ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 নং শাৰী:
ৰোগৰ শ্ৰেণীবিভাজন কৰি চিনাক্ত কৰাৰ উপৰিও এই নিৰ্দেশাৱলীয়ে ৰোগৰ আন্তৰ্জাতিক গৱেষণাত থকা নিদান সম্পৰ্কীয় পাৰ্থক্যবোৰ (Diagnostic differences) দূৰ কৰে। তাৰ বাহিৰেও একে নিৰ্দেশাৱলী মানি চলিলে কোনো এবিধ ৰোগৰ বিষয়ে আন্তৰ্জাতিক পৰিসংখ্যা প্ৰস্তুত কৰাত বিশেষ সুবিধা হয়।
 
==ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজনৰ বৰ্তমানৰদশম সংষ্কৰণৰ নিয়ম==
 
বৰ্তমান প্ৰচলিত দশম সংষ্কৰণত মুঠ বাইছটা অধ্যায় আছে।
33 নং শাৰী:
*XVI - P00-P96 - প্ৰসৱকালীন অৱস্থাত হোৱা কুছুমান অৱস্থা (Certain conditions originating in the perinatal period)
*XVII - Q00-Q99 - জন্মগত গঠন ক্ৰুটি আৰু ক্ৰম'জ'মীয় ক্ৰূটি (Congenital malformations, deformations and chromosomal abnormalities)
*XVIII - R00-R99 - আন অধ্যায়ত আন্নিবিষ্টসন্নিবিষ্ট নকৰা লক্ষণ, বা পৰীক্ষাত ধৰা পৰা ক্ৰূটী (Symptoms, signs and abnormal clinical and laboratory findings, not elsewhere classified)
*XIX - S00-T98 - আঘাট, বিষক্ৰিয়া বা অন্যান্য বাহ্যিক কাৰণৰ ফলত সৃষ্টি হোৱা অৱস্থা (Injury, poisoning and certain other consequences of external causes)
*XX - V01-Y98 - বাহিৰা কাৰণৰ ফলত হোৱা ৰোগ বা মৃত্যু (External causes of morbidity and mortality)