শিৱসাগৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
|name= শিৱসাগৰ জিলা
|settlement_type=[[অসমৰ জিলা|জিলা]]
|image_skyline = Sivasagar.jpg
|image_size =
|image_caption = (ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত) [[শিৱসাগৰৰ শিৱদৌল]], শৰাগুৰি চাপৰিৰ [[আজানপীৰৰ দৰগাহ]], গড়গাঁওৰগড়গাঁৱৰ [[কাৰেংঘৰ]], [[ৰংঘৰ]], আৰু নিশাৰ শিৱসাগৰ পুখুৰী
|image_map = Assam district locator map Sivasagar.png
|map_caption = শিৱসাগৰ জিলাৰ অৱস্থান
|subdivision_type = দেশ
|subdivision_name = {{flag|ভাৰত}}
|subdivision_type1 = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
|subdivision_name1 = [[অসম]]
|subdivision_type2 = সদৰ
|subdivision_name2 = [[শিৱসাগৰ]]
|leader_title =
|leader_name =
|established_title =
|established_date =
|area_magnitude =
|area_total_km2 = 2668
|area_land_km2 =
|area_water_km2 =
|population_as_of = 2009
|population_note =
|population_total = 2508021
|population_metro =
|population_density_km2 = 940
|timezone =[[গ্ৰী.মা.স. +৫.৩০|ভাৰতীয় মান সময়]]
|utc_offset = +5:30
|timezone_DST =
|utc_offset_DST =
|latd=|latm=|lats=|latNS=N
|longd=|longm= |longs=|longEW=W
|elevation_m =
|blank_name =
|blank_info =
|website = [http://www.sivasagar.nic.in/ sivasagar.nic.in]
|footnotes =

'''শিৱসাগৰ জিলা''' ({{Lang-en|Sivasagar}}) [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ এখন [[অসমৰ জিলা|প্ৰশাসনিক জিলা]] ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া [[আহোম ৰাজ্য|আহোম ৰাজবংশৰ]] বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে।

==শিৱসাগৰ নামৰ উৎপত্তি==
শিৱসাগৰ নামটো জিলাখনৰ সদৰ [[শিৱসাগৰ|শিৱসাগৰ নগৰত]] থকা শিৱসাগৰ নামৰ পুখুৰীৰ নামৰ পৰা অহা।

স্বৰ্গদেও [[ৰুদ্ৰসিংহ]]ৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ [[শিৱসিংহ]] ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। [[ফুলেশ্বৰী কুঁৱৰী]] কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল।

সন্তান প্ৰসবৰ সময়ত ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যু হয়। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।<ref>{{cite book | title=বেলি মাৰ গ'ল | publisher=বনলতা | author=লীলা গগৈ | authorlink=শিৱস্ংহ আৰু বৰৰজা ফুলেশ্বৰী; কৃষ্ণৰাম ভট্টাচাৰ্য্য, পৰ্বতীয়া গোসাঁই | year=২০০৭ চন | location=ডিব্ৰুগড়}}</ref> আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।

==অৰ্থনৈতিক গুৰুত্ব==
শিৱসাগৰৰ অৰ্থনীতি প্ৰধানকৈ তেল, গেছ, চাহ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল৷নিৰ্ভৰশীল।

==ভৌগোলিক বিৱৰণ==
63 নং শাৰী:
::পূৱে ডিব্ৰুগড় জিলা
::দক্ষিণে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ
::পশ্চিমে যোৰহাট জিলা।
*জিলাখনৰ উল্লেখযোগ্য নদীঃ
জিলাখনৰ উত্তৰ দিশেৰে [[ব্ৰহ্মপুত্ৰ নদী]] বৈ গৈছে। অন্য প্ৰধান নদীসমূহ হ'ল- দিচাং, দিখৌ, দৰিকা, জাঁজী।

==জন গাঁথনি==
77 নং শাৰী:
::২.নাজিৰা মহকুমা
::৩.চৰাইদেও মহকুমা
জিলাখনৰ উন্নয়ন খণ্ড ৮ টা৮টা
সেইকেইটা হৈছে

::১.আমগুৰি
84 নং শাৰী:
::৪.নাজিৰা
::৫.সোণাৰি (দিচাংপানী) (গাঁও পঞ্চায়ত ১১খন)
::৬.লাকুৱা (গাঁও পঞ্চায়ত ৪খন)
::৭.সাপেখাটী (গাঁও পঞ্চায়ত ১৫খন)
::৮.পশ্চিম অভয়পুৰ (গাঁও পঞ্চায়ত ৬খন)
::৯.খেলুৱা
শিৱসাগৰ জিলাৰ মুঠ পৌৰ নগৰ ৬ খন

::[[শিৱসাগৰ]]
::[[শিমলুগুৰি, শিৱসাগৰ|শিমলুগুৰি]]
::[[আমগুৰি]]
::[[নাজিৰা]]
::[[সোণাৰি]]
::[[মৰাণহাট]]
জিলাখনত বিধানসভাৰ মুঠ সমষ্টি ৬টা-

::১০৩, আমগুৰি
::১০৪, নাজিৰা
::১০৫, মাহমৰা
::১০৬, সোণাৰি
::১০৭, থাওৰা
::১০৮, শিৱসাগৰ
শিৱসাগৰৰ বৰ্তমানৰ উপায়ুক্ত-যতীন্দ্ৰ লহকৰ
106 নং শাৰী:

==যাতায়াত==
শিৱসাগৰ জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱে চুইযোৱা প্ৰধান ঠাইবোৰ হ'ল- জাঁজী, শিৱসাগৰ আৰু মৰাণ। গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা [[ধোদৰ আলি]] জিলাখনৰ অন্যতম প্ৰধান পথ। এই পথটোৱে নামতি, নাজিৰা, শিমলুগুৰি, সোণাৰি আদি ঠাই চুই গৈছে। জিলাখনত মুঠ ৰেলপথৰ দৈৰ্ঘদৈৰ্ঘ্য ১৫৩ কিঃমিঃ। প্ৰধান ষ্টেচন শিমলুগুৰি। শিমলুগুৰিৰ পৰা এটা শাখা ৰেলপথ ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ ঘটোৱাৰ পাছত দেশৰ অন্যান্য অংশৰ সৈতে শিৱসাগৰ আৰু মৰাণ নগৰ ৰেলৰ দ্বাৰা সংযোজিত হৈছে।

==উল্লেখযোগ্য শিক্ষানুষ্ঠান==
125 নং শাৰী:
{{Multicol-break}}
*বৰপাত্ৰ দ’ল উচ্চ বিদ্যালয়
*সাপেখাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়বিদ্যালয়।
*শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
*ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়
153 নং শাৰী:
| caption5=[[নামদাঙৰ শিলৰ সাঁকো]]

# '''[[কাৰেংঘৰ]] বা (তলাতল ঘৰ)'''
শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত অৱস্থিত। স্বৰ্গদেও ৰাজেশ্বৰ সিংহই (১৭৫১- ৬৯ খৃষ্টাব্দ) নিৰ্মাণ কৰিছিল। ৰাজপৰিয়ালৰ বাসগৃহ তথা ৰাজসভা আছিল। কাৰেংঘৰ সাতমহলীয়াকৈ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ তিনিটা মহল ভূমিগত আছিল বাবেই তলাতল ঘৰ নাম পায়। ইয়াৰ পৰা গড়গাঁওৰগড়গাঁৱৰ কাৰেং আৰু দিখৌঘাটলৈ গোপন সুৰঙ্গ পথ আছিল, যি পথ পাছলৈ বৃটিছে বন্ধ কৰি দিয়ে।
# '''[[গড়গাঁৱৰ কাৰেংঘৰ]]'''
চাৰি মহলীয়া ইটাৰে নিৰ্মিত এই কাৰেংঘৰ ১৭৫২ চনত স্বৰ্গদেও ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে।
# '''[[ৰংঘৰ]]'''
এই ৰংঘৰত বহি আহোম স্বৰ্গদেওসকলে সপৰিয়ালে খেল-ধেমালী আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছিল।এচিয়াৰকৰিছিল। এচিয়াৰ প্ৰথম পেভিলিয়ন হিচাপে প্ৰখ্যাত ৰংঘৰ ১৭৪৬ চনত প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।
# '''[[শিৱসাগৰ পুখুৰী]] আৰু [[শিৱসাগৰৰ শিৱদৌল|শিৱদৌল]]'''
ৰাণী অম্বিকা দেৱীয়ে স্বামী শিৱসিংহৰ নামত শিৱসাগৰ পুখুৰী খন্দাই তাৰ পাৰত শিৱদৌল নিৰ্মাণ কৰে। এই দৌল ভাৰতত আটাইবোৰ ঐতিহাসিক মন্দিৰৰ ভিতৰত ওখ। একেটা চৌহদতে আৰু দুটা দৌল আছে- দেৱী দৌল আৰু বিষ্ণু দৌল।
# '''[[জয়সাগৰ পুখুৰী আৰু জয়দৌল]]'''
ল'ৰাৰজাৰ চাউদাঙৰ হাতত নৃশংসভাবে মৃত্যুবৰণ কৰা মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে। জয়সাগৰ ভাৰতৰ ভিতৰতে সৰ্ববৃহত্ মানৱ-নিৰ্মিত পুখুৰী।
# '''[[ৰুদ্ৰসাগৰ পুখুৰী আৰু ৰুদ্ৰদৌল]]'''
পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা দূৰত্ব ৪ কিঃমিঃ।
# '''[[গৌৰীসাগৰ পুখুৰী আৰু গৌৰীদৌল]]'''
বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত অৱস্থিত।
# '''[[চৰাইদেউৰ মৈদাম]]''' বা [[চৰাইদেও]]
সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ বৃটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।
# '''[[নামদাঙৰ শিলৰ সাঁকো]]'''
নামদাং নদীৰ ওপৰত গোটা শিলেৰে নিৰ্মিত সাকো। ১৭০৩ চনত ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই সাকোৰ ওপৰৰে পাৰ হৈ গৈছে।
# '''[[আজানপীৰৰ দৰগাহ]]'''
শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।
# '''[[টাই সংগ্ৰহালয়]]''' শিৱসাগৰ পুখুৰীৰ পাৰত এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াত আহোম শাসনকালৰ বহুতো সামগ্ৰী সংৰক্ষণ কৰা হৈছে।
# '''[[দিচাংমুখ]]'''শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখ ইয়াৰ অপৰূপ প্ৰাকৃতিক সৌন্দয্যৰ বাবে বিখ্যাতবিখ্যাত।

'''অনান্য দ’লসমূহ'''
206 নং শাৰী:
*গড়গাঁৱৰ পুখুৰী
*খনাখোকোৰা পুখুৰী
*কপৌ পুখুৰী
*হেকেৰাবৰবৰুৱা পুখুৰী
*লিগিৰী পুখুৰী
217 নং শাৰী:
*মিঠা পুখুৰী

*সেন্দুৰীসেন্দূৰী পুখুৰী
*ভোগদৈ পুখুৰী
*জহাখাতৰ পুখুৰী