সাঁথৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{cleanup}}
 
'''সাঁথৰ''' ({{Lang-en|Riddle}}) হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়৷হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়৷যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক৷পৰিচায়ক। সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়৷হয়।
 
==অসমীয়া সাঁথৰ==
7 নং শাৰী:
#চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)
#ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)
#টিঁ টিঁ কৈ টিঞা, ককালটিকঁকালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল)
#মাকে বৰশী বায়, পুতেকে সৰগ চায় (বাঁহ গছ আৰু বাঁহ গাজ)
#মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা? (জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক))
14 নং শাৰী:
#কাণত ধৰি নাকত বহে? (বিতচকু, চশমা)
#এজনী কলী গাই ঘাটে ঘাটে পানী খায়? (বৰশী)
#ওপৰৰ পৰা পৰিল বাঘিনীবাঘিণী, চাৰি ঠেং মেলি হ'ল গাভিনী (আঠুৱাআঁঠুৱা)
#কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ? (বিড়ি)
#কি বস্তু কাটিলে দীঘল হয়? (নলা (drain))
#চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু)
21 নং শাৰী:
#হাবিত কাঁহে ওলাই নাহে (কুঠাৰ)
#ৰজাৰ লাঠি ঘন ঘন গাঠি (কুহিয়াঁৰ)
#এঠেঙীয়া বগলী,নিতৌ নাচে গধুলিগধূলি (বিচনী)
#এডাল খেৰে ঘৰটো বেৰে (চাকি নাইবা মমবাতি)
#ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা)
39 নং শাৰী:
#আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগোৰ? (দুৱাৰডলি)
#ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি (জিভা)
#দুই গছৰ গছৰ দুই ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ? (তামোল-পান)
#ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা (ভূঁইকপ/ অনাতাঁৰ)
#কৈ মৰিল কোন, নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন (কৈ মৰিল জটায়ু (সীতাৰ বাৰ্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্ৰাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুৰ্যোধন (ৰাজ্য পাণ্ডৱক)
#উপি উপি বাটত আছে চুপি (জোক)
#ৰজাৰ আলিবাট মেলিব পাৰি জপাব নোঁৱাৰি ([[চোতাল]])
52 নং শাৰী:
#ক'লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)
#লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত (তামোল গছ)
#গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদালএডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি (গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদালএডাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি)
#আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই (কেচুঁৱাৰ দাঁত)
#ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,সাগৰ দেখিলে পাংখা মেলে (জাল)
#জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে ,সেই তৰকাৰি ঘৰে ঘৰে (বাঁহ গছ )
#এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে। ([[ঢেঁকী]])
#এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা। (নাও)
"https://as.wikipedia.org/wiki/সাঁথৰ"ৰ পৰা অনা হৈছে