipboard viewer]], Clock, [[Control Panel (Windows)|Control Panel]], [[Notepad (Windows)|Notepad]], [[Microsoft Paint|Paint]], [[Reversi]], [[Terminal emulator|Terminal]] আৰু [[Windows Write|Write]] প্ৰদান কৰা হৈছিল।
 
১৯৮৭ চনত ৱিণ্ড'জ ২.০ই মুক্তি লাভ কৰিলে। ই পূৰ্বৰ সংস্কৰণতকৈ অধিক জনপ্ৰিয় হ'ল। ৱিণ্ড'জ ২.০ত এটি ৱিণ্ড'ৰ ওপৰত আন ৱিণ্ড' খুলিব পৰা সুবিধা কৰা হ'ল। এই সুবিধাৰ স্বত্বক লৈ [[এপল|এপলে]] মাইক্ৰ'চফ্টৰ বিৰুদ্ধে আইনৰ কাষ চাপিলে।<ref>{{cite web |url=http://lowendmac.com/orchard/06/apple-vs-microsoft.html |title=The Apple vs. Microsoft GUI Lawsuit |year=2006 |accessdate=March 12, 2008}}</ref><ref>{{cite web |url=http://home.earthlink.net/~mjohnsen/Technology/Lawsuits/appvsms.html |title=Apple Computer, Inc. v. MicroSoft Corp., 35 F.3d 1435 (9th Cir. 1994) |accessdate=March 12, 2008}}</ref> ৱিণ্ড'জৰ এই সংস্কৰণে জটিলতৰ [[চাবি ফকল]]ৰ চুটিপথ আৰু বৰ্দ্ধিত মেমৰি ব্যৱহাৰ কৰিছিল।
 
ৱিণ্ড'জ ২.১ দুই সংস্কৰণত মুক্ত কৰা হ'ল। এই সংস্কৰণসমূহ বেলেগকৈ ইনষ্টল নকৰি এম-এছ ড'চৰ লগতে ব্যৱহাৰ কৰিব পৰা গৈছিল।
 
ৱিণ্ড'জৰ এই প্ৰাৰম্ভিক সংস্কৰণসমূহত কিমান দূৰলৈকে অপাৰেটিং চিষ্টেমৰ বৈশিষ্ট্য আছে, সেয়া চৰ্চাৰ বিষয়।
 
===ৱিণ্ড'জ ৩.x===
ৱিণ্ড'জ ৩ বাণিজ্যিকভাৱে প্ৰথম সফল ৱিণ্ড'জৰ সংস্কৰণ। ১৯৯০ চনত মুক্ত এই সংস্কৰণৰ ছমাহত ২ মিলিয়ন প্ৰতিলিপি বিক্ৰী হৈছিল।<ref>{{cite web |url=http://www.islandnet.com/~kpolsson/compsoft/soft1991.htm |title=Chronology of Personal Computer Software}}</ref><ref>{{cite web |url=http://www.thocp.net/companies/microsoft/microsoft_company.htm |title=Microsoft Company}}</ref> এই সংস্কৰণৰ বাবে চি প্ৰগ্ৰামিং ভাষাৰ পৰা এচেম্ব্লি ভাষালৈ বহুতো সংকেটসংকেত অনুবাদ কৰা হৈছিল। এই সংস্কৰণে 'প্ৰটেক্টেড ম'ড'ৰ সুবিধা প্ৰদান কৰিছিল।
 
১৯৯২ চনত ৱিণ্ড'জ ৩.১ আৰু ''ৱিণ্ড'জ ফৰ ৱৰ্কগ্ৰুপ/ৱিণ্ড'জ ৩.১১ মুক্ত হ'ল।
 
ৱিণ্ড'জ ৩.২ পূৰ্বৰ সংস্কৰণৰ চীনা ভাষাৰ সংস্কৰণৰ উন্নত ৰূপ। এই সংস্কৰণ কেৱল চীনা ভাষাতহে উপলব্ধ আছিল, কাৰণ এই সংস্কৰণত কেৱল চীনা লিপিৰ জটিল চিহ্নবোৰৰ ব্যৱহাৰহে উন্নত কৰা হৈছিল, আৰু আন তেনে ধৰণৰ সুবিধা আগ বঢ়োৱা হৈছিল।<ref>{{cite web|title=Microsoft Windows Simplified Chinese 3.2 Upgrade Is Available|url= http://support.microsoft.com/default.aspx?scid=kb;en-us;129451|publisher=Microsoft|date=October 30, 2003|accessdate=September 4, 2009}}</ref>
"https://as.wikipedia.org/wiki/ৱিণ্ড%27জ"ৰ পৰা অনা হৈছে