মহীশূৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
| settlement_type = মহানগৰ
| image_skyline = Mysuru Montage.jpg
| image_caption = ঘড়ীকাঁটাৰ দিশত ওপৰৰপৰা: [[মহীশূৰ মহল]], মন্দ্যাৰ শিৱনাসমুদ্ৰা জলপ্ৰপাত, ইনফোচিচ কোম্পানীৰ মহীশূৰ কেম্পাচ, মন্দ্যাৰ বৃন্দাবন উদ্যান, শোমনাথপুৰাৰ মন্দিৰ, ললিতা মহল, চেইন্টচেইণ্ট ফিলোমেনাৰ গীৰ্জা আৰু চামুন্দেশ্বৰী মন্দিৰ
| coordinates = {{coord|12.26|N|76.6|E|region:IN-KN|format=dec|display=inline,title}}
| subdivision_type = দেশ
19 নং শাৰী:
| population_total = 920550<ref>{{cite web|url=http://timesofindia.indiatimes.com/city/mysuru/Mysuru-first-city-with-1-million-people-to-be-free-of-open-defecation/articleshow/54504652.cms|title=Mysuru first city with 1 million people to be free of open defecation - Times of India|publisher=|deadurl=no|archiveurl=https://web.archive.org/web/20161016010139/http://timesofindia.indiatimes.com/city/mysuru/Mysuru-first-city-with-1-million-people-to-be-free-of-open-defecation/articleshow/54504652.cms|archivedate=16 October 2016|df=dmy-all}}</ref>
| population_as_of = 2011
| population_footnotes =<ref name="popu">{{cite web|url=http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.xls|format=XLS|title=Table 2: PR cities 1&nbsp; lakh and above|work=Provisional Population Totals, Census of India 2011|publisher=Registrar General and Census Commissioner of India|accessdate=3 March 2012|deadurl=no|archiveurl=https://web.archive.org/web/20120401091551/http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.xls|archivedate=1 April 2012|df=dmy-all}}</ref>
| population_density_km2 = auto
| population_metro = 990,900
| population_metro_footnotes =<ref name="popu2">{{cite web|url=http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf|format=XLS|title=Table 3: PR UAs/ cities 1&nbsp; lakh and above|work=Provisional Population Totals, Census of India 2011|publisher=Registrar General and Census Commissioner of India|accessdate=3 March 2012|deadurl=no|archiveurl=https://web.archive.org/web/20131017153124/http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf|archivedate=17 October 2013|df=dmy-all}}</ref>
| population_rank = ৫৩
| timezone1 = [[ভাৰতীয় মান সময়]]
36 নং শাৰী:
| blank2_info = [[কন্নড় ভাষা|কন্নড়]]
}}
'''মহীশূৰ''' ({{Lang-kn|ಮೈಸೂರು}}) [[কৰ্ণাটক]]ৰ তৃতীয়খন বৃহৎ<ref>http://www.mysorecity.mrc.gov.in</ref> আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। [[কৰ্ণাটক]]ৰ ৰাজধানী [[বাংগালুৰু]]ৰ দক্ষিণ পশ্চিম দিশলৈ চামুণ্ডী শিলৰ তললৈ অৱস্থিত এই মহানগৰখনৰ কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮৮৭,৪৪৬।
 
