শিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
 
== শিলৰ প্ৰকাৰভেদ ==
উৎপত্তি আৰু গঠন অনুসৰি শিলসমূহক তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা হয়।
*[[আগ্নেয় শিল]] ([[:en:Igneous rock|Igneous rock]]): গলিত মেগমা বা লাভা ভূ-অভ্যন্তৰত নাইবা ভূ-পৃষ্ঠত ঠাণ্ডা হৈ গোটমাৰি যি শিল গঠন কৰে তাকে আগ্নেয় শিল বোলে ।বোলে। যেনে- [[বেছাল্ট]], [[গ্ৰেনাইট]], ছিয়েনাইট ইত্যাদি। আগ্নেয় শিল দুই প্ৰকাৰৰ- ১) বহিঃজাত শিলা ([[:en:plutonic rock|plutonic rock]]), ২) অন্তঃজাত শিলা ([[:en:volcanic rock|volcanic rock]])।
*[[গেদীয় শিল]] ([[:en:Sedimentary rock|Sedimentary rock]]): আগ্নেয় বা ৰূপান্তৰিত শিল বিভিন্ন ভাৱে ক্ষয়ীপ্ৰাপ্ত হৈ নিম্নভূমিত গেদৰূপে সঞ্চিত আৰু জমা হৈ যি শিল তৈয়াৰী কৰে তাকে গেদীয় শিল বোলে ।বোলে। যেনে: বেলে পাথৰ ([[:en:sandstone|sandstone]]), ছেল ([[:en:shale|shale]]) আদি।
*[[ৰূপান্তৰিত শিল]] ([[:en:Metamorphic rock|Metamorphic rock]]): আগ্নেয় শিলা অত্যধিক তাপ আৰু চাপড় পৰিবৰ্তিত হৈ যি নতুন শিলৰ গঠন কৰে তাকে ৰূপান্তৰিত শিল বোলে। যেনে: মাৰ্বল ([[:en:marble|marble]]), শ্লেট ([[:en:slate|slate]]) আদি।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/শিল"ৰ পৰা অনা হৈছে