ক্ষুদ্ৰান্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
5 নং শাৰী:
| GrayPage = 1168
| Image = Blausen_0817_SmallIntestine_Anatomy.png
| Caption = ক্ষুদ্ৰান্ত্ৰ আৰু ইয়াৰ চাৰিওকাষৰ অংগবোৰৰ চিত্ৰ।
| Image2 =
| Caption2 =
20 নং শাৰী:
| DorlandsID = Small intestine
}}
'''ক্ষুদ্ৰান্ত্ৰ''' {{En|Small intestine}} হৈছে [[পাচন তন্ত্ৰ|পৌষ্টিকনলী]]ৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে।
খাদ্যৰ পৰা [[পোষক দ্ৰব্য]] আৰু [[খনিজ লৱণ]]ৰ শোষণ কৰাই ক্ষুদ্ৰান্ত্ৰৰ প্ৰাথমিক কাৰ্য।<ref>http://www.britannica.com/EBchecked/topic/275485/human-body</ref>
 
কেচু আদি [[অমেৰুদণ্ডী]]ৰ ক্ষেত্ৰত প্ৰায়ে সমষ্ট পৌষ্টিকনলীক বৰ্ণনা কৰিবলৈ কেৱল বৃহদান্ত্ৰ শব্দটো ব্যৱহাৰ কৰা হয়।
 
==তথ্য সংগ্ৰহ==