সত্য সাই বাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
38 নং শাৰী:
 
===জাননী===
[[File:Baba-1940's.jpg|thumb|left|150px|নিজক [[শিৰডীৰ সাই বাবা|শিৰডীৰ সাই বাবাৰ]] অৱতাৰ বুলি দাবী কৰাৰ পিছত চৈধ্য বছৰীয়া সত্য সাই বাবা। ]]
৮ মাৰ্চ ১৯৪০ত, নিজৰ ককায়েক চেঁচাম ৰাজুৰ সৈতে পুত্তপৰ্থিৰ কাষৰ এখন সৰু চহৰ উৰাভাক'ণ্ডাত থাকোঁতে সাই বাবাক এটি [[বৃশ্চিক|বৃশ্চিকে]] কামোৰিলে।<ref name="AlexandraKent"/><ref name="Larson"/> তেওঁ কেইবা ঘণ্টাৰ বাবে মূৰ্চিত হ'ল।<ref name="kent"/> তাৰ পাছৰ কেইদিনমানত তেওঁৰ স্বভাৱত ঊল্লেখনীয় পৰিৱৰ্তন দেখা গ'ল।<ref name="Larson"/> হাঁহি- কান্দোন, চিঞৰ-বাখৰ- মৌনতা আদি লক্ষণ দেখা গ'ল।<ref name="Larson"/><ref name="serpent">{{cite web|url=http://www.vahini.org/sss/i/serpent.html |title=Sathyam Sivam Sundaram Part I: 5.The Serpent Hill |publisher=Vahini.org |date=8 March 1940 |accessdate=6 January 2010}}</ref> দাবী কৰা হয় যে তেওঁ সংস্কৃতত পদ্য গাবলৈ ধৰিলে, যি ভাষা তেওঁ একেবাৰে নাজানিছিলে।<ref name="RichardWeiss"/> চিকিৎসকৰ মতে তেওঁৰ [[হিস্তেৰিয়া]] বেমাৰ হৈছিল।<ref name="RichardWeiss"/><ref name="Larson"/> চিন্তিত হৈ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পুত্তপৰ্থিলৈ ওভতাই নিলে।<ref name="sss3620">{{cite web| last = Staff| first =| title = Sathya Sai Speaks Volume 36 (2003): 20. Mother's Role in Human Values| publisher = Sri Sathya Sai Books and Publications Trust| date = 23 November 2003| url = http://www.sssbpt.info/ssspeaks/volume36/sss36-20.pdf| accessdate = 6 January 2010}}</ref> তেওঁক বেজ, ডাক্তৰ আদিৰ ওচৰলৈ লৈ যোৱা হ'ল। কাডিৰিৰ এজন জৰা মেলা কৰা মানুহেটো চিকিৎসাৰ নামত তেওঁক অত্যাচাৰ কৰিবলৈ ধৰিলে; সত্য গোটেই সময় শান্ত হৈ থাকিল, যিয়ে তেওঁৰ পিতৃ-মাতৃক অধিক চিন্তিত কৰিলে।<ref name="Larson"/><ref name="serpent"/>
 
50 নং শাৰী:
 
===পুনৰ জন্ম গ্ৰহণ কৰাৰ আগজাননী===
আৰোগ্য হোৱাত তেওঁ ঘোষণা কৰিলে যে তেওঁ এদিন "প্ৰেম সাই বাবা"ৰ ৰূপত, কাষৰীয়া ৰাজ্য [[কৰ্ণাটক]]ত জন্ম গ্ৰহণ কৰিব।<ref name="BabbLawrence"/> তেওঁ ক'লে, "মই [[শিব]]-[[শক্তি (হিন্দু দেবী)|শক্তি]], এজন ঋষিৰ বৰলাভৰ ফলত [[ভৰদ্বাজ]] গোত্ৰত জন্ম গ্ৰহণ কৰিছো। শিবই [[শিৰডীৰ সাই বাবা]]ৰ গোত্ৰত জন্ম গ্ৰহণ কৰিলে, শিব-শক্তিয়ে মোৰ ৰূপত, আৰু শক্তিয়ে প্ৰেম সাই বাবাৰ ৰূপত কৰ্ণাটকৰ [[মণ্ড্য]] জিলাত জন্ম গ্ৰহণ কৰিব। ""<ref name="BabbLawrence"/><ref name="SSDiscourse1963">{{cite web |url=http://www.sathyasai.org/discour/1963/d630706.htm |title=Shiva Shakthi |publisher=Sathyasai.org |date=6 July 1963 |accessdate=6 January 2010}}</ref> তেওঁ ঘোষণা কৰিলে ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যুৰ ৮ বছৰ পিছত তেওঁ পুনৰ জন্ম গ্ৰহণ কৰিব।<ref name="saiprema">{{cite web|url=http://www.sathyasai.org/intro/premasai.htm|title=About Prema Sai Baba|work=sathyasai.org}}</ref> but died at the age of 84.<ref>{{cite news| url=http://www.bbc.co.uk/news/world-south-asia-13180011 | work=BBC News | title=Satya Sai Baba, Indian guru, dies at 84 | date=24 April 2011}}</ref>
 
