সম্ৰাট অশোক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{পোখালি}}
{{Infobox monarch
|name = অশোক মৌৰ্য্য
|title =[[:en:Mauryan dynasty|মৌৰ্য্য]] সম্ৰাট
|image =Indian_relief_from_Amaravati,_Guntur._Preserved_in_Guimet_Museum.jpg
7 নং শাৰী:
|reign = ২৬৮-২৩২ খ্ৰীষ্টপূৰ্ব
|coronation = ২৬৮ খ্ৰীষ্টপূৰ্ব
|other titles = সম্ৰাট, চক্ৰৱৰ্তী, দেৱনামপ্ৰিয়, প্ৰিয়দৰ্শী, ধৰ্মা
|religion = [[বৌদ্ধ ধৰ্ম]]
|predecessor = [[বিন্দুসাৰ]]
|successor = [[দশৰথ মৌৰ্য্য]]
|spouse 1=[[কৌৰাৱকী]]
|spouse 2 =[[মহাৰাণী দেৱী]]
|spouse 3 =[[ৰাণী পদ্মাৱতী]]
|spouse 4 =[[তিশ্যাৰক্ষ]]
|children =মাহিন্দা, সংঘমিত্ৰা, তিৱালাল, কুনালাল, জালুকা
|dynasty = [[মৌৰ্য সাম্ৰাজ্য]]
|father = বিন্দুসাৰ
|mother = মহাৰাণী ধৰ্মা বা শুভদ্ৰাংগী
|brothers =
|birth_date = ৩০৪ খ্ৰীষ্টপূৰ্ব
|birth_place = পাটলিপুত্ৰ, [[পাটনা]]
|death_date = ২৩২ খ্ৰীষ্টপুৰ্ব (৭২ বছৰ বয়সত)
|death_place = পাটলিপুত্ৰ, [[পাটনা]]
|date of burial =
|place of burial = অস্থিসমূহ [[গংগা নদী]]ত (সম্ভৱতঃ বাৰাণসীত) উটুৱাই দিয়া হয়
|influenced by =
}}
 
'''অশোক মৌৰ্য্য'''(৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ [[মৌৰ্য সাম্ৰাজ্য]]ৰ এজন শাসক আছিল। তেওঁক '''অশোক''' বা '''মহামতি অশোক''' হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল। তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল। তেওঁৰ সাম্ৰাজ্য প্ৰাচীন খোৰাচান, চিস্তান, বেলুচিস্তান ৰ পৰা আফগানিস্তানৰ হিন্দুকুশ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল, দক্ষিণে উত্তৰ কেৰেলাকেৰালা আৰু অন্ধ্ৰ প্ৰদেশলৈ আছিল। তক্ষশীলা, উজ্জয়িনী আৰু পাটলিপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্যৰ তিনিখন ৰাজধানী আছিল।
 
[[শ্ৰেণী:মৌৰ্য সাম্ৰাজ্য]]