শঙ্কৰ দয়াল শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox officeholder
|name = শঙ্কৰ দয়াল শৰ্মা
|image = Shankar Dayal Sharma 36.jpg
|order = নৱম
|office = ভাৰতৰ ৰাষ্ট্ৰপতি
|primeminister = [[পি ভি নৰসিংহ ৰাও]]
[[অটল বিহাৰী বাজপায়ী]]
[[এইচ ডি দেৱেগৌড়া]]
[[ইন্দৰ কুমাৰ গুজৰাল]]
|vicepresident = [[কে আৰ নাৰায়ণন]]
|term_start = ২৫ জুলাই ১৯৯২
|term_end = ২৫ জুলাই ১৯৯৭
|predecessor = আৰ ভেংকটাৰমণ
|successor = [[কে আৰ নাৰায়ণন]]
|order2 = অষ্টম
|office2 = ভাৰতৰ উপৰাষ্ট্ৰপতি
|president2 = [[আৰ ভেঙ্কটৰমন]]
|primeminister2 = [[ৰাজীৱ গান্ধী]]
[[বিশ্বনাথ প্ৰতাপ সিং]]
|term_start2 = ৩ চেপ্তেম্বৰ ১৯৮৭
|term_end2 = ২৫ জুলাই ১৯৯২
|predecessor2 = [[আৰ ভেঙ্কটৰমন]]
|successor2 = [[কে আৰ নাৰায়ণন]]
|office3 = মহাৰাষ্ট্ৰৰ ৰাজ্যপাল
|1blankname3 = মুখ্যমন্ত্ৰী
|1namedata3 = [[:en:Shankarrao Chavan|শঙ্কৰৰাও চাৱন]]
|term_start3 = ৩ এপ্ৰিল ১৯৮৬
|term_end3 = ২ চেপ্তেম্বৰ ১৯৮৭
|predecessor3 = [[:en:Kona Prabhakar Rao|কোনা প্ৰভাকৰ ৰাও]]
|successor3 = [[:en:Kasu Brahmananda Reddy|কাচু ব্ৰহ্মানন্দ ৰেড্ডী]]
|office4 = পাঞ্জাৱৰ ৰাজ্যপাল
[[:en:List of Administrators of Chandigarh|চণ্ডীগড়ৰ প্ৰশাসক]]
|1blankname4 = মুখ্যমন্ত্ৰী
|1namedata4 = [[:en:Surjit Singh Barnala|সুৰজিৎ সিং বাৰ্নালা]]
|term_start4 = ২৬ নৱেম্বৰ ১৯৮৫
|term_end4 = ২ এপ্ৰিল ১৯৮৬
|predecessor4 = [[:en:Hokishe Sema|হকিচে চেমা]]
|successor4 = [[:en:Siddhartha Shankar Ray|সিদ্ধাৰ্থ শঙ্কৰ ৰয়]]
|office5 = [[:en:List of governors of Andhra Pradesh|অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল]]
|1blankname5 = মুখ্যমন্ত্ৰী
|1namedata5 = [[:en:Nadendla Bhaskara Rao|নাদেন্দলা ভাস্কৰ ৰাও]]
[[:en:N. T. Rama Rao|এন টি ৰামাৰাও]]
|term_start5 = ২৯ আগষ্ট ১৯৮৪
|term_end5 = ২৬ নৱেম্বৰ ১৯৮৫
|predecessor5 = [[:en:Thakur Ram Lal|ঠাকুৰ ৰামলাল]]
|successor5 = [[:en:Kumudben Manishankar Joshi|কুবেদিন মুনিশঙ্কৰ যোশী]]
|birth_date = ১৯ আগষ্ট ১৯১৮
|birth_place = [[ভূপাল]], [[:en:Bhopal State|ভূপাল প্ৰদেশ]], [[বৃটিছ ৰাজ|বৃটিছ ভাৰত]]
(বৰ্তমানৰ [[মধ্যপ্ৰদেশ]], ভাৰত)
|death_date = ২৬ ডিচেম্বৰ ১৯৯৯
|death_place = [[:en:New Delhi|নতুন দিল্লী]], ভাৰত
|party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|spouse = বিমলা শৰ্মা
|children = ২জন পুত্ৰ, ১জনী জীয়ৰী
|alma_mater = লক্ষ্ণৌ বিশ্ববিদ্যালয়
কেম্ব্ৰিজ বিশ্ববিদ্যালয়
লিঙ্কনচ্ ইন
হাভাৰ্ড বিশ্ববিদ্যালয়
|profession = ওকালতি, ৰাজনীতি
|signature = Signature of Shanker Dayal Sharma.svg

