ষ্ট'নহেঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
24 নং শাৰী:
 
ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে।
*এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়।
*আন এটা কাহিনী মতে মাৰ্লিন (Merlin) নামৰ এজন যাদুকৰে যাদুৰ বলেৰে [[আয়াৰলেণ্ড]]ৰ পৰা ছালিছবুৰিৰ সমতললৈ এই শিলবোৰ আনিছিল।
*পৌৰাণিক প্ৰত্নতত্ত্ব অধ্যয়ন কৰা দুই-এজন পণ্ডিতৰ মতে ড্ৰুইড (Druid) নামৰ এজন উচ্চ শ্ৰেণীৰ পুৰোহিতে বলি দিয়া উৎসৱ পালন কৰিবলৈ ষ্ট'নহেঞ্জ নিৰ্মাণ কৰিছিল।<ref name="গ্ৰন্থ ১" />