ক্ৰা দাদি জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
24 নং শাৰী:
}}
 
'''ক্ৰা দাদি জিলা''' (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ [[অৰুণাচল প্ৰদেশ]]ৰ এখন অন্যতম জিলা৷জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত [[কুৰুং কুমেই জিলা]]ৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷হৈছিল।<ref name="ToI-19th">{{cite web|title=Arunachal Pradesh carves out new district|url=http://timesofindia.indiatimes.com/city/guwahati/Arunachal-carves-out-new-district/articleshow/46167914.cms|website=The Times of India|date=9 February 2015}}</ref> এই জিলাৰ সদৰ ঠাই পালিন৷পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷জনজাতিৰ।
 
== ইতিহাস ==
[[চিত্ৰ:View_of_Palin_Town.jpg|thumb|জিলা খনৰ সদৰ ঠাই পালিনৰ দৃশ্য]]
২০১৩ চনৰ ২১ মাৰ্চত অৰুণাচল প্ৰদেশ (জিলা পুনৰ্সংগঠন) আইন (''Arunachal Pradesh (Re-Organization of Districts) Bill'') ৰ দ্বাৰা ক্ৰা দাদি জিলা গঠনৰ প্ৰস্তাৱ গৃহীত হয়৷হয়।<ref name="ToI-4new-approved">{{cite web|title=Arunachal clears bill for four new districts|url=https://timesofindia.indiatimes.com/city/guwahati/Arunachal-clears-bill-for-four-new-districts/articleshow/19120040.cms|website=The Times of India|date=22 March 2013}}</ref> ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত সেইসময়ৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী নবাম টুকীয়ে এই নতুন জিলাখন উদ্ধোধনউদ্বোধন কৰে৷কৰে।<ref name="ToI-19th" />
 
== প্ৰশাসন ==
বৰ্তমান জিলাখনৰ অস্থায়ী সদৰ পালিন৷পালিন। পালিনৰ পৰা ২০ কিমি দুৰত্বত অৱস্থিত জামিন (Jamin) নগৰক জিলাখনৰ সদৰ ঠাই হিচাপে প্ৰস্তাৱ কৰা হৈছে৷হৈছে।
 
ক্ৰা দাদি জিলাত দুটা বিধানসভাৰ সমষ্টি আছে- তালি (Tali) আৰু পালিন (Palin) তাৰোপৰিতদুপৰি জিলাখন আঠটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে- পালিন, জামিন, য়াংটে (Yangte), চামবাং (Chambang), তৰক লাংডি (Tarak Langdi), গাংটে (Gangte), তালি আৰু পিপচ’ৰাং (Pipsorang)<ref name="ToI-19th" />
 
== তথ্যসূত্ৰ ==