সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎লগতে চাওক: চাওঁক>চাওক
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
101 নং শাৰী:
তেখেতৰ জন্ম মুম্বাইত। ছেণ্ট জেভিয়াৰ্ছ হাইস্কুলৰ ছাত্ৰ গাভাস্কাৰ স্কুলৰ হৈ খেলোতে ১৯৬৬ চনত ভাৰতৰ শ্ৰেষ্ঠ ছাত্ৰ ক্ৰিকেটাৰ আছিল। মাধ্যমিক শিক্ষাৰ শেষৰ বৰ্ষত লণ্ডন স্কুলবয়জৰ বিৰুদ্ধে এটা শতক কৰাৰ আগত বিদ্যালয়ৰ ক্ৰিকেটত গাভাস্কাৰে ২৪৬ (অপৰাজিত),২২২ আৰু ৮৫ ৰাণ কৰিছিল। তেওঁ বম্বেৰ প্ৰতিষ্ঠিত ছেণ্ট জেভিয়াৰ্ছ প্ৰাক্তন ছাত্ৰ হিচাপে ১৯৬৮/৬৯ বৰ্ষত কৰ্ণাটকৰ বিৰুদ্ধে প্ৰথম আত্মপ্ৰকাশ কৰে।
 
১৯৭০/৭১ চনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত যোৱা ভাৰতীয় দলটোত স্থান লাভ কৰা এজন খেলুৱৈ হ'ল সুনীল গাভাস্কাৰ। গাভাস্কাৰ৷<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref><ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
 
<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref><ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
==Test debut==
===First test match win in West Indies===