কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox university |name =কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়<br>Krishnaguru Adhyatm...
 
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox university
|name =কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়<br>Krishnaguru Adhyatmik Vishvavidyalaya<br> Krishnaguru Spiritual University
|native_name =
|motto =
|motto_lang =
|mottoeng =
|established = ২০১৭
|type =ব্যক্তিগত খণ্ডৰ আধ্যাত্মিক
|chancellor =
|vice_chancellor = ডঃড॰ তৰুণ চন্দ্ৰ বৰা
| city =ন সত্ৰ, [[সৰ্থেবাৰী]], [[বৰপেটা]]
|state = [[অসম]]
|country =
|campus = গাঁৱলীয়া
|free_label =
|free =
|website = {{URL|http://www.krishnaguru.org}}
| logo =
|image_name =
|coor =
|affiliations = [[বিশ্ববিদ্যালয় অনুদান আয়োগ]]
|location =
}}
'''কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়''' [[অসম|অসমৰ]] ষষ্ঠ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় খনবিশ্ববিদ্যালয়খন [[অসম চৰকাৰ|অসম চৰকাৰে]] ৯ মাৰ্চ, ২০১৭ চনত গৃহীত কৰা ''কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বিল, ২০১৭''ৰ আধাৰত স্থাপন কৰা হৈছে।
 
[[বৰপেটা জিলা]]ৰ ন সত্ৰত কৃষ্ণগুৰু ফাউণ্ডেচনে ইয়াৰ প্ৰতিষ্ঠা কৰিছে। বিশ্ববিদ্যালয় খনৰ আধাৰশিলা ধৰ্মীয় গুৰু, ''কৃষ্ণগুৰু অৰুণ গোস্বামীয়ে'' স্থাপন কৰিছিল।<ref>{{cite web|url=https://www.nelive.in/krishnaguru-adhyatmik-viswavidyalaya-bill|title=Taxonomy term|publisher=}}</ref>
 
 
২০১৭ চনৰ ৩ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী [[সৰ্বানন্দ সোণোৱাল]] ডাঙৰীয়ায়ে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। নিজৰ ভিতৰতে ব্যতিক্ৰম বিশ্ববিদ্যালয় খনে আধ্যাত্মিক শিক্ষাৰ মাজেৰে আধুনিক শিক্ষা প্ৰদান কৰিব। আগষ্ট মাহৰ পৰায়ে বিশ্ববিদ্যালয় খনবিশ্ববিদ্যালয়খন শৈক্ষিক ক্ষেত্ৰত সক্ৰিয় হৈ অসমীয়া, ৰাজনীতি বিজ্ঞান আৰু গণিত শাস্ত্ৰৰ বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰিছে। অনাগত দিনত লাহে লাহে অন্যান্য পাঠ্যক্ৰম সমূহো আৰম্ভ কৰা হব।<ref>{{cite web|url=http://sentinelassam.com/story/news/14/sonowal-inaugurates-krishnaguru-adhyatmik-vishvavidyalaya/2017-08-04/1/316212|title=The Sentinel, an English daily newspaper - Sonowal inaugurates Krishnaguru Adhyatmik Vishvavidyalaya|first=Omega Printers and|last=Publishers|website=sentinelassam.com}}</ref>
==তথ্য উৎস ==
{{reflist}}