লালকিল্লা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Anshuman.jrt (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
17 নং শাৰী:
'''লাল কিল্লা''' ({{lang-hi|लाल क़िला}}; {{lang-ur| لال قلعہ}}; {{Lang-en|Red Fort}}) খ্ৰীষ্টিয় সপ্তদশ শতাব্দীত প্ৰাচীৰ-বেষ্টিত [[পুৰণি দিল্লী]] (বৰ্তমান [[দিল্লী]], [[ভাৰত]]) চহৰত [[মুগল সাম্ৰাজ্য|মুগল সম্ৰাট]] [[ছাহজাহান]]ৰ (১৬২৮-৫৮) দ্বাৰা নিৰ্মিত এটা দুৰ্গ। ১৮৫৭ চনলৈকে এই দুৰ্গটো মুগল সাম্ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ পাছত [[ব্ৰিটিছ ভাৰত|ব্ৰিটিছ ভাৰতীয় চৰকাৰে]] মুগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহক পৰাভূত কৰি ভাৰতৰ ৰাজধানী [[কলকাতা|কলকাতালৈ]] স্থানান্তৰিত কৰে। ১৯৪৭ চনলৈকে ব্ৰিটিছসকলে এই দুৰ্গটোক এটা সামৰিক চাউনী হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এইটো এটা জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ আৰু [[ভাৰত|ভাৰতীয় প্ৰজাতন্ত্ৰৰ]] সাৰ্বভৌমত্বৰ এটা শক্তিশালী প্ৰতীক: প্ৰতি বছৰে [[ভাৰতৰ স্বাধীনতা দিৱস|ভাৰতীয় স্বাধীনতা দিৱস]] উপলক্ষে [[ভাৰতৰ প্ৰধানমন্ত্ৰী]]য়ে লাল কিল্লাৰ লাহোৰি গেট সংলগ্ন এটা স্থানত [[ভাৰতৰ জাতীয় পতাকা|জাতীয় পতাকা]] উত্তোলন কৰে। ২০০৭ চনত এই কিলাটো [[ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান]] হিচাপে নিৰ্বাচিত হয়।<ref name="unesco_whl_entry">{{cite web |url=http://whc.unesco.org/en/list/231 |title=Red Fort Complex |author= |date= |work=World Heritage List |publisher=[[UNESCO]] World Heritage Centre |accessdate=November 15, 2009 }}</ref>
লালকিল্লা [[দিল্লী]]ৰ উত্তৰ অংশত অৱস্থিত। মোগল শাসনৰ গৌৰৱৰ প্ৰতিনিধি এই কিল্লা মোগল স্থাপত্য, শিল্পকৌশল আৰু সৃষ্টিশীলতাৰ স্বৰ্ণযুগৰ অনুপম এটি নিদৰ্শন। ই ভাৰতীয় আৰু পাৰস্য স্থাপত্য কলাৰ এক সংমিশ্ৰণ। জাল-আকাৰ জ্যামিতিক নক্সাৰ গঠনশৈলীত দুৰ্গৰ প্ৰাংগন নিৰ্মিত। পৰৱৰ্তীকালত [[ৰাজস্থান]], দিল্লী, [[আগ্ৰা]] আৰু অন্যান্য অঞ্চলৰ বহু স্থাপত্য এই জাতীয় নক্সাত নিৰ্মিত হয়। দুৰ্গটো ৰঙা(লাল) বেলেপাথৰৰ বেৰাৰ দ্বাৰা বেষ্টিত। সেই বাবে ই লালকিল্লা নামে জনাজাত। ১৫৪৬ চনত ইছলাম শাহ শোৰীয়ে চেলিমগড় দুৰ্গ নিৰ্মাণ
== আলোকচিত্ৰ==
|