বগীবিল দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{Infobox bridge
|bridge_name = বগীবিল দলং
|image = Bogibeel_Bridge.jpg
|image_size = 250px
|carries = তিনি লেনযুক্ত পথ, দুই লেনযুক্ত ৰেলপথ
|crosses = [[ব্ৰহ্মপুত্ৰ নদী]]
|locale = [[ধেমাজী জিলা]] আৰু [[ডিব্ৰুগড় জিলা]], [[অসম]], {{IND}}
|design = Truss bridge
|material = ষ্টিল, কংক্ৰিট
|length = ৪.৯৪  কিমি
|mainspan = ১২৫  মিটাৰ
|spans = ৪২
|begin = {{Start date|2002|4|21|df=y}}
|complete = ২০১৮
|open = ২৫ ডিচেম্বৰ ২০১৮
|coordinates = {{coord|27|24|31|N|94|45|37|E|region:IN_type:landmark|display=inline,title}}
}}
'''বগীবিল দলং''' [[অসম]]ৰ [[ডিব্ৰুগড় জিলা]]ৰ [[বগীবিল]] নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ চতুৰ্থখন দলং৷দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰৰ [[চিচিবৰগাওঁ|চিচিবৰগাঁৱৰ]] কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী [[এইচ ডি দেৱেগৌড়া]]ই এই দলঙৰ আধাৰশিলা স্থাপন কৰে৷কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী
 
[[নৰেন্দ্ৰ মোদি]] ডাঙৰীয়াই শুভাৰম্ভ কৰে৷কৰে। ব্ৰক্ষ্মপুত্ৰৰব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা [[ভাৰত]]ৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ'ব৷ব। দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব৷থাকিব।<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
 
বগীবিল দলং [[অসম]]ৰ [[ডিব্ৰুগড় জিলা]]ৰ [[বগীবিল]] নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ চতুৰ্থখন দলং৷ ১৯৯৭ চনৰ ২২ জানুৱাৰীত [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰৰ [[চিচিবৰগাওঁ|চিচিবৰগাঁৱৰ]] কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী [[এইচ ডি দেৱেগৌড়া]]ই এই দলঙৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী
[[নৰেন্দ্ৰ মোদি]] ডাঙৰীয়াই শুভাৰম্ভ কৰে৷ ব্ৰক্ষ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা [[ভাৰত]]ৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ'ব৷ দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব৷<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
 
==নিৰ্মাণৰ অগ্ৰগতি==
২০০০ চনত মেছাৰ্ছ ৰে'ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক'নমিক ছাৰ্ভিচেজে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হয় ৷হয়। পৰিকল্পনা অনুসৰি ২০১৮ চনত প্ৰকল্পটোৰ সকলো কাম শেষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ ২০১৮ ত দলং ৰ শুভ উদ্ধোধন কৰেউদ্বোধন কৰে।<ref>Bogibeel bridge to be ready by 2015
[http://www.assamtribune.com/scripts/detailsnew.asp?id=may0811/at092] in Assam Tribune. তথ্য সংগ্ৰহৰ সময়- ০২ ফেব্ৰুৱাৰী ২০১২</ref>
 
==দলঙৰ নাম বিতৰ্ক==
বৰ্তমান দলংখনৰ নাম 'বগীবিল দলং' বুলিয়েই পৰিচিত যদিও এই দলংখনৰ নামকলৈ বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে৷হৈছে। [[অসম]]ৰ বহুকেইটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজৰিতস্মৃতিবিজড়িত উপৰিপুৰুষৰ নামেৰে দলংখনৰ নামকৰণ কৰিবলৈ দাবী জনাইছে৷জনাইছে। এই ক্ষেত্ৰত [[চুতীয়া]]সকলে বীৰাংগনা নাৰী [[সতী সাধনী]]ৰ স্মৃতিত 'সতী সাধনী সেতু', [[আহোম]]সকলে [[চাওলুং ছুকাফা]]ৰ স্মৃতিত 'ছুকাফা সেতু', [[মিচিং]] জনগোষ্ঠীয়ে 'ছহিদ [[কমলা মিৰি]] সেতু' বা '[[মিৰি জিয়ৰী]] সেতু', [[দেউৰী]]সকলে '[[ভীমবৰ দেউৰী]] সেতু', [[সোণোৱাল কছাৰী]]সকলে 'সলালী সেতু', [[মুছলমান]]সকলে 'আজান পীৰ সেতু', আদি অনেক নামেৰে নামকৰণ কৰাৰ দাবী তুলিছে৷তুলিছে। আনহাতে নিৰপেক্ষভাৱে বহুতে 'শংকৰ-মাধৱ সেতু', 'কুলাজান-বগীবিল সেতু', 'বৰলুইত সেতু' আদি নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ কৰিছে৷কৰিছে।<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
 
==তথ্যসূত্ৰ==