সালোক সংশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
উদ্ভিদৰ সালোক সংশ্লেষণৰ আৰ্হি, উৎপাদিত শৰ্কৰা উদ্ভিদজোপাই ব্যৱহাৰ কৰে নাইবা সংৰক্ষণ কৰে।উদ্ভিদৰকৰে। উদ্ভিদৰ সালোক সংশ্লেষণৰ সংক্ষিপ্ত সমীকৰণ।
'সালোক সংশ্লেষণ' হৈছে [উদ্ভিদ] বা অন্য জীৱই [পোহৰ] শক্তি, বিশেষকৈ [সূয]ৰ পোহৰক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা এটা প্ৰক্ৰিয়া। এই ৰাসায়নিক শক্তিকেই জীৱই জীৱৰ বিভিন্ন কাৰ্য সমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰে। উদ্ভিদে [কাৰ্বন ডাই-অক্সাইড] আৰু [পানী]ৰ পৰা সৃষ্টি কৰা [চেনীচেনি]ৰ দৰে[পুষ্টিকাৰক#শক্তি প্ৰদানকাৰী পুষ্টিকাৰকশৰ্কৰা অনুত এই ৰাসায়নিক শক্তি সঞ্চিত কৰি ৰাখে। সালোক সংশ্লেষণৰ মূল ইংৰাজী শব্দ 'Photosynthesis', [গ্ৰীক ভাষা]ৰ "পোহৰ" বা "আলোক", আৰু 'synthesis', "সংশ্লেষণ কৰা"ৰ পৰা আহৰণ কৰা হৈছে। বহুক্ষেত্ৰত সালোক সংশ্লেষণৰ ফলত শক্তিৰ পৰিবৰ্তনৰ উপৰিও অক্সিজেনৰ উৎপাদন হয়। বেছিভাগ উদ্ভিদ, বেছিভাগ [শেলাই], আৰু [চাইন'বেক্টেৰিয়া]ই সালোক সংশ্লেষণ কৰে; এনে জীৱক [সালোক সংশ্লেষী] বোলে। সালোক সংশ্লেষণে বায়ুমণ্ডলৰ [অক্সিজেন স্তৰ] বজাই ৰাখে আৰু পৃথিৱীত জীৱনৰ বাবে প্ৰয়োজনীয় সকলো [জৈৱ যৌগ] আৰু প্ৰায় সকলো শক্তিৰ যোগান ধৰে।
ভিন্ন জীৱই ভিন্ন প্ৰক্ৰিয়াৰে সালোক সংশ্লেষণ কৰে, এই প্ৰক্ৰিয়া সেউজীয়া বৰণৰ [পত্ৰহৰিৎ] কণা সমৃদ্ধ [photosynthetic reaction centre|বিক্ৰিয়া কেন্দ্ৰ] নামৰ [প্ৰ'ট্ৰিন] বিধে পোহৰ শক্তি শোষণ কৰাৰ ফলতেই আৰম্ভ হয়। উদ্ভিদৰ ক্ষেত্ৰত, এই প্ৰ'ট্ৰিন বিধ, [[পত্ৰকোষ]]ত সৰহকৈ পোৱা [[ক্ল'ৰ'প্লাষ্ট]]ৰ ভিতৰত থাকে, আনহাতে বেক্টেৰিয়াৰ [[প্লাজমা আৱৰণত]] লাগি থাকে। এই আলোক-নিৰ্ভৰ বিক্ৰিয়াসমূহত কিছু শক্তি, অক্সিজেন গেছ উৎপাদনৰ বাবে উপযুক্ত উপাদান, যেনে পানী আদিৰ পৰা [[ইলেক্ট্ৰ'ন]] অপসাৰণত খৰছখৰচ হয়। অক্সিজেনৰ বাদে, [[nicotinamide adenine dinucleotide phosphate|NADPH]] আৰু [[adenosine triphosphate|ATP]] নামৰ অন্য দুটা যৌগৰ সৃষ্টিয়েও কোষৰ [[শক্তি মূল্য]] সীমিত কৰে।
 
উদ্ভিদ, শেলাই, আৰু চাইন'বেক্টেৰিয়াৰ ক্ষেত্ৰত, [[কেলভিন চক্ৰ]] নামৰ এলানি আলোক-নিৰ্ভৰ বিক্ৰিয়াৰ জৰিয়তে শৰ্কৰাৰ উৎপাদন হয়, কিন্তু কিছুমান বেক্টেৰিয়াৰ ক্ষেত্ৰত, [[reverse Krebs cycle|ৰিভাৰ্ছ ক্ৰেবছ চাইকল]]ৰ দৰে ভিন্ন প্ৰক্ৰিয়া সংঘটিত হয়। কেলভিন চক্ৰত, [[ribulose bisphosphate|ৰুবিলজ বাইফছফেট]] (RuBP)ৰ দৰে কোষত পূৰ্বৰে পৰা থকা জৈৱ কাৰ্বন যৌগৰ সৈতে বায়ুমণ্ডলীয় কাৰ্বনৰ সংযোজন ঘটে।<ref name="isbn0-321-73975-2">{{cite book | author = Reece J, Urry L, Cain M, Wasserman S, Minorsky P, Jackson R | title = Biology | edition = International | publisher = Pearson Education | location = Upper Saddle River, NJ | isbn = 0-321-73975-2 | pages = 235, 244 | quote = This initial incorporation of carbon into organic compounds is known as carbon fixation. }}</ref> আলোক-নিৰ্ভৰ বিক্ৰিয়াত সৃষ্টি হোৱা ATP আৰু NADPHৰ সন্মিলনত অৱশেষত [[গ্ল'কজ]]ৰ দৰে শৰ্কৰাৰ সৃষ্টি হয়।
 
সম্ভৱতঃ [[জীৱনৰ বিৱৰ্তনিক ইতিহাস]]ৰ দোকমোকালিতেই সালোক সংশ্লেষী জীৱৰ সৃষ্টি হৈছিল আৰু ইলেক্ট্ৰ'নৰ উৎসৰ [[অপসাৰক প্ৰতিনিধি]] হিচাপে পানীৰ সলনি [[হাইড্ৰজেন]] বা [[হাইড্ৰজেন ছালফাইড]] ব্যৱহাৰ কৰিছিল।