ক্ল’নিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
কোনো জীৱৰ এটা দেহকোষৰ পৰা হুবহু সেই জীৱটোকে পুনৰায় সৃষ্টি কৰাৰ পদ্ধতিক ক্ল'নিং নামেৰে জনা যায় (আণৱিক জীৱবিজ্ঞানীসকলে দৈনন্দিন অনেক প্ৰকাৰৰ ক্ল'নিং কৰে যি হ'ল ডি. এন. এ. ক্ল'নিং)। ১৯৯৬ চনত ৰ'জলিন ইন্সটিটিউট,স্কটলেণ্ডৰ গবেষক, ড: আয়ান উইলমুটে, তেঁওৰতেওঁৰ ২৭৩ তম চেষ্টাৰ অন্তত এজনী ভেড়াৰ এটা দেহকোষৰ (স্তন্য বা দুগ্ধ গ্ৰন্থীৰগ্ৰন্থিৰ পৰা সংগৃহীত) কেন্দ্ৰক অন্য ধৰনৰধৰণৰ ভেড়াৰ কেন্দ্ৰবিযুক্ত ডিম্বাণুত প্ৰতিস্থাপিতপ্ৰতিষ্ঠাপিত কৰে আৰু তাৰ পৰা প্ৰথম ধৰনৰধৰণৰ সম্পূ্ৰ্ণ ভেড়া [[ডলী (ভেড়া)|ডলী]]ক সৃষ্টি কৰি জীৱ ক্ল'নিঙৰ সফল আৰম্ভনিআৰম্ভণি কৰে। ইয়াৰ জৰিয়তে চিকিৎসা বিজ্ঞানত বিৰাট বিপ্লৱৰ আৰম্ভনিআৰম্ভণি বুলি অনেকে আশা কৰিছে, যদিও মানৱ ক্ল'নিং অধিকাংশ দেশত নিষিদ্ধ কৰা হৈছে।
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/ক্ল’নিং"ৰ পৰা অনা হৈছে