সিন্ধু নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
120 নং শাৰী:
[[File:River Sindh.jpg|280px|thumb]]
 
'''সিন্ধু নদী''' ('''Indus River'''/'''Sindhu River /''' '''Abasin ({{lang-ps|اباسين}}))''' এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম ৷ অন্যতম। এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে ৷গৈছে। সিন্ধু নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি (Tibetan Plateau) ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগৰত মিলিত হৈছেগৈ ৷ হৈছেগৈ। এই নদীৰ মুঠ দৈৰ্ঘ্য {{convert|3,180|km|mi|abbr=on}} ইণ্ডাছ নদী পাকিস্তানৰ দীৰ্ঘতম নদী৷নদী।<ref>{{cite journal
| last = Zeitler
| first = Peter K.
| coauthors = Koons, Peter O.; Bishop, Michael P.; Chamberlain, C. Page; Craw, David; Edwards, Michael A.; Hamidullah, Syed; Jam, Qasim M.; Kahn, M. Asif; Khattak, M. Umar Khan; Kidd, William S. F.; Mackie, Randall L.; Meltzer, Anne S.; Park, Stephen K.; Pecher, Arnaud; Poage, Michael A.; Sarker, Golam; Schneider, David A.; Seeber, Leonardo; and Shroder, John F.
|date=October 2001
| title = Crustal reworking at Nanga Parbat, Pakistan: Metamorphic consequences of thermal-mechanical coupling facilitated by erosion
| journal = Tectonics
| volume = 20
| issue = 5
| pages = 712–728
| doi = 10.1029/2000TC001243
}}</ref>
 
এই নদীৰ মুঠ অপবাহৰ কালি ( drainage area) {{convert|1,165,000|km2|sqmi|abbr=on}} ৰো অধিক ৷অধিক। ইয়াৰ বাৰ্ষিক প্ৰবাহ (annual flow) প্ৰায় {{convert|207|km3|abbr=on}} যাৰ ফলত বাৰ্ষিক প্ৰবাহৰ ক্ষেত্ৰত এই নদীয়ে বিশ্বৰ ভিতৰতে একবিংশতিতম স্থান লাভ কৰিছে ৷কৰিছে।
 
এই নদীৰ লাডাখত থকা উপনৈখন হৈছে Zanskar ৷Zanskar। সমতলত থকা আন এখন উপনৈ হৈছে Chenab যাৰ নিজৰে চাৰিখন উপনৈ আছে- Jhelum, Ravi, Beas আৰু Sutlej৷Sutlej।<ref>{{cite journal
| last = Clift
| first = Peter D.
|author2=Shimizu, N. |author3=Layne, G.D. |author4=Blusztajn, J.S. |author5=Gaedicke, C. |author6=Schlüter, H.-U. |author7=Clark, M.K. |author8= Amjad, S.
|date=August 2001
| title = Development of the Indus Fan and its significance for the erosional history of the Western Himalaya and Karakoram
| journal = GSA Bulletin
| volume = 113
| issue = 8
| pages = 1039–1051
| doi = 10.1130/0016-7606(2001)113<1039:DOTIFA>2.0.CO;2
}}</ref>
 
সিন্ধু নদীয়ে বৈদিক ঋকবেদত ’সপ্ত সিন্ধু’ বুলি উল্লেখ কৰা বৰ্তমানৰ পাকিস্তানৰ বৰ্তমানৰ ব-দ্বীপ গঠন কৰিছে। এই নদীয়ে প্ৰাচীন কালৰে ৰা নানা আশ্চৰ্য্যৰে পৰিব্ৰাজক আৰু ইতিহাসবিদসকলক আকৰ্ষিত কৰি আহিছে৷আহিছে।<ref>{{cite journal
| last = Clift
| first = Peter D.
|author2=Blusztajn, Jerzy
| date = 15 December 2005 | title = Reorganization of the western Himalayan river system after five million years ago
| journal = Nature
| volume = 438
| pages = 1001–1003
| doi = 10.1038/nature04379
| pmid = 16355221
| issue = 7070
}}</ref>
 
189 নং শাৰী:
{{Div col end}}
 
==তথ্যসূত্ৰ==
==তথ্যসুত্ৰ==
{{Reflist|2}}