ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

50 নং শাৰী:
 
কিছুমান ৰোগৰ বাবে এটা পঞ্চম সংখ্যাও যোগ দিয়াৰ ব্যৱস্থা আছে।
 
==ৰোগ শ্ৰেণীবিভাজনৰ অন্যান্য নিয়ম==
বিশ্ব স্বাস্থ্য সংস্থাৰ বাহিৰেও অন্যান্য সংস্থাইও নিজাকৈ ৰোগৰ শ্ৰেণী বিভাজনৰ বাবে পদ্ধতি তৈয়াৰ কৰিব পাৰে। উদাহৰণ স্বৰূপে মানসিক ৰোগৰ শ্ৰেণী বিভাজনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত DSM (Diagnostic and Statistical Manual for classification of mental illness) ব্যৱহাৰ কৰা হয়। বৰ্তমান DSM - IV (চতুৰ্থ সষ্কৰণ) চলি আছে।
 
==সমল==