গনৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

removed Category:ৰোগ using HotCat
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
21 নং শাৰী:
 
==লক্ষণ আৰু উপসৰ্গ ==
যৌন কাৰ্য্যৰ বাবে উপযুক্ত লোকৰ গনৰিয়া হ’ব পাৰে। বেছিভাগ পুৰুষৰে গনৰিয়াৰ কোনো উপসৰ্গই দেখা নিদিয়ে। কিছুমানৰ সংক্ৰমণৰ ২-৫ দিনৰ ভিতৰত কিছুমান উপসৰ্গই দেখা দিব পাৰে। কিছুমানৰ ক্ষেত্ৰত উপসৰ্গ দেখা দিওঁতে ৩০ দিনো লাগিব পাৰে। প্ৰস্ৰাৱ কৰোতেকৰোঁতে জ্বলা পোৰা কৰা, লিংগৰে বগা, হালধীয়া বা সেউজীয়া পদাৰ্থ নিৰ্গত হোৱা, কিছুমানৰ অণ্ডকোষ উখহি উঠা, বিষোৱা আদি উপসৰ্গই দেখা দিয়ে। মহিলাৰ ক্ষেত্ৰত উপসৰ্গবোৰ স্পষ্ট নহয়। প্ৰস্ৰাৱ কৰোতেকৰোঁতে জ্বলা পোৰা বা বিষোৱা, যোনী স্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা, দুটা ঋতুস্ৰাৱৰ মাজত তেজ যোৱা ইত্যাদিও দেখা দিব পাৰে।
 
==গৰ্ভৱতী মহিলা আৰু শিশুৰ ওপৰত প্ৰভাৱ==
"https://as.wikipedia.org/wiki/গনৰিয়া"ৰ পৰা অনা হৈছে