ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: International Classification of Diseases (ICD) ICD-10 was endorsed by the Forty-third World Health Assembly in May 1990 and came into use in WHO Member States as fr...
 
No edit summary
1 নং শাৰী:
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন
International Classification of Diseases (ICD)
 
(International Classification of Diseases (ICD))
ICD-10 was endorsed by the Forty-third World Health Assembly in May 1990 and came into use in WHO Member States as from 1994. The classification is the latest in a series which has its origins in the 1850s. The first edition, known as the International List of Causes of Death, was adopted by the International Statistical Institute in 1893. WHO took over the responsibility for the ICD at its creation in 1948 when the Sixth Revision, which included causes of morbidity for the first time, was published. The World Health Assembly adopted in 1967 the WHO Nomenclature Regulations that stipulate use of ICD in its most current revision for mortality and morbidity statistics by all Member States.
 
১৮৫০ চনৰ পৰাই ৰোগ সমূ্হক অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰেই ১৮৯৩ চনত প্ৰথমে 'আন্তৰ্জাতিক পৰিসংখ্যা প্ৰতিষ্ঠান'-এ (International Statistical Institute) প্ৰথমে 'মৃত্যুৰ কাৰণৰ তালিকা' (List od Causes of Death) প্ৰকাশ কৰে। এই তালিকাৰ ষষ্ঠ সংশোধনী 'বিশ্ব স্বাস্থ্য সংঘ'ৰ (World Health Organization) তত্বাৱধানত প্ৰকাশ কৰা হয়। ইয়াৰ নাম দিয়া হয় 'ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন' (International Classification of Diseases, চমুকৈ ICD) । ১৯৬৭ চনত 'বিশ্ব স্বাস্থ্য সদন'ত 'WHO ৰোগ নামকৰণ নিয়মাৱলী'ৰ (WHO Nomenclature Regulations) আধাৰত প্ৰস্তুত কৰি উলিয়ায় আৰু সংঘ ৰাষ্ট্ৰ সমূহক ৰোগৰ নামকৰণৰ বাবে ICD-ৰ সৰ্বশেষ সংশোধনী ব্যৱহাৰ কৰাৰ উপদেশ দিয়ে।
The ICD is the international standard diagnostic classification for all general epidemiological, many health management purposes and clinical use. These include the analysis of the general health situation of population groups and monitoring of the incidence and prevalence of diseases and other health problems in relation to other variables such as the characteristics and circumstances of the individuals affected, reimbursement, resource allocation, quality and guidelines.
 
১৯৯০ চনত 'বিশ্ব স্বস্থ্য সদন'-এ ICD-ৰ দশম সংষ্কৰণ প্ৰস্তুত কৰে আৰু ১৯৯৪ চনৰপৰা সংঘ ৰাষ্ট্ৰসমূহৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। বৰ্তমানেও এই সংষ্কৰণকে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে একাদশ সংষ্কৰণৰ কাম এতিয়া চলি আছে।
It is used to classify diseases and other health problems recorded on many types of health and vital records including death certificates and health records. In addition to enabling the storage and retrieval of diagnostic information for clinical, epidemiological and quality purposes, these records also provide the basis for the compilation of national mortality and morbidity statistics by WHO Member States.
 
ICD-য়ে সকলো ৰোগ, স্বাস্থ্য পৰিচালনাৰ বিভিন্ন দিশ আৰু ৰোগী চিকিৎসাৰ সমূহ দিশকে সাঙুৰিলৈ নিৰ্দিষ্ট নিয়মেৰে শ্ৰেণিবিভাজন আৰু নামকৰণ কৰে। ৰোগৰ চিকিৎসা, চিকিৎসা সম্পৰ্কীয় ব্যয় নিৰ্ধাৰণ, ৰোগবিধত হোৱা শাৰীৰিক ক্ষতি ইত্যাদি এই বিভাজনৰ আধাৰতে নিৰ্ণয় কৰা হয়। 'মৃত্যৰু প্ৰমাণপত্ৰ'ত ICD-পদ্ধতিৰে ৰোগ চিনাক্ত কৰি দিয়াটো বাধ্যতামূলক।
 
ৰোগৰ শ্ৰেণীবিভাজন কৰি চিনাক্ত কৰাৰ উপৰিও এই নিৰ্দেশাৱলীয়ে ৰোগৰ আন্তৰ্জাতিক গৱেষণাত থকা নিদান সম্পৰ্কীয় পাৰ্থক্যবোৰ (Diagnostic differences) দূৰ কৰে। তাৰ বাহিৰেও একে নিৰ্দেশাৱলী মানি চলিলে কোনো এবিধ ৰোগৰ বিষয়ে আন্তৰ্জাতিক পৰিসংখ্যা প্ৰস্তুত কৰাত বিশেষ সুবিধা হয়।
 
==ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজনৰ বৰ্তমানৰ নিয়ম==
 
বৰ্তমান প্ৰচলিত দশম সংষ্কৰণত মুঠ বাইছটা অধ্যায় আছে।
 
অধ্যায়. গোট শিৰোনামা
* I A00-B99 কিছুমান সংক্ৰমণৰদ্বাৰা হোৱা ৰোগ
*II C00-D48 Neoplasms
*III D50-D89 Diseases of the blood and blood-forming organs and certain disorders involving the immune mechanism
*IV E00-E90 Endocrine, nutritional and metabolic diseases
*V F00-F99 Mental and behavioural disorders
*VI G00-G99 Diseases of the nervous system
*VII H00-H59 Diseases of the eye and adnexa
*VIII H60-H95 Diseases of the ear and mastoid process
*IX I00-I99 Diseases of the circulatory system
*X J00-J99 Diseases of the respiratory system
*XI K00-K93 Diseases of the digestive system
*XII L00-L99 Diseases of the skin and subcutaneous tissue
*XIII M00-M99 Diseases of the musculoskeletal system and connective tissue
*XIV N00-N99 Diseases of the genitourinary system
*XV O00-O99 Pregnancy, childbirth and the puerperium
*XVI P00-P96 Certain conditions originating in the perinatal period
*XVII Q00-Q99 Congenital malformations, deformations and chromosomal abnormalities
*XVIII R00-R99 Symptoms, signs and abnormal clinical and laboratory findings, not elsewhere classified
*XIX S00-T98 Injury, poisoning and certain other consequences of external causes
*XX V01-Y98 External causes of morbidity and mortality
*XXI Z00-Z99 Factors influencing health status and contact with health services
*XXII U00-U99 Codes for special purposes
 
==সমল==
*http://www.who.int/classifications/icd/en/ আহৰণ কৰা তাৰিখ: ৭ আগষ্ট, ২০১১
*http://www.who.int/classifications/icd/en/HistoryOfICD.pdf আহৰণ কৰা তাৰিখ: ৭ আগষ্ট, ২০১১
*http://apps.who.int/classifications/apps/icd/icd10online/