অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎ণত্ববিধি আৰু ষত্ববিধি: “ণত্ববিধি আৰু ষত্ববিধি” সংযোগ কৰা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
162 নং শাৰী:
{{Assam stub}}
 
==ণত্ববিধি আৰু ষত্ববিধি==
{{main|ণত্ববিধি (ব্যাকৰণ)|ষত্ববিধি (ব্যাকৰণ)}}
'''ণত্ববিধি (Change of ন into ণ) :''' সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূর্ধন্য ণ হয় তাক জানিবৰ কিছুমান নির্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে [[ণত্ববিধি (ব্যাকৰণ)|ণত্ববিধি]] বোলে।<ref name="abp" />
 
বিধি শব্দৰ অর্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। সেয়েহে সেইবোৰ শব্দত সংস্কৃত ভাষাৰ বিধান মানিব লাগে।<ref name="abp">{{cite book|title=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | pages=71-75 | author=গোস্বামী, ড° শ্ৰীগোলোকচন্দ্ৰ |year=2012|publisher=বীণা লাইব্ৰেৰী|accessdate=11 june 2020}}</ref>
 
'''ষত্ববিধি (Change of স into ষ) :''' বর্ণগত পৰিৱেশ ভেদে, অর্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূর্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্নবিধি বোলে।<ref name="abp1">{{cite book|title=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | pages=75-77 | author=গোস্বামী, ড° শ্ৰীগোলোকচন্দ্ৰ | year=2012 | publisher=বীণা লাইব্ৰেৰী |accessdate=12 june 2020}}</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}