"শেলাই"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
'''শেলাই'''({{lang-en|Algae}}) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক [[উদ্ভিদ]] ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়৷নহয়। বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে৷বোলে। এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে৷বোলে।<ref name="গ্ৰন্থ ১" />
 
==বাসস্থান==
শেলাইবিলাক প্ৰধানত: জলজ৷জলজ। ইহঁতে লৱণ আৰু অলৱণ [[পানী]]ত বা অপৰিষ্কাৰ দুৰ্গন্ধময় [[পানী]]ত ওপঙি থাকে অথবা [[পানী]]ত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷থাকে। কিছুমানে [[উদ্ভিদ]] বা [[প্ৰাণী]]ৰ দেহত অন্তৰ (endophyte)[[উদ্ভিদ]] হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷কৰে। কোনো কোনো ক্ষেত্ৰত শেলাই [[ভেঁকুৰ]]ৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷যায়।<ref name="গ্ৰন্থ ১" />
[[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color [[Scanning electron micrograph]] of the unicellular [[coccolithophore]], ''[[Gephyrocapsa]] oceanica''.]]
==দেহৰ গঠন==
 
শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে৷পাৰে। এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে৷কৰে। বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়৷হয়।<ref name="গ্ৰন্থ ১" />
 
==কোষৰ গঠন==
 
শেলাইৰ [[কোষ]] সংকোষকেন্দ্ৰীয় (eukaryotic) হয়৷হয়। প্ৰতিটো [[কোষ]] এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে৷থাকে। বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত৷গঠিত। [[কোষ]]ত এক বা একাধিক [[কোষকেন্দ্ৰ]],কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে৷থাকে। কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে৷থাকে।<ref name="গ্ৰন্থ ১" />
 
==ৰঞ্জক পদাৰ্থ==
 
বিভিন্নধৰণৰ ৰঞ্জক [[পদাৰ্থ]] (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷হয়। ৰঞ্জক [[পদাৰ্থ]]বোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷অন্যতম। কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷থাকে। এইবিলাক [[প্ৰটিন]]ৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷থাকে।<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷অসম। পৃষ্ঠা ৩৪৪ </ref>
==সঞ্চিত খাদ্য==
 
শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে [[কাৰ্ব'হাইড্ৰেট]] থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত [[কাৰ্ব'হাইড্ৰেট]]ৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি৷ইত্যাদি। বিভিন্ন ধৰণৰ [[কাৰ্ব'হাইড্ৰেট]]ৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ [[কোষ]]ত সঞ্চিত খাদ্যৰূপে থাকে৷থাকে।<ref name="গ্ৰন্থ ১" />
 
==প্ৰজনন==
শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-
 
#অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে৷কৰে। বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ [[প্ৰকৃতি]]ৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে৷কৰে।
#অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ [[ৰেণু]]ৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে৷কৰে। এই [[ৰেণু]]বিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি৷ইত্যাদি। ,
#যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে৷ঘটে। মিলিত হোৱা জননকোষ দুটা একে [[উদ্ভিদ]] সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে৷পাৰে। শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
*সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে৷বোলে। সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে৷httpsবোলে। https://www.irs.gov/refunds#
*অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷বোলে। অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷বোলে।
*উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷বোলে। এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷হয়।<ref name="গ্ৰন্থ ১" />
 
==তথ্য সংগ্ৰহ==
3,780

টা সম্পাদনা