'''শঙ্কৰ দয়াল শৰ্মা''' ({{Lang-en|Shankar Dayal Sharma}}; {{audio|Sds.ogg|pronunciation}}; ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম [[ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা|ৰাষ্ট্ৰপতি]] আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। তেখেতে ভোপাল ৰাজ্যৰ মুখ্যমন্ত্ৰী (১৯৫২-১৯৫৬) আৰু কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।<ref name="today">{{Cite web |title=Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness |url=https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26 |accessdate=25-10-2019}}</ref>

==শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন==
ড°ড॰ শৰ্মাই উচ্চশিক্ষা চেইণ্ট জনচ্ কলেজ, এলাহাবাদ বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, ফিটজ ৱিলিয়াম কলেজ, [[কেমব্ৰিজ বিশ্ববিদ্যালয়]] আৰু লিংকনচ্ ইন এণ্ড হাভাৰ্ড ল কলেজত গ্ৰহণ কৰিছিল। তেখেতে ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাত প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ উপাধি লৈছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এল.এল.এমতো প্ৰথম স্থান পাই উত্তীৰ্ণ হৈছিল। তেখেতে কেমব্ৰিজৰ পৰা আইন বিষয়ত পি.এইচ.ডি. লাভ কৰিছিল। সমাজ সেৱাৰ বাবে তেখেতে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা চক্ৰৱৰ্তী সোণৰ পদক পাইছিল।<ref name="glorious">{{Cite web |title=Shankar Dayal Sharma |url=http://www.gloriousindia.com/biographies/shankar_dayal_sharma.html |accessdate=26-10-2019}}{{Cite web |title=Shankar Dayal Sharma |url=http://www.gloriousindia.com/biographies/shankar_dayal_sharma.html |accessdate=26-10-2019}}</ref>

তেখেতে লক্ষ্ণৌ আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। কেমব্ৰিজত তেখেত টেগ'ৰ চোচাইটি এণ্ড কেমব্ৰিজ মজলিচৰ কোষাধ্যক্ষ আছিল। পিছলৈ তেখেত হাভাৰ্ড ল স্কুলৰ ফেল' হৈছিল।<ref>{{citation |url=https://allduniv.academia.edu/DrVivekKumarPandey/Books/520689/Allahabad_University_Alumni_Association_NCR_Ghaziabad-Noida_Chapter_Proud_Past_Alumni_Almamator_List |archive-url=https://web.archive.org/web/20120330150855/http://allduniv.academia.edu/DrVivekKumarPandey/Books/520689/Allahabad_University_Alumni_Association_NCR_Ghaziabad-Noida_Chapter_Proud_Past_Alumni_Almamator_List |url-status=dead |archive-date=30 March 2012 |title=Allahabad University Alumni Association (NCR Ghaziabad-Noida Chapter): "Proud Past Alumni (Alma mater)" List |work=Allahabad University Alumni Association |accessdate=15 February 2012 }}</ref><ref name="Our Proud Past">{{cite web|url=http://auaa.in/?page_id=31|archiveurl=https://archive.today/20120707073335/http://auaa.in/?page_id=31|url-status=dead|title=Our Proud Past|date=7 July 2012|archivedate=7 July 2012|website=auaa.in|accessdate=2 April 2018}}</ref><ref>{{cite web|url=http://www.auaa.in/proudpast.html|archive-url=https://web.archive.org/web/20080115090226/http://www.auaa.in/proudpast.html|url-status=dead|archive-date=15 January 2008|title=Allahbad University Alumni Association : Our Proud Past|date=15 January 2008|accessdate=2 April 2018}}</ref><ref name="Our Proud Past"/>