১৩৯৯ চনৰ পৰা ১৯৫৬ চনলৈ মহীশূৰ আছিল মহীশূৰ ৰাজ্যৰ ৰাজধানী। ৱডেয়াৰ বংশৰ দ্বাৰা এই ৰাজ্য পৰিচালিত হৈছিল। এই সময়খিনিতে ঠাইখন কলা আৰু সাংস্কৃতিক দিশত আগবাঢ়ি গৈছিল। সেইবাবেই ইয়াক কৰ্ণাটকৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয়।
মহীশূৰ ইয়াত থকা ঐতিহ্যমণ্ডিত ঠাই আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। দশেহৰা উৎসৱৰ সময়ত ইয়ালৈ দেশ বিদেশৰ পৰ্যটকে ভীৰ লগায়। ইয়াৰ মহীশূৰ দশেহৰা, মহীশূৰ চিত্ৰ, মহীশূৰ পাক(মিঠাই), মহীশূৰ মচলা দোচা, মহীশূৰ চণ্ডাল চাবোন, মহীশূৰ চিঞাহী, মহীশূৰ পেটা(স্থানীত পাগুৰি) আৰু মহীশূৰ শাৰী ইত্যাদি অন্যতম। পৰ্যটনেই ইয়াৰ মূল উদ্যোগ হিচাপে চিহ্নিত হৈছে যদিও আন উদ্যোগো নথকা নহয়। ইয়াৰ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মূখ্যতঃমুখ্যতঃ ৰেল, বাছ আৰু দশেহৰাৰ সময়ত বিমান পৰিবহণ ব্যৱস্থা সক্ৰিয় হৈ পৰে। ভাৰতৰ প্ৰথম ব্যক্তিগত [[ৰেডিঅ']] সংস্থা মহীশূৰতেই আছিল। [[মহীশূৰ বিশ্ববিদ্যালয়]]ৰ মুখ্য কাৰ্যালয়ো ইয়াত অৱস্থিত। ক্ৰিকেট, লন টেনিছ ইয়াত জনপ্ৰিয় খেল।
==ব্যুৎপত্তি==
মহীশূৰৰ অৰ্থ হৈছে মহীষা ([[কন্নড় ভাষা]]ৰ শব্দ)-ৰ বাসস্থান। [[সংস্কৃত]]ৰ পৰা চাবলৈ গ'লে ইয়াৰ অৰ্থ হৈছে ম'হ। এই মহীষা নামটো আহিছে হিন্দু পৌৰাণিক কাহিনীৰ দৈত্য মহীষাশূৰৰ পৰা, যিয়ে মানুহ আৰু ম'হৰ ৰূপ ধাৰণ কৰিব পাৰিছিল আৰু মহীশূৰ ৰাজ্যৰ ৰজা আছিল।<ref name="orig">{{cite news|url=http://archive.deccanherald.com/Deccanherald/Nov32006/sesame1148592006112.asp |last=Vasudeva|first=Rashmi|title=Land of milk and honey|newspaper=The Deccan Herald|date=3 November 2006|accessdate=12 November 2007}}</ref> দৈত্য মহীষাশূৰক বধ কৰিছিল চামুণ্ডেশ্বৰী দেৱীয়ে আৰু তেওঁৰ নামেৰে চামুণ্ডি পাহাৰৰ শীৰ্ষত এক মন্দিৰ আছে। তাৰ পাছৰে পৰা নামটো মহীষপুৰ হয় আৰু পাছলৈ মহীশূৰ হৈ পৰে।<ref>{{Cite book|url=https://books.google.com/books?id=xLsLAAAAIAAJ&q=mahishapura&dq=mahishapura&hl=en&sa=X&ved=0ahUKEwjt3u39xuPSAhUI_4MKHbcVCBUQ6AEIHDAA|title=Cultural profiles of Mysore City|last=Station|first=Anthropological Survey of India South India|date=1978-01-01|publisher=Anthropological Survey of India, Govt. of India|language=en}}</ref> পাছত বৃটিছসকলৰ আগমনৰ পাছত এই নামটো মাইচৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে।<ref name="dejagou">Deve Gowda Javare Gowda (1998), p. 82.</ref>
46 নং শাৰী:
 
==ভৌগোলিক অৱস্থান==
মহীশূৰৰ অৱস্থিতি {{Coord|12.30|N|74.65|E|}} আৰু গড় উচ্চতা ৭৭০ মিটাৰ আৰু কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ। ইয়াৰ ওচৰ চুবুৰীয়া মহানগৰ কেইখন হৈছে [[কেৰেলাকেৰালা]], [[তামিলনাডু]] ইত্যাদি। ভাষা [[কন্নড় ভাষা|কন্নড়]]। ইয়াত থকা কেইটামান পুখুৰীৰ নাম হৈছে কুক্কাৰাহালী, কাৰান্জীকাৰাঞ্জী আৰু লিংগমবুধি। মহানগৰখন দুখন নদীৰ মাজত অৱস্থিত, [[কাবেৰী নদী]] আৰু কাবিনী নদী।
 
==জলবায়ু==
"https://as.wikipedia.org/wiki/মহীশূৰ"ৰ পৰা অনা হৈছে