হেমকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লক্ষ্য জিৎ ফুকন (আলোচনা)-ই কৰা 186646 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox book
| name = হেমকোষ
| image = [[Image:Hemkosh.jpg‎|right|250px]]
| image_caption = হেমকোষৰ ২০০৬ চনৰ সংস্কৰণ
| author = [[হেমচন্দ্ৰ বৰুৱা]]
| country = [[অসম]], {{IND}}
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| subject = [[অভিধান]]
| genre =
| publisher = [[হেমকোষ প্ৰকাশন]]
| pub_date = ১৯০০
| english_pub_date =
| media_type = মুদ্ৰণ
| pages =
| isbn =
| oclc =
| dewey =
| congress =
| preceded_by =
| followed_by =
}}
 
'''হেমকোষ''' ({{lang-en|Hemkosh}}) [[হেমচন্দ্ৰ বৰুৱা]]ৰ দ্বাৰা প্ৰণিত [[অসমীয়া ভাষা]]ৰ প্ৰথম বুৎপত্তিগত [[অভিধান]]। ইয়াক ১৯০০ চনত পি. আৰ. গাৰ্ডেন আৰু [[হেমচন্দ্ৰ গোস্বামী]]ৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল। প্ৰথম অৱস্থাত এই অভিধানত ২২,৩৪৬ টা৩৪৬টা শব্দ আছিল৷আছিল। বৰ্তমান ইয়াত এক লাখতকৈও অধিক শব্দ সংযোগ কৰা হৈছে।<ref name="RCILT">[http://www.iitg.ernet.in/rcilts/dictionary.html RCILTS, IIT Guwahati<!-- Bot generated title -->]</ref> হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পাছত নাতি [[দেৱানন্দ বৰুৱা]]ই হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি [[হেমকোষৰ প্ৰকাশন]]ৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে।<ref name="senti">{{cite web | url=http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=108348&dtP=2012-02-26&ppr=1 | title=Debananda Baruah dies at 89 | publisher=The Sentinel | date=February 25, 2012 | accessdate=February 28, 2012}}</ref>
 
==প্ৰণেতা==
{{Main|হেমচন্দ্ৰ বৰুৱা}}
'''হেমচন্দ্ৰ বৰুৱা''' ({{lang-en|Hemchandra Barua}}) (১৮৩৫-১৮৯৬) [[অসমীয়া ভাষা]]-[[অসমীয় সাহিত্য|সাহিত্য]]ৰ এজন একনিষ্ঠ সেৱক আছিল।<ref>http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লেখিতউল্লিখিত তথ্য</ref> তেওঁক '''অসমীয়া ভাষাৰ ওজা''' নামেৰে সম্বোধিত কৰা হৈছিল। ১৮৩৫ চনৰ ১০ ডিচেম্বৰত [[অসম]]ৰ [[যোৰহাট জিলা]]ৰ ৰজা-বাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল ''মুক্তাৰাম বৰুৱা'' আৰু মাতৃৰ নাম আছিল ''ৰূপহী দেৱী''।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)">{{cite book | title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | author=গগণ চন্দ্ৰ অধিকাৰী | year=১০ ডিচেম্বৰ, ২০১১ (শণিবাৰ) | pages=৪}}</ref>
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/হেমকোষ"ৰ পৰা অনা হৈছে