"শ্ৰেণী (জীৱবিদ্যা)"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
(নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত)
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
[[File:Biological classification L Pengo vflip-as.svg|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা/ '''শ্ৰেণী''', [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] আৰু [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]]ৰ মাজত অৱস্থান কৰে। ]]
[[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ত, '''শ্ৰেণী''' ({{lang-la|classis}}) হৈছে, [[জগৎ (জীৱবিজ্ঞান)|ৰাজ্য]], [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] , [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]] , [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]], [[গণ (জীৱবিদ্যা)|গণ]] , আৰু [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]] আদিৰ দৰে এটা '''বৰ্গীয় স্থান''', যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে।
 
==ইতিহাস ==
১৬৯৪ চনত, শ্ৰেণী যে এটা সুনিৰ্দিষ্ট নামেৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান, সেইটো ফ্ৰান্সৰ উদ্ভিদবিদ '''জোছেফ পিট্টন ডে টৰ্নেফৰ্টে''' তেওঁৰ '''এলিমেণ্টছ ডে বটেনিক'''ত প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল।
 
'''কেৰলাছ লিনিয়াছে''' তেওঁৰ ''ছিষ্টেমা নেচাৰিয়া''ৰ (১৭৩৫) প্ৰথম সংস্কৰণত<ref>[[Ernst Mayr|Mayr E.]] (1982). ''The Growth of Biological Thought''. Cambridge: The Belknap Press of Harvard University Press. ISBN 0-674-36446-5</ref>তেওঁৰ [[জগৎ (জীৱবিজ্ঞান)|ৰাজ্য]] [[প্ৰাণী |এনিমেল]], ভেজিটেবিল আৰু লেপিডিয়ামক শ্ৰেণী হিচাপেহে বিভক্ত কৰিছিল। আজিকালি ব্যৱহাৰ হোৱা শ্ৰেণীবোৰৰ ভিতৰত কেৱল এনিমেল ( [[প্ৰাণী]] )ৰ ক্ষেত্ৰতহে সাদৃশ্য পৰিলক্ষিত হয়।
আৰ্নষ্ট হেকেলে ১৯বিংশ শতিকাত, [[পৰ্ব (জীৱবিদ্যা)|পৰ্বৰ]] ধাৰণা অৱতাৰনা নকৰালৈকে শ্ৰেণীকেই বৰ্গীকৰণৰ সৰ্বোচ্চ স্থান বুলি গন্যগণ্য কৰা হৈছিল।<ref>Collins, A.G., Valentine, J.W. (2001). [http://si-pddr.si.edu/jspui/bitstream/10088/7403/1/Collins_Valentine_EvDev2001.pdf "Defining phyla: evolutionary pathways to metazoan body plans."] ''Evol. Dev''. '''3''': 432-442.</ref>
 
==তথ্য সংগ্ৰহ==
3,780

টা সম্পাদনা