"হৃদযন্ত্ৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
[[File:Real-time MRI - Thorax.ogv|thumb|[[Real-time MRI]] of the human heart]]
 
'''হৃদযন্ত্ৰ''' ({{lang-en|Heart}}) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে [[প্ৰাণী]]ৰ [[জীৱন]] থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে৷কৰে। ই বক্ষ গহ্বৰত [[হাঁওফাঁও]] দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ৷অংগ। হৃদযন্ত্ৰ হৃদয়াৱৰণ () ৰ দ্বাৰা আবৃত হৈ থাকে৷থাকে। হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে৷বোলে। ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে৷থাকে। এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে৷কৰে। হৃদযন্ত্ৰটো ৪টা ৪ টা কোঠালিযুক্ত৷কোঠালিযুক্ত। নিম্নখাপৰ [[মেৰুদণ্ডী প্ৰাণী]]ৰ পৰা ক্ৰমে উচ্চখাপৰ [[প্ৰাণী]]লৈ ইয়াৰ জটিলতা বৃদ্ধি পায়৷পায়।
==বিভিন্ন [[মেৰুদণ্ডী প্ৰাণী]]ৰ হৃদযন্ত্ৰ==
 
 
===স্তন্যপায়ী প্ৰাণী(মানুহ)ৰ হৃদযন্ত্ৰ===
*অৱস্থান : [[স্তন্যপায়ী প্ৰাণী]]ৰ হৃদযন্ত্ৰটো বক্ষ গহ্বৰত [[হাঁওফাঁও]] দুটাৰ মাজত মধ্যচ্ছদাৰ ঠিক ওপৰৰ ফালে মধ্য অক্ষৰ পৰা ৯ চে.মি. বাওঁফালে অৱস্থিত৷অৱস্থিত। হৃদযন্ত্ৰটোৰ প্ৰশস্ত প্ৰান্ত (base) ওপৰৰ পিনে আৰু জোঙা শীৰ্ষপ্ৰান্ত (apex) তলৰ ফালে আৰু ই পঞ্চম আৰু ষষ্ঠ [[কামিহাড়]]ৰ দ্বাৰা পৰিৱেষ্টিত হৈ থাকে৷থাকে।
*হৃদয়াৱৰণ : হৃদযন্ত্ৰটো এখন দ্বি-স্তৰীত আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে,ইয়াক হৃদয়াৱৰণ বোলে৷বোলে। হৃদয়াৱৰণৰ বাহ্যিক আৱৰণখনক অংগীয় স্তৰ (visceal layer) আৰু অন্ত: আৱৰণক গহ্বৰাৱৰণী স্তৰ (parietal layer) হৃদয়াৱৰণ বোলে৷বোলে। এই আৱৰণ দুখনৰ মধ্যৱৰ্তী স্থানক হৃদয়াৱৰণ গহ্বৰ (pericardial cavity) বোলে এই গহ্বৰত থকা পনীয়া ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে তথা সংকোচনৰ আৰু প্ৰসাৰণৰ সময়ত হ'ব পৰা ঘৰ্ষণৰ পৰা ৰক্ষা কৰে৷কৰে।
*আকাৰ,আয়তন আৰু ওজন : হৃদপিণ্ডৰ আকাৰ ত্ৰিভূজাকৃতিৰত্ৰিভুজাকৃতিৰ,আঁহত পাত এখিলাৰ দৰে৷দৰে। ইয়াৰ দৈঘ্য ১২-১৩ চে.মি. আৰু প্ৰস্থ ৯-১০ চে.মি. প্ৰাপ্তবয়স্ক পুৰুষৰ হৃদপিণ্ডৰ ওজন ২৮০-৩৪০ গ্ৰাম আৰু মহিলাৰ ২৩০-২৮০ গ্ৰাম৷গ্ৰাম। মানুহৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত৷কোঠালিযুক্ত।<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷অসম। পৃষ্ঠা ৫৬২</ref>
 
 
===মৎস্য===
 
মৎস্যবোৰৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত৷কোঠালিযুক্ত। ইয়াৰে এটা অলিন্দ (auricle) আৰু আনটো নিলয় (ventricle) মৎস্যৰ হৃদযন্ত্ৰই কেৱলমাত্ৰ অশুদ্ধ [[তেজ]] বহন কৰে৷কৰে। দেহৰ বিভিন্ন অংশৰপৰা অহা তেজ প্ৰথমতে পাতল বেৰযুক্ত ছাইনাছ ভেন'ছাছ বা শিৰাকোটৰ (sinus venosus) নামৰ কোঠালিত জমা হয় আৰু তাৰ পৰা ছাইনু অলিন্দ ৰন্ধ্ৰ (sinu auricular aperture) ৰ দ্বাৰা অলিন্দলৈ আহে৷আহে। অলিন্দৰ সংকোচনৰ ফলত [[তেজ]] নিলয় লৈ আহে আৰু ইয়াৰ পৰা এই অশুদ্ধ তেজখিনি অন্তৰ্বাহী ধমনীৰ জৰিয়তে ফুল বা জলক্লোমলৈ আহে৷আহে। এনে ধৰণৰ হৃদযন্ত্ৰক ব্ৰেংকিয়েল হৃদযন্ত্ৰ (branchail heart) বোলে৷বোলে।
 
===উভচৰ===
 
[[উভচৰ]]ৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত৷কোঠালিযুক্ত। ইয়াৰে দুটা অলিন্দ আৰু এটা নিলয়৷নিলয়। অলিন্দ দুটা আন্ত:অলিন্দআন্তঃঅলিন্দ পৰ্দা (inter auricular septum) ৰ দ্বাৰা এটা আনটোৰ পৰা পৃথক হৈ থাকে৷থাকে। সোঁ অলিন্দই ছাইনাছ ভেন'ছাছৰ যোগেদি দূষিত তেজ আৰু বাঁও অলিন্দই ক্লোম শিৰা (pulmonary vein) ৰ যোগেদি শুদ্ধ [[তেজ]] গ্ৰহণ কৰে৷কৰে। অলিন্দ দুটা অলিন্দ-নিলয় ৰন্ধ্ৰৰ দ্বাৰা নিলয়ৰ লগত সংযুক্ত৷সংযুক্ত। [[উভচৰ]]ৰ হৃদযন্ত্ৰত মিশ্ৰিত [[তেজ]] থাকে৷থাকে। নিলয়ৰ পৰা ধমনীকাণ্ড (trunchus arteriosus) ৰ জৰিয়তে [[তেজ]] ধমনীৰে [[শৰীৰ]]ৰ বিভিন্ন প্ৰান্তলৈকে প্ৰৱাহিত হয়৷হয়।
 
===সৰীসৃপ===
 
[[সৰীসৃপ]]ৰ হৃদযন্ত্ৰ অসম্পূৰ্ণভাৱে চাৰিটা কোঠালিত বিভক্ত৷বিভক্ত। ইয়াৰ দুটা অলিন্দ আৰু সম্পূৰ্ণকৈ বিভাজিত নোহোৱা এটা নিলয় থাকে ([[কাছ]] আৰু [[ঘঁৰিয়ালৰ]] ক্ষেত্ৰত হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত-দুটা অলিন্দ আৰু দুটা নিলয়)<ref name="গ্ৰন্থ ১" />
 
==তথ্য সংগ্ৰহ==
[[শ্ৰেণী:প্ৰাণীৰ গঠন]]
[[শ্ৰেণী:অংগ]]
[[শ্ৰেণী:আভ্যন্তৰীণঅভ্যন্তৰীণ অংগ]]
3,780

টা সম্পাদনা