ৱেব ব্ৰাউজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{stub}}
 
ব্ৰাউজাৰ হৈছে [[ৱৰ্ল্ড_ৱাইড_ৱেব|ৱৰ্ল্ড ৱাইড ৱেব]]ৰ পৰা উপলব্ধ তথ্য সমুহসমূহ আহৰন কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ ।ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমুহকসমূহক [[ৰেণ্ডাৰিং ইঞ্জিন]]ৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।
 
বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত Mozilla FireFox, Google Chrome, Opera, Safari আৰু Internet Explorer উল্লেখযোগ্য।
 
==ইতিহাস==
১৯৯০ চনত ছাৰ টিম বাৰ্ণাৰ্ড লীয়ে প্ৰথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্ৰথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ (Nexus) নামেৰে নামাকৃত কৰা হয়।<ref>[http://www.w3.org/People/Berners-Lee/WorldWideWeb.html The WorldWideWeb browser]</ref>