কৃষ্ণগহ্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
[[File:Black hole - Messier 87.jpg|thumb|260px|কৃষ্ণগহ্বৰৰ প্ৰথম খনপ্ৰথমখন আলোকচিত্ৰ: এই কৃষ্ণগহ্বৰ 'Messier 87' নামৰ তাৰকাপুঞ্জৰ কেন্দ্ৰত স্থিত হৈ। যাৰ ভৰ সূৰ্যত কে ৭০০ কোটি গুণ বেছি হৈ। এই আলোকচিত্ৰখন ১০ এপ্ৰিল ২০১৯ তাৰিখে উন্মোচন কৰা হৈছিল। ]]
[[File:BH LMC.png|thumb|upright=1.35|right|কম্পিউটাৰ চিমুলেশ্বনৰ জৰিয়তে প্ৰাপ্ত কৃষ্ণগহ্বৰৰ ছবি (কেন্দ্ৰভাগ) in front of the [[Large Magellanic Cloud]]. Note the [[gravitational lens]]ing effect, which produces two enlarged but highly distorted views of the Cloud. Across the top, the [[Milky Way]] disk appears distorted into an arc.]]
[[File:spacetime curvature.png|thumb|right|300px|কাল-স্থান বিকৃতিৰ দ্বি-মাত্ৰিক অনুৰূপতা. Matter changes the geometry of spacetime, this (curved) geometry being interpreted as [[gravity]]. White lines do not represent the curvature of space but instead represent the [[coordinate system]] imposed on the curved spacetime, which would be [[regular grid|rectilinear]] in a flat spacetime.]]
 
'''কৃষ্ণগহ্বৰ''' ({{Lang-en|Black hole}}) হৈছে [[মহাকাশ]]ৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। [[সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব]] অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (''compact'') বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান ([http://en.wikipedia.org/wiki/Spacetime Spacetime]) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে। কৃষ্ণগহ্বৰ একোটাৰ চৌপাশে গাণিতীয় ভাৱে সংজ্ঞাবদ্ধ "ইভেণ্ট্ হ'ৰাইজ'ন" [http://en.wikipedia.org/wiki/Event_horizon Event horizon] নামৰ এখনি পৃষ্ঠ আছে, আৰু এই পৃষ্ঠখনে "উভতিব নোৱাৰা বিন্দু" চিহ্নিত কৰে। তাপগতিবিজ্ঞানৰ 'নিখুঁত [[কৃষ্ণকায়]]' ৰ দৰে কৃষ্ণগহ্বৰে ইয়াৰ "হ'ৰাইজ'ন"ত আপতিত ক্ষুদ্ৰাংশও প্ৰতিফলিত নকৰাকৈ সকলো পোহৰ শোষণ কৰে, আৰু সেইবাবেই আৰু ইয়াক "কৃষ্ণ" নামকৰণ কৰা হৈছে। [[কোৱান্টামকোৱাণ্টাম বলবিজ্ঞান]]ৰ মতে কৃষ্ণগহ্বৰেও অশূণ্যঅশূন্য উষ্ণতাত কৃষ্ণকায়ৰ দৰে শক্তি বিকিৰণ নিৰ্গত কৰিব পাৰে। এই উষ্ণতা কৃষ্ণগহ্বৰৰ ভৰৰ ব্যস্তানুপাতিক। সেইবাবেই, সূৰ্য্য়ৰ সমভৰৰ বা বেছিভৰযুক্ত তৰাৰ [[কৃষ্ণগহ্বৰ বিকিৰণ]] প্ৰত্যক্ষ কৰাটো জটিল কাৰ্য্য হৈ পৰে।