শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
78 নং শাৰী:
 
==শৰাইঘাট দলং ধ্বংস কৰাৰ আঁচনি==
সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই [[পূব পাকিস্তান|বাংলাদেশ]]ক স্বাধীনতাৰ বাবে সহায় কৰিছিল।<ref name="ধ্বংস">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> [[ভাৰতীয় বিমান বাহিনী]]ৰ বিমানে [[তেজপুৰ]]ৰ [[শালনী বিমানবন্দৰ]]ৰ পৰা উৰা মাৰি [[ঢাকা]]ৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।<ref name="ধ্বংস" /> ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।<ref name="ধ্বংস" /> পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য [[গুৱাহাটী]] আছিল।<ref name="ধ্বংস" /> কাৰণ, সেই সময়ৰ [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ মূল কেন্দ্ৰ আছিল [[গুৱাহাটী]] আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলং।
 
===ভাৰতীয় সেনা বাহিনীৰ প্ৰত্যুত্তৰ===
84 নং শাৰী:
 
==অসমৰ অৰ্থনৈতিক ব্যৱস্থাত শৰাইঘাটৰ ভূমিকা==
অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ [[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ|৩১]] আৰু [[৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ক সংযোগ কৰি আছে শৰাইঘাট দলঙে।<ref name="অৰ্থনীতি">{{cite journal | title=শৰাইঘাটৰ দলঙ আৰু অসমৰ অৰ্থনীতি | author=জয়দীপ বৰুৱা | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=পৃষ্ঠা: ২০}}</ref> ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদ। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনত শৰাইঘাট দলঙ হোৱাৰ পিছত পৰিবহণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ আভ্যন্তৰীণঅভ্যন্তৰীণ জল পৰিবহণৰ বাণিজ্যিক গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> লগতে পাণ্ডু আৰু আমিনগাঁৱৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল।<ref name="অৰ্থনীতি" /> এয়েই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনৈতিক গুৰুত্ব আৰু তাৰ ঐতিহাসিক পটভূমি।
 
==দ্বিতীয়খন দলং নিৰ্মাণৰ প্ৰস্তুতি==