==ৰাজনৈতিক দীক্ষা==
১৯৪০ত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছত অংশ গ্ৰহণ কৰিছিল। জীৱনৰ বাকীচোৱা সময় তেখেতে এই দলটোৰ প্ৰতি অনুগত হৈ থাকিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভোপালৰ নৱাবে ভূপাল প্ৰদেশ ভাৰতৰ লগত চামিল নহৈ এখন সুকীয়া ৰাজকীয় প্ৰদেশ হিচাপে থকাৰ মন কৰিলে, যাৰ বাবে প্ৰদেশখনৰ প্ৰজা নৱাবৰ প্ৰতি বিদ্ৰোহী হৈ উঠিল। ১৯৪৮ৰ ডিচেম্বৰত শঙ্কৰ দয়াল শৰ্মাই এই বিদ্ৰোহৰ নেতৃত্ব দিলে; যাৰবাবে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। জনসভা অনুষ্ঠিত কৰাত থকা নিষেধাজ্ঞা ভঙ্গ কৰা বাবে ২৩ জানুৱাৰী ১৯৪৯ত তেখেতক ৮ মাহৰ কাৰাদণ্ড বিহা হ'ল। পিছত ৰাইজৰ হেঁচাত সেও মানি নৱাবে তেখেতক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে আৰু ভোপাল প্ৰদেশক [[ভাৰত|ভাৰত গণৰাজ্যত]] চামিল কৰাৰ চুক্তিত চহী কৰিলে।<ref name="SRBakshi_OPRalhan_2007">{{cite book | title = Madhya Pradesh Through the Ages | author = S. R. Bakshi and O. P. Ralhan | publisher = Sarup & Sons | year = 2007 | isbn = 978-81-7625-806-7 | page = 360 }}</ref> ১৯৫২ চনত তেখেত [[:en:Bhopal State (1949–56)|ভূপাল প্ৰদেশৰ]] মুখ্যমন্ত্ৰী। তেখেতেই আছিল সেই সময়ৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। ৰাজ্য পুনৰ্গঠন নোহোৱালৈ তেখেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিল। ১৯৫৬ত ভোপালকে ধৰি আৰু কেইখনমান ৰাজ্য লগলাগি মধ্যপ্ৰদেশ গঠন কৰা হয়। <ref name="mp">{{Cite web |title= मध्यप्रदेश का इतिहास "अतुल्य भारत का हृदय" |url=http://www.mp.gov.in/web/guest/home-history |accessdate=25-10-2019}}</ref>

==সক্ৰিয় ৰাজনৈতিক জীৱন==
66 নং শাৰী:

==ৰাষ্ট্ৰপতি নিৰ্বাচন==
শঙ্কৰ দয়াল শৰ্মা ১৯৯২ত ৰাষ্ট্ৰপতি হোৱালৈকে উপ-ৰাষ্ট্ৰপতি হৈ আছিল। প্ৰতিদ্বন্দ্বীপ্ৰতিদ্বন্দ্ব্বী জৰ্জ গিলবাৰ্ট স্বেলৰ বিৰুদ্ধে ৬৬% ভোট পাই তেখেত নিৰ্বাচিত হৈছিল। পাঁচবছৰীয়া কাৰ্যকালত তেখেতে তিনিজনকৈ প্ৰধানমন্ত্ৰীক শপতগ্ৰহণ কৰোঁৱাইছিল।

==মৃত্যু==
জীৱনৰ শেষ পাঁচবছৰ শঙ্কৰ দয়াল শৰ্মাৰ শৰীৰ ৰোগ-ব্যাধিয়ে আগুৰি ধৰিছিল। ১৯৯৯ৰ ২৬ ডিচেম্বৰৰ দিনা গুৰুতৰ হাৰ্ট এটেক হোৱা বাবে তেখেতক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰা হৈছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। ''কৰ্মভূমি''ত তেখেতৰ শৱ সৎকাৰ কৰা হৈছিল। মৃত্যুৰ সময়ত তেখেতে প্ৰথম পত্নীৰ ফালৰ পৰা এজন পুত্ৰ সতীশ দয়াল শৰ্মা আৰু দ্বিতীয় পত্নী বিমলা শৰ্মাৰ ফালৰ পৰা আন এজন পুত্ৰ আশুতোষ দয়াল শৰ্মাক এৰি থৈ যায়। তেখেতৰ জীয়াৰী গীতাঞ্জলীক স্বামী কংগ্ৰেছ সাংসদ ললিত মাকেনৰ সৈতে ১৩ জুলাই, ১৯৮৫ত নতুনদিল্লীৰ কীৰ্তি নগৰৰ মাকেনৰ বাসভৱনত খালীস্তানী উগ্ৰপন্থী হৰিন্দৰ সিং, সুখদেৱ সিং আৰু ৰঞ্জিতসিং ওৰফে কুক্কিয়ে গুলিয়াই হত্যা কৰে।<ref name="today" />

==তথ্য উৎস==