"সংস্কৃত ভাষা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
}}
 
'''সংস্কৃত''' (সংস্কৃত: संस्कृतम् ''{{IAST|saṃskṛtam}}'', সঠিক নাম: संस्कृता वाक्, ''{{IAST|saṃskṛtā [[Vāc|vāk]]}}'', পৰবৰ্তীকালত প্ৰচলিত অন্য নাম: संस्कृतभाषा ''{{IAST|saṃskṛtabhāṣā}}'', "পৰিমাৰ্জিত ভাষা") হ’ল এটি ঐতিহাসিক [[ইন্দো-ইউৰোপীয় ভাষাপৰিবাৰ|ইন্দো-ইউৰোপীয় ভাষা]] আৰু [[হিন্দু ধৰ্ম|হিন্দু]] আৰু [[বৌদ্ধ_ধৰ্ম|বৌদ্ধধৰ্মৰ]] পবিত্ৰ দেৱভাষা।<ref group="note">[[:en:Buddhism|Buddhism]]: besides [[:en:Pali|Pali]], see [[:en:Buddhist Hybrid Sanskrit|Buddhist Hybrid Sanskrit]]</ref> বৰ্তমান সংস্কৃত ভাৰতৰ [[ভাৰতীয় ভাষা|২২টি চৰকাৰী ভাষাৰ]] অন্যতম<ref>[http://web.archive.org/web/20071004031805/http://india.gov.in/govt/documents/english/7thSch-AppV_219-280.pdf Indian Constitution Art.344(1) & Art.345]</ref> আৰু [[উত্তৰাখণ্ড]] ৰাজ্যৰ অন্যতম চৰকাৰী ভাষা।<ref>[http://www.hindustantimes.com/Sanskrit-is-second-official-language-in-Uttarakhand/Article1-499467.aspx Sanskrit is second official language in Uttarakhand - The Hindustan Times]</ref>
 
== প্ৰাথমিক পাঠ ==
3,780

টা সম্পাদনা