মাকুম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
87 নং শাৰী:
মাকুম অঞ্চলটোত এসময়ত ১৮৩০ৰ দশকত চীনৰ পৰা অহা বহু লোকে বাস কৰিছিল৷ ১৯৬২ চনত চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত এই চাইনা টাউন বন্ধ কৰি দিয়া হয়৷ বৰ্তমান এই চাইনা টাউন (বৰ্তমানৰ চীনাপট্টি) ত স্থানীয় লোকে বসবাস কৰে যদিও বহুতো চীনা আৰ্হিৰ ঘৰ দেখিবলৈ পোৱা যায়৷ এই চীনা লোকসকলৰ অতীত আৰু বৰ্তমানক লৈ অসমীয়া লেখিকা ৰীতা চৌধুৰীয়ে 'মাকাম' নামৰ এখন গ্ৰন্থ ৰচনা কৰিছে৷ <ref>{{cite news |url=http://www.telegraphindia.com/1100418/jsp/7days/story_12351075.jsp |newspaper=The Telegraph - Calcutta (Kolkata) |title= India’s shame|accessdate=2012-09-30}}</ref>
 
==তথ্যসূত্ৰ==
==তথ্যসুত্ৰ==
{{Reflist}}
[[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]]
"https://as.wikipedia.org/wiki/মাকুম"ৰ পৰা অনা হৈছে