===আফ্ৰিকা===
১৯৬৮ চনৰ ২৯ জুনত তেওঁ নিজৰ একমাত্ৰ সামুদ্ৰীক যাত্ৰা কৰি [[কেন্যা]] আৰু [[উগাণ্ডা]]লৈ গ'ল।<ref name="murphetmiracle"/><ref name="kasturi3">{{cite web|url=http://www.vahini.org/sss/iii/awakening.html |title=Sathyam Sivam Sundaram Part III: 3. The Awakening Continent |publisher=Vahini.org |date=7 December 1968 |accessdate=6 January 2010}}</ref> [[নাইৰ'বি]]ত তেওঁ নিজৰ ব্যক্তিগত উদ্দেশ্যৰ কথা ক'লে:
{{quote|"মই তোমালোকৰ হৃদয়ত প্ৰেমৰ বন্তি জ্বলাবলৈ আহিছো, চাবলৈ যে ই প্ৰতিদিন আৰু অধিক উজ্জ্বলতাৰ সৈতে জ্বলক। মই কোনো বিশেষ ধৰ্মৰ হৈ অহা নাই। মই কোনো সম্প্ৰদায়, ধৰ্ম বা কাৰণৰ প্ৰচাৰৰ বাবে অহা নাই, মই কোনো বিশ্বাসৰ অনুৰাগী গোটাবলৈও অহা নাই। মই মোৰ নিজৰ আওতালৈ বা আন কোনো আওতালৈ শিষ্য বা ভক্ত গোটোৱাৰ কোনো উদ্দেশ্যৰে অহা নাই। মই তোমালোকক এই একতাৰ বিশ্বাস, এই আধ্যাত্মিক নীতি, এই প্ৰেমৰ পথ, এই প্ৰেমৰ মহত্ত্ব, এই প্ৰেমৰ দায়িত্বৰ বিষয়ে ক'বলৈ আহিছো। "<ref name="sss0822">{{cite web| last = Staff|first =| title = Sathya Sai Speaks Volume 8 (1968): 22. The message I bring| publisher = Sri Sathya Sai Books and Publications Trust| date = 4-7-1968| url = http://www.sssbpt.info/ssspeaks/volume08/sss08-22.pdf |accessdate = 6 January 2010}}</ref>}}
 
===পিছৰ কেইবছৰ===
69 নং শাৰী:
| last = Balakrishnan| first = Deepa| authorlink =| title = Sai Baba turns 82, is still going strong| publisher = [[CNN-IBN]]| date = 23 November 2007| url = http://ibnlive.in.com/news/sai-baba-turns-82-is-still-going-strong/52860-3.html?from=search-relatedstories| archiveurl =| archivedate =| accessdate = 6 January 2010}} "However, he has been confined to a wheelchair for over two years now and his failing health has forced him to make fewer public appearances."</ref>
 
২০০৪ৰ পিছৰ পৰা তেওঁ চকাযুক্ত চকী ব্যৱহাৰ কৰিবলৈ ল'লে আৰু মানুহৰ আগত কমকৈ ওলাবলৈ ল'লে।
 
===মৃত্যু===
83 নং শাৰী:
তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰা ৰাজনীতিবিদ সকলৰ মাজত তেতিয়াৰ ভাৰতীয় প্ৰধান মন্ত্ৰী [[মনমোহন সিং]],<ref name="news9"/><ref>{{cite web|url=http://www.mirchi9.com/news/2011/04/24/l-k-advani-reaction-on-sathya-sai-babas-death-tv9/|title=L.K.Advani Reaction on Sathya Sai Baba's Death :TV9 – Mirchi 9 – Telugu News &#124; Andhra News &#124; Hyderabad &#124; Andhra &#124; India &#124; Brain &#124; Studies &#124; University |publisher=Mirchi9.com |date= |accessdate=24 April 2011}}</ref><ref>{{cite web|url=http://70mmonline.com/WatchMovie.aspx?movieid=9086&movieName=L.K.Advani%20Reaction%20on%20Sathya%20Sai%20Baba's%20Death|title=L.K.Advani Reaction on Sathya Sai Baba's Death, TV9 – L.K.Advani Reaction on Sathya Sai Baba's Death at|publisher=70mmonline.com |date= |accessdate=24 April 2011}}</ref> [[শ্ৰী লংকা]]ৰ ৰাষ্ট্ৰপতি [[মহিন্দা ৰাজপক্স]]<ref>{{cite web|url=http://www.asiantribune.com/news/2011/04/26/world-has-lost-great-spiritual-leader-sri-lankan-president-mahinda-rajapaksa|title=World has lost a great spiritual leader - Sri Lankan President Mahinda Rajapaksa|work=asiantribune.com}}</ref> আৰু [[চতুৰ্দশ দালাই লামা|চতুৰ্দশ]] [[দালাই লামা]] অন্যতম।<ref>{{cite web
|url = http://news.outlookindia.com/item.aspx?719929|title = Dalai Lama Mourns Sri Sathya Sai Baba's Death
|publisher = outlookindia.com|date = 25 April 2011|accessdate = 29 May 2011}}</ref> সেই দিনাই জন্ম দিন থকা বিখ্যাত [[ক্ৰিকেট]] তাৰকা [[শচীন তেণ্ডুলকাৰ|শচীন তেণ্ডুলকাৰে]] নিজৰ জন্মদিনৰ সকলো আয়োজন বাতিল কৰিলে।<ref>{{cite web|url=http://cricketnext.in.com/news/sachin-mourns-sai-babas-death-on-his-bday/56827-13.html|title=Sachin mourns SaiBaba death on his b'day|date=24 April 2011|work=IBNLive}}</ref><ref>{{cite web|url=http://truthdive.com/2011/04/24/a-sad-birthday-for-master-blaster.html|title=A sad birthday for Master Blaster|work=TruthDive}}</ref> বাতৰি কাকত [[দা হিন্দু]]ত প্ৰকাশ হৈছিল যে "সত্য সাই বাবাৰ আধ্যাত্মিকতা আৰু হিন্দু বিশ্বাসৰ প্ৰচাৰে তেওঁৰ ধৰ্ম-নিৰপেক্ষতাৰ বিশ্বাসত কেতিয়াও বাধা প্ৰদান নকৰিলে। "<ref>{{cite news| url=http://www.thehindu.com/news/national/article1764337.ece?homepage=true | location=Chennai, India | work=The Hindu | title=A secular spiritual leader | date=25 April 2011}}</ref>
 
[[কৰ্ণাটক]] চৰকাৰে ২৫ আৰু ২৬ এপ্ৰিলৰ দিনকেইটা আৰু [[অন্ধ্ৰ প্ৰদেশ]] চৰকাৰে ২৫, ২৬ আৰু ২৭ এপ্ৰিলৰ দিনকেইটাক শোক প্ৰকাশৰ দিন হিচাপে ঘোষণা কৰিলে।<ref name="news9"/>[[File:Sathya Sai Baba Samadhi at Puttaparthi, India.jpg|thumb|250px|পুত্তপৰ্থিত সত্য সাই বাবাৰ সমাধি]]
92 নং শাৰী:
য়জুৰ্মন্দিৰত দৈনন্দিন ভক্ত আৰু নিঃস্বাৰ্থ সেৱা কৰা সকলক দিয়া বিভিন্ন বস্তু যেনে হাজাৰ হাজাৰ পাতৰ শাৰী, ধোতি, চোলা, ৫০০জোৰ জোতা, পাৰ্ফ্যুম আৰু হেয়াৰ্স্প্ৰে'ৰ কেইবা দৰ্জন বটল, বৃহৎ পৰিমাণৰ সোণ আৰু ৰূপৰ "মংগল সূত্ৰম্", হীৰাৰ দৰে মূল্যৱান পাত্থৰ আদি পোৱা গ'ল। সাই বাবাই পিন্ধা ৭৫০জোৰ গেৰুৱা আৰু বগা কাপোৰো পোৱা গ'ল।<ref name="500 pairs">{{cite news |title=Open sesame! Baba & his chamber of secrets|newspaper=[[The Telegraph (Kolkata)|The Telegraph of India]]|url=http://www.telegraphindia.com/1110618/jsp/nation/story_14130452.jsp |date=17 June 2011 |author=G.S. Radhakrishna |location=Calcutta, India}} and [http://www.telegraphindia.com/1110618/images/18zzsaibababig.jpg this graphic]</ref>
 
জুলাই ২০১১ত তেনেদৰেই [[বেংগাল'ৰ]]ৰ আশ্ৰমত ৬ কিলোগ্ৰাম সোণৰ মূদ্ৰা আৰু অলংকাৰ,, ২৪৫ কিলোগ্ৰাম ৰূপৰ সামগ্ৰী আৰু ৮০ লাখ টকা নগদ পোৱা গ'ল।
 
এই সামগ্ৰীবোৰ বছৰ বছৰ ধৰি সাই বাবাৰ সমগ্ৰ বিশ্বৰ ভক্তই তেওঁক ধাৰ্মিক উপহাৰ হিচাপে দিয়া বুলি বিশ্বাস কৰা হয়।<ref>{{cite news |newspaper=The Times of India |date=21 July 2011 |title=Three-day count at Baba's ashram yields treasure |url=http://articles.timesofindia.indiatimes.com/2011-07-21/bangalore/29798927_1_brindavan-revenue-officials-ashram}}</ref><ref>{{cite web|url=http://www.deccanherald.com/content/178661/perfumes-sarees-form-sai-babas.html,|title=Perfumes, sarees form Sai Baba's inventory|work=Deccan Herald}}</ref>
98 নং শাৰী:
 
===ইচ্ছা পত্ৰ মুকলি===
২ ছেপ্টেম্বৰ ২০১২ত শ্ৰী সত্য সাই বাবাৰ ঘণিষ্ঠঘনিষ্ঠ সত্যজিৎ চাইলানে সাইবাবাৰ ২৩ মাৰ্চ ১৯৬৭ত পঞ্জীকৃত ইচ্ছাপত্ৰখন মুকলি কৰি কয় যে সাই বাবা ন্যাসৰ সম্পত্তিৰ ওপৰত তেওঁৰ পৰিয়ালৰ কোনো অধিকাৰ নাই। পত্ৰখনত লিখা হৈছিল:
 
{{quote|মই, ভাৰতীয় নাগৰিক, প্ৰশান্তি নিলয়ম ডাকঘৰৰ শ্ৰী সত্য সাইয়ে তলৰ কথা কেইটা ঘোষণা কৰিছো:-
১) মই অনন্তপুৰ জিলাৰ পুত্তপৰ্থিত জন্ম গ্ৰহণ কৰিছিলো আৰু মোৰ বয়স বৰ্তমান ৪৪ বছৰ। মই বিদ্যালয়ত যোগদান কৰিছিলো কিন্তু পঢ়া ত্যাগ কৰি মই সনাতন ধৰ্মৰ প্ৰচাৰৰ প্ৰতি সমৰ্পিত হ'লো। মই অবিবাহিত আৰু মই মোৰ পিতৃ-মাতৃৰ ঘৰ বাৰ বছৰ বয়সত ত্যাগ কৰিছিলো আৰু মই ধাৰ্মিক নিৰ্দেশ গ্ৰহণ কৰি গেৰুৱা সাজ পৰিধান কৰিলো আৰু মোৰ বৈশ্বিক/বা পৰিয়াল সম্বন্ধিত মোহ নাই। মই ঘোষণা কৰো যে যেতিয়া মই মোৰ পিতৃ-মাতৃৰ ঠাই স্থায়ীভাৱে এৰিলো আৰু মোৰ ঘূৰি যোৱাৰ কোনো উদ্দেশ্য নাই। মই পৰিয়ালৰ সম্পত্তিত মোৰ সকলো অধিকাৰ বা ৰুচি, সলাব পৰা আৰু/বা সলাব নোৱাৰা যিয়েই নহওক বা য'তেই নাথাকক ত্যাগ কৰিলো আৰু যে মই কোনো ব্যক্তিগত সম্পত্তি, ধন, মাটিৰ গৰাকী নহয়।
মোৰ ভক্তসকলে মোক যিয়েই দিয়ে সেয়া মোৰ পৰিচালনা, নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত এজন ট্ৰেষ্টি হিচাপে থাকিব, জনতাৰ কামত ব্যৱহাৰ হ'বলৈ। মই এই ঘোষণা কৰিছো যাতে কোনেও পৰিয়ালৰ সম্পত্তিৰ অধীনত দাবী কৰিব বা মোক দলিয়াব নোৱাৰে, যদি কোনো।<ref>http://im.rediff.com/news/2012/sep/02deed-of-declaration.pdf</ref>}}
 
114 নং শাৰী:
সত্য সাই সংস্থাই মাহিলী [[সনাতন সাৰথি (আলোচনী)|সনাতন সাৰথি]] নামৰ এখন আনুষ্ঠানিক আলোচনী প্ৰকাশ কৰে।<ref>http://timesofindia.indiatimes.com/topic/Sanathana-Sarathi-(magazine)</ref><ref name="barnesandnoblesanathanasarathi">{{cite web|url=http://www.barnesandnoble.com/w/magazines-established-in-1958-llc-books/1103503225?ean=9781158618187|title=Magazines Established in 1958: Sanathana Sarathi, the Jazz Review, Horizon, Sound|work=Barnes & Noble}}</ref><ref name="barnesandnoblesanathanasarathi" />
 
সত্য সাই বাবাই কৈছিল যে সত্য সাই সংস্থাৰ মূল উদ্দেশ্য "মনুষ্যক নিজৰ ভিতৰত অন্তৰ্নিহিত দিব্যতাৰ পৰিচয় কৰোৱা। সেয়ে, আপুনাৰ দায়িত্ব সেই এজনত জোৰ দিয়া, আপুনি কৰা বা কোৱা সকলোতে সেই এজনক অনুভৱ কৰা। ধৰ্ম বা খেল বা স্তৰ বা ৰঙৰ প্ৰভেদক গুৰুত্ব নিদিবা। এক-ভাৱক তোমাৰ সকলো কামক আকুল কৰিবলৈ দিয়া। তেনে কৰা সকলৰহে এই সংস্থাত ঠাই আছে, বাকী সকলে প্ৰত্যাহাৰ কৰক। "<ref>Sathya Sai Baba Sathya Sai Speaks IX, 35, 187–188 (old edition)</ref><ref>{{cite web|url=http://www.sathyasai-se.org/|title=Sathya Sai Baba Avatar Sweden Sverige|work=sathyasai-se.org}}</ref>
 
সত্য সাই সংস্থাৰ মতে ১১৪খন দেশত প্ৰায় ১২০০টা সত্য সাই বাবা কেন্দ্ৰ আছে।<ref name="TheStarOnline84">{{cite web|url=http://thestar.com.my/metro/story.asp?file=/2009/12/3/north/5212802&sec=North|title=Sai Baba turns 84|publisher=Thestar.com.my|date=3 December 2009|accessdate=6 January 2010}}{{dead link|date=October 2013}}</ref><ref name="SathyaSaiNumbers">{{cite web|url=http://www.sathyasai.org/organize/content.htm#SaiOrg|title=The Sai Organization: Numbers to Sai Centres and Names of Countries|publisher=Sathyasai.org|accessdate=6 January 2010}}</ref>
209 নং শাৰী:
 
==ভক্তৰ বিশ্বাস আৰু ৰীতি-নীতি==
কোনো কোনোৱে সত্য সাই বাবা আন্দোলনটো হিন্দু আন্দোলন বুলি কয়।<ref>Alexandra Kent Divinity and diversity: a Hindu revitalization movement in Malaysia, NIAS, 2005</ref><ref>Handoo, Jawaharlal in ''Asian Folklore Studies'', Vol. 48, No. 2 (1989), pp. 326–32 reviewing Lawrence A. Babb's book ''Redemptive Encounters. Three Modern Styles in the Hindu Tradition'' [http://links.jstor.org/sici?sici=0385-2342%281989%2948%3A2%3C326%3ARETMSI%3E2.0.CO%3B2-Z&size=LARGE page 1]</ref><ref>Nagel, Alexandra (note: Nagel is a critical former follower) "De Sai Paradox: Tegenstrijdigheden van en rondom Sathya Sai Baba"/"The Sai Paradox contradictions of and surrounding Sathya Sai Baba" from the magazine "Religieuze Bewegingen in Nederland, 'Sekten' "/"Religious movements in the Netherlands, 'Cults/Sects' ", 1994, nr. 29. published by the [[Free University of Amsterdam]] press, (1994) ISBN 90-5383-341-2<br> Dutch original: "Ofschoon Sai Baba gezegd heeft mensen van allerlei religieuze gezindten te helpen terug te gaan naar oude waarden en normen, en ofschoon zijn logo de symbolen van de andere grote godsdiensten bevat, is de sfeer rondom Sai Baba duidelijk hindoeïstisch gekleurd. Alle moslim-elementen bijv. waarvan verondersteld zou kunnen worden dat hij die zou hebben meegenomen uit zijn leven als Sai Baba van Shirdi, heeft hij laten vallen. Het enig echt herkenbare wat hij van Shirdi Baba nog heeft, is het veelvuldig gebruik van as, – wat hij dan niet uit een dhuni haalt zoals Shirdi Baba deed, maar materialiseert (of tevoorschijn goochelt)"</ref> কিন্তু ২০০৬ চনত চিকাগ' বিশ্ববিদ্যালয়ৰ এন্থ্ৰপলজীৰ অধ্যাপকজন ডি কেলীয়ে ফিজিৰ হিন্দু অভিজানৰ বিষয়ে লিখা এটি লেখত লিখে যে সত্য সাই সংস্থাই নিজকে "হিন্দু" বুলি ক'ব নিবিচাৰে। কেলীৰ মতে, তেওঁলোকে নিজৰ প্ৰতিষ্ঠাপকক জীৱিত ধৰ্মীয় সমন্বয়ৰ ৰূপত চাই আৰু নিজকে আন্তৰ্ধৰ্মীয় আন্দোলন বুলি ক'ব খোজে।
 
আন্তৰ্জাতিকভাৱে, সত্য সাই বাবাৰ ভক্তসকল দৈনিক, নহ'লে সপ্তাহত এবাৰ, [[বৃহস্পতিবাৰ]] বা [[দেওবাৰ|দেওবাৰে]] লগ হয় আৰু [[ভজন]],<ref>{{cite web|url=http://www.sathyasai.ca/ |title=Sri Sathya Sai Baba Organization in Canada – Home Page |publisher=Sathyasai.ca |date=1 May 2006 |accessdate=7 January 2010}}</ref> প্ৰাৰ্থনা<ref name="saius">http://us.sathyasai.org/resources/06oct15CenterGuidelines12.pdf</ref> আদি গাই, আধ্যাত্মিক ধ্যান, সেৱা<ref name="saito">{{cite web|url=http://www.sathyasaitoronto.org/ |title=The Sri Sathya Sai Baba Centre of Toronto – York |publisher=Sathyasaitoronto.org |date= |accessdate=7 January 2010}}</ref> আদি কৰে আৰু মানৱীয়মূল্যৰ শিক্ষাত অংশ গ্ৰহণ কৰে, যাক বাল বিকাশ বোলা হয়।<ref name="saius"/>
228 নং শাৰী:
১৯৯৮ত ব্ৰিটিছ সাংবাদিক মিক ব্ৰাউনে নিজৰ কিতাপ ''দা স্পিৰিচুৱেল টুৰিষ্ট''ত এই মত পোষণ কৰিলে যে সত্য সাই বাবাই [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকী]] ভক্ত ৱাল্টাৰ কৱানক পুনৰ্জীৱিত কৰা কথাটো সচা নহ'ব পাৰে।<ref name="spiritualtourist">Mick Brown, ''The Spiritual Tourist'', 1998, Bloomsbury Publishing, ISBN 1-58234-034-X "In the House of God", pp.&nbsp;73–74</ref> তেওঁৰ মত [[ইণ্ডিয়ান স্কেপ্টিক]] আলোচনীত ডাক্টৰে লিখা চিঠিৰ ওপৰত আধাৰিত, যি বাচাৱা প্ৰেমানন্দৰ দ্বাৰা প্ৰকাশিত।<ref name="spiritualtourist"/><ref>Hislop, John S. ''My Baba and I'' 1985 published by Birth Day Publishing Company, San Diego, California ISBN 0-9600958-8-8, "The Resurrection of Walter Cowan", pages&nbsp;28–31</ref> ব্ৰাউনে একে গ্ৰন্থতেই সাই বাবাই বিভূতি প্ৰকট কৰা চিত্ৰ [[লণ্ডন]]ৰ কিছু ঘৰত দেখাৰ কথা ক'লে আৰু ক'লে যে সেয়া ভুৱা নহয়।<ref name="touristmiracle">Brown Mick, ''The Spiritual Tourist'', "The Miracle in North London", pp.&nbsp;29–30, 1998 ISBN 158234034X</ref> ব্ৰাউনে সাই বাবাৰ সৰ্বজ্ঞ হোৱাৰ দাবীক লৈ ক'লে যে "সংশয়বাদীয়ে তথ্য দেখুৱাইছে যে বাবাই পঢ়া ঐতিহাসিক ঘটনা আৰু বাইবেলত থকা ভবিষ্যদ্বাণী আৰু প্ৰতিষ্ঠিত তথ্যাৰ মাজত অমিল আছে।<ref name="spiritualtourist"/>
 
''ভাংকুৱভাৰ চান''ত ২০০১ত প্ৰকাশ পাইছিলে যে বাবাই অনুগামীসকলক আন্তৰ্জাল ব্যৱহাৰ কৰিবলৈ মানা কৰিছিল<ref name= VS>The Vancouver Sun, 27 February 2001, ''Holy man? Sex abuser? Both?''</ref> এই বুলি কোৱাৰ পিছত যে "এই শিক্ষা (বেদ) অতিকৈ পবিত্ৰ। আজি মানুহে আন্তৰ্জাল আৰু দূৰদৰ্শনত দেখা সকলো কথা বিশ্বাস কৰি লয়, কিন্তু বৈদিক ঘোষণাবোৰত নিজৰ আস্থা দৃঢ় নাৰাখে। আন্তৰ্জাল এটি পেলনীয়া কাগজৰ মোনাৰ দৰে। 'অন্তৰ্জাল'ক বিশ্বাস কৰা, আন্তৰ্জালক নহয়। "<ref>http://www.sssbpt.info/ssspeaks/volume33/sss33-17.pdf</ref>
 
জানুৱাৰী ২০০২ত [[ডেনমাৰ্ক]]ৰ ৰাষ্ট্ৰীয় দূৰদৰ্শন আৰু অনাতাৰ প্ৰসাৰ কোম্পানী ডেনিচ ৰেডিঅ'ই তথ্যচিত্ৰ ''চিড্যুস্ড বাই চাই বাবা''ত সাই বাবাৰ কিছু ভিডিঅ' দেখুৱাই কয় যে সাই বাবাৰ চমৎকাৰ হাতৰ চাফাই বুলি প্ৰমাণ কৰিব পৰা যাব।<ref name="seduced">{{cite video |people=Øyvind Kyrø, Steen Jensen|title=Seduced by Sai Baba|medium=Documentary|publisher=[[DR (broadcaster)|DR]] |date=2002|time=|url=http://dr.dk/Salg/DRsales/Programmes/Documentary/Society_and_Social/20070629133445_3_1_3_1_1_1_1_1_1_1_1_1_1_1.htm}}</ref> তথ্যচিত্ৰখনত আলায়া ৰাহ্মৰ সাক্ষাৎকাৰো দেখোৱা হ'ল, য'ত তেওঁ সত্য সাই বাবাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আনিলে।<ref name="news.bbc.co.uk"/> তাৰ ফল স্বৰূপে যুক্তৰাজ্যৰ সংসদত ব্ৰিটিছ সৰু ল'ৰাই সত্য সাই বাবাৰ আশ্ৰমলৈ গৈ অকলে লগ কৰাৰ বিপদৰ কথা আলোচনা হ'ল।<ref>[http://www.parliament.uk/edm/2001-02/886] UK Parliament official web site</ref>
 
২০০৪ চনত [[বিবিচি]]য়ে "দা চিক্ৰেট স্বামি" (গুপ্ত স্বামী) নামৰ তথ্যচিত্ৰ প্ৰচাৰ কৰিলে, "দা ৱৰ্ল্ড আন্কভাৰ্ড" ক্ৰমৰ অংশ হিচাপে। ".<ref>{{cite news|url=http://news.bbc.co.uk/2/hi/programmes/this_world/3791921.stm |title=Programmes &#124; This World &#124; Secret Swami |publisher=BBC News |date=11 June 2004 |accessdate=7 January 2010}}</ref> বিবিচিৰ তথ্যচিত্ৰখনৰ এটি মুখ্য বিষয় আছিল আলায়া ৰাহ্মৰ যৌন নিৰ্যাতনৰ অভিযোগ।<ref name=bbcd>{{cite video|people=Eamon Hardy, Tanya Datta|title=Secret Swami|medium=Documentary|publisher=BBC News|date=2004 |time= |url=http://news.bbc.co.uk/2/hi/programmes/this_world/3791921.stm | accessdate=4 January 2010}}</ref> অনুষ্ঠানটোত তেওঁৰ লগত মাৰ্ক ৰ'কৰ সাক্ষাৎকাৰো লোৱা হৈছিল, যিয়ে ১৯৬৯ৰ পৰা নিজৰ জীৱনৰ ২৫ বছৰ আন্দোলনটোৰ লগত জড়িত থাকিলে and alleged abuse by Sai Baba..<ref name=bbcd/> অনুষ্ঠানটোত সত্য সাই বাবাৰ সমালোচক বাচাৱা প্ৰেমানন্দো উপস্থিত আছিল। তেওঁ কয় যে সত্য সাই বাবা "এজন ঠগেই নহয়, কিন্তু এজন বিপজ্জনক যৌন নিৰ্যাতক"। তেওঁৰ সাক্ষাৎকাৰৰ মতে, তেওঁৰ ওচৰত ৩০ বছৰ ধৰা কাহিনী আছে, আৰু তেওঁ কয় যে তেওঁৰ কাহিনীবোৰ একেধৰণৰ, গুপ্তাংগত তেল সনাৰ ঘটনা। এজন পূৰ্ব-ভক্তই কোৱা মতে সত্য সাই বাবাই "হাতত তেল সানিলে, মোক মোৰ পেণ্ট তললৈ কৰিবলৈ ক'লে আৰু মোৰ গুপ্তাংগত তেল সানিলে"। প্ৰেমানন্দৰ মতে বহু ভাৰতীয় ল'ৰা চিকাৰ হ'ল, কিন্তু প্ৰকাশ কৰিবলৈ ভয় কৰিলে।<ref name="news.bbc.co.uk"/>
 
==সমালোচনাৰ প্ৰত্যুত্তৰ==
সত্য সাই বাবা আৰু তেওঁৰ ভক্তসকলে তেনে অভিযোগ জোৰদাৰভাৱে নস্যাৎ কৰিলে, যি অভিযোগ কেতিয়াও প্ৰমাণিত নহ'ল। .<ref name=funeral/> ভক্ত [[বিল আইৎকেন (ভ্ৰমণকাৰী)|বিল আইৎকেনে]] "[[দা ৱীক]]"ত কৈছিলে যে সত্য সাই বাবাৰ সুনাম আৰু সন্মান তেওঁৰ বিষয়ে প্ৰকাশিত নেতিবাচক কাহিনীসমূহৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই। তেওঁ ক'লে যে যে যিমান বেছি লোকে তেওঁৰ বিৰুদ্ধে ক'লে, সিমানেই অধিক ভক্ত তেওঁৰ কাষলৈ আহিল। .<ref>Aitken, Bill (27 November 2005), {{Wayback |date=20060909111636 |url=http://www.the-week.com/25nov27/currentevents_article10.htm |title=Miracle of Welfare }}</ref>
 
[[ডেইলী টেলিগ্ৰাফ]]ত লিখা প্ৰবন্ধ "ডিভাইন ডাউনফল"ত সত্য সাই শৈক্ষিক প্ৰতিষ্ঠানৰ পূৰ্বৰ প্ৰধান শিক্ষক অনিল কুমাৰে ক'লে যে তেওঁ বিশ্বাস কৰে যে সমালোচনা সত্য সাই বাবাৰ ঈশ্বৰীয় আঁচনিৰ এটা অংশ আৰু প্ৰতিজন ধৰ্মীয় গুৰুৱেই জীৱনত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। অনিল কুমাৰে লগতে ক'লে যে সত্য সাই বাবাৰ ওপৰত সৰুৰে পৰা তেনে অভিযোগ অনা হৈছে, কিন্তু প্ৰতিটো অভিযোগৰ সৈতে তেওঁ অধিক কীৰ্তিমান হৈছে। .<ref name="divine">Brown, Mick (28 October 2000). "Divine Downfall". Daily Telegraph.</ref>
 
লৰেঞ্চ এই নিজৰ গ্ৰন্থ "ৰিডেম্প্টিভ এন্কাউণ্টাৰ্চ: থ্ৰি মডাৰ্ণ ষ্টাইল্চ ইন দা হিন্দু ট্ৰেডিচন"ত লিখিছে, "তেওঁ যিয়েই হয়, তেওঁৰ সমালোচকে দাবী কৰাৰ দৰে সাধাৰণ পাৰ্লাৰ জাদুগৰতকৈ অধিক। ""<ref name="BabbLawrence"/>
 
সত্য সাই বাবাই সকলোৰে আগত, ২৫ ডিচেম্বৰ ২০০০ চনত অভিযোগৰ প্ৰত্যুত্তৰ দিলে:
 
{{quote|কিছু লোকে নিজৰ তুচ্ছ-মানসিকতাৰ বাবে সাই বাবাৰ ছবিক বেয়া কৰাৰ চেষ্টা কৰে। নাম আৰু যশস্যা মোৰ লক্ষ্য নহয়। সেয়ে, মই মিছা অভিযোগৰ বাবে একো নেহেৰুৱাও। মোৰ মাহাত্ম্য দিনক দিনে বাঢ়ি গৈ থাকিব। ই কেতিয়াও অলপো কম নহয়, যদি তেওঁলোকে মিছা অভিযোগবোৰ সমগ্ৰ বিশ্বত মোটা আখৰতো প্ৰকাশ কৰা হয়। কিছু ভক্ত মিছা বাক্যবোৰৰ বাবে সন্তপ্ত হোৱা দেখা যায়। তেওঁলোক প্ৰকৃত ভক্ত নহয়। সাইৰ শক্তি জনাৰ পিছতো 'কাঁউৰীৰ কাঁ'ৰ পৰা কিয় ভয় খাব লাগে? এজনে বেৰত লিখা, ৰাজনৈতিক মিটিঙত কোৱা বা লিখিত মাধ্যমে প্ৰকাশ কৰা অশ্লীল সাধুৰ ওপৰত বিশ্বাস কৰিব নালাগে। .<ref>Sathya Sai Speaks Vol.33, pg.389</ref>}}
 
২৬ ডিচেম্বৰ ২০০০ চনত [[দ্য টাইমচ অৱ ইণ্ডিয়া]]ত সাই বাবাৰ বক্তব্য প্ৰকাশ পালে: {{quote|[[যীশু খ্ৰীষ্ট]]ও বহু কঠিনতাৰ সন্মুখীন হৈছিল, আৰু ঈৰ্ষাৰ বাবেই তেওঁ ক্ৰচবিদ্ধও হৈছিল। তেওঁৰ চাৰিওফালে থকা বহু লোকে তেওঁ কৰা ভাল কাম আৰু তেওঁ গোটোৱা ধেৰসংখ্যাক অনুগামী সহ্য কৰিব নোৱাৰিলে। তেওঁৰ এজন শিষ্য জুডাচে বিশ্বাসঘাত কৰিলে। সেই সময়ত এজন জুডাচ আছিলে, কিন্তু এতিয়া হাজাৰ হাজাৰ আছে। যিদৰে সেই জুডাচক বিশ্বাসঘাত কৰিবলৈ প্ৰলোভিত কৰা হৈছিল, আজিৰ জুডাচকো মিছা মাতিবলৈ ক্ৰয় কৰা হৈছে। ঈৰ্ষা তেওঁৰ ওপৰত অহা অভিযোগৰ প্ৰেৰক আছিল। .<ref>Rao, Manu (26 December 2000), Sai Baba lashes out at detractors http://timesofindia.indiatimes.com/city/bangalore/sai-baba-lashes-out-at-detractors/articleshow/534425761.cms</ref>}}
 
ডিচেম্বৰ ২০০১ চনত তেতিয়াৰ [[ভাৰত|ভাৰতীয়]] প্ৰধান মন্ত্ৰী আৰু সাই বাবাৰ ভক্ত [[অটল বিহাৰী বাজপেয়ী]],<ref name=Palmer97-98 /> ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ পি এন ভগৱতী, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চেয়াৰ পাৰ্চন আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰা, আন্তৰ্সংসদীয় ইউনিয়নৰ সভাপতি আৰু বিশেষ মানৱ উন্ননয়ন এম্বেচাদৰ [[নাজমা হেপতুল্লা]], ভাৰতীয় সাংসদ, পূৰ্বতে লোকসভাত আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাতিলে একেলগে তলৰ বাক্যকেইটাত স্বাক্ষৰ কৰিলে:
 
{{quote|আমি ভগৱান শ্ৰী সত্য সাই বাবাৰ ওপৰত কিছু নিশ্চিত ৰুচী আৰু লোকে অনা বন্য, অচিন্তাশীল, আৰু মিশ্ৰিত অভিযোগৰ বাবে অতিকৈ দুঃখিত। আমি সাধাৰণতে আশা কৰো যে দায়িত্বশীল মাধ্যমে সচা তথ্য প্ৰকাশ কৰাৰ আগতে নিশ্চিত কৰি ল'ব-- বিশেষকৈ যেতিয়া ব্যক্তিজনক সমগ্ৰ বিশ্বতেই প্ৰেম আৰু নিস্বাৰ্থ মানৱ সেৱাৰ স্বৰূপ হিচাপে গ্ৰহণ কৰা হয়। .<ref name="letterpmindia">Letter from A.B. Vajpayee (the then Prime Minister of India), http://www.hindu.com/thehindu/fline/fl2810/stories/20110520281002600.htm</ref><ref>Official Letter, http://www.saibaba.ws/images/letter_pm_india.gif</ref> }}
 
==উল্লেখনীয় অনুগামী==