<ref name="pmid16453059">{{cite journal | author = Olson JM | title = Photosynthesis in the Archean era | journal = Photosyn. Res. | volume = 88 | issue = 2 | pages = 109–17 |date=May 2006 | pmid = 16453059 | doi = 10.1007/s11120-006-9040-5 }}</ref> পিছত চাইন'বেক্টেৰিয়াৰ আবিৰ্ভাৱ হয়; ইহঁতেই বায়ুমণ্ডলত অতিৰিক্ত অক্সিজেনৰ যোগান ধৰে,<ref name="pmid18468984">{{cite journal | author = Buick R | title = When did oxygenic photosynthesis evolve? | journal = Philos. Trans. R. Soc. Lond., B, Biol. Sci. | volume = 363 | issue = 1504 | pages = 2731–43 |date=August 2008 | pmid = 18468984 | pmc = 2606769 | doi = 10.1098/rstb.2008.0041 }}</ref> যাৰ বাবে পৃথিৱীত [[Evolution of multicellularity|জটিল জীৱৰ বিৱৰ্তন]] সম্ভৱ হৈ উঠে। বৰ্তমান, সলোক সংশ্লেষণৰ দ্বাৰা হোৱা গড় [[শক্তি সংৰক্ষণ]]ৰ পৰিমানপৰিমাণ প্ৰায় ১৩০&nbsp;[[টেৰাৱাট]],<ref name="pmid10670014">{{cite journal | author = Nealson KH, Conrad PG | title = Life: past, present and future | journal = Philos. Trans. R. Soc. Lond., B, Biol. Sci. | volume = 354 | issue = 1392 | pages = 1923–39 |date=December 1999 | pmid = 10670014 | pmc = 1692713 | doi = 10.1098/rstb.1999.0532 }}</ref><ref name="Whitmarsh_Govindjee_1999">{{cite book | editor = Singhal GS, Renger G, Sopory SK, Irrgang KD, Govindjee | author = Whitmarsh J, Govindjee | title = Concepts in photobiology: photosynthesis and photomorphogenesis | chapter = The photosynthetic process | publisher = Kluwer Academic Publishers | location = Boston | year = 1999 | pages = 11–51 | isbn = 0-7923-5519-9 | url = http://www.life.illinois.edu/govindjee/paper/gov.html#80 | quote = 100 x 10<sup>15</sup> grams of carbon/year fixed by photosynthetic organisms, which is equivalent to 4 x 10<sup>18</sup> kJ/yr = 4 x 10<sup>21</sup>J/yr of free energy stored as reduced carbon; (4 x 10<sup>18</sup> kJ/yr) / (31,556,900 sec/yr) = 1.27 x 10<sup>14</sup> J/yr; (1.27 x 10<sup>14</sup> J/yr) / (10<sup>12</sup> J/sec / TW) = 127 TW. }}</ref><ref name="Steger_2005">{{cite book | author = Steger U, Achterberg W, Blok K, Bode H, Frenz W, Gather C, Hanekamp G, Imboden D, Jahnke M, Kost M, Kurz R, Nutzinger HG, Ziesemer T | title = Sustainable development and innovation in the energy sector | publisher = Springer | location = Berlin | year = 2005 | page = 32 | isbn = 3-540-23103-X | url = http://books.google.com/books?id=duVJsAqXlkEC&lpg=PA32&dq=photosynthesis%20terawatt&pg=PA32#v=onepage&q=photosynthesis%20terawatt&f=false | quote = The average global rate of photosynthesis is 130 TW (1 TW = 1 terawatt = 10<sup>12</sup> watt). }}</ref> যিটো বৰ্তমান [[World energy resources and consumption|মানৱ সভ্যতাই ব্যৱহাৰ কৰা শক্তিৰ]] প্ৰায় তিনিগুণ<!--'six times' - 143,851 TWh (2008) / 3,600 seconds = 40 TW; 'larger than' is superfluous-->।<ref name=EIA>{{cite web|publisher= Energy Information Administration |url= http://www.eia.doe.gov/pub/international/iealf/table18.xls|title = World Consumption of Primary Energy by Energy Type and Selected Country Groups, 1980–2004 | format = XLS | date = July 31, 2006 | accessdate = 2007-01-20 }}</ref>
সালোক সংশ্লেষী জীৱবোৰে বছৰি প্ৰায় ১০০–১১৫ হাজাৰ মেট্ৰিক টন কাৰ্বন [[জৈৱ ইন্ধন]]লৈ ৰূপান্তৰ কৰে।<ref name="pmid9657713">{{cite journal | author = Field CB, Behrenfeld MJ, Randerson JT, Falkowski P | title = Primary production of the biosphere: integrating terrestrial and oceanic components | journal = Science | volume = 281 | issue = 5374 | pages = 237–40 |date=July 1998 | pmid = 9657713 | doi = 10.1126/science.281.5374.237 |bibcode = 1998Sci...281..237F }}</ref><ref name="ps">{{cite book | author = | title = McGraw-Hill Encyclopedia of Science & Technology | publisher = McGraw-Hill | location = New York | year = 2007 | pages = | isbn = 0-07-144143-3 | volume = 13 | chapter = Photosynthesis }}